Month: August 2026

প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে প্ৰ’শ্বিল্ড আৰু ভিপে ২.০ৰ জৰিয়তে মটৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ

পূৰ্বৰ বাজাজ এলিয়ান্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড, বৰ্তমানৰ বাজাজ জেনেৰেল ইঞ্চুৰেন্স লিমিটেডে প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে এটা পেকেজযুক্ত মটৰ বীমা সেৱা প্ৰ’শ্বিল্ড মুকলি কৰিছে। ইয়াৰ লগতে কোম্পানীটোৱে সংযোজিত বাহন আৰু ক্ৰমবৰ্ধমান…

উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন

বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন। প্রকল্পটোৰ সুৰংগ পথত বোকা আৰু পানীৰ ঢলে প্রাণ ল’লে ৭গৰাকী শ্রমিকৰ। চামোলিৰ মায়াপুৰত নিৰ্মাণ কাৰ্য চলি আছে এই সুৰংগটোৰ ।ঘটনাত আন ১৪গৰাকী শ্রমিক…

আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ

লংভিত আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ । প্ৰায় ১৫ মিনিট ধৰি চলিল গুলীয়াগুলী ৷দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশত এক চাঞ্চল্যকৰ কূটাঘাতমূলক ঘটনা সংঘটিত হৈছে । চাংলাং…

তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ ৷ শ্ৰীলংকাৰ নৌসেনাই এই ভাৰতীয় মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰে ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ লিখি বিষয়টোত কেন্দ্ৰৰ…

ইণ্ডিয়ান অভাৰচিজ বেংকে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকা বৰঙণি আগবঢ়াইছে

ইণ্ডিয়ান অভাৰচিজ বেংকে (IOB) ইয়াৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (CSR) পদক্ষেপৰ অধীনত অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। আইঅ’বি (IOB) ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ…

খেলি থকাৰ সময়তে গাৰ ওপৰত বাগৰি পৰিল ঘৰৰ কেঁচা বেৰ! গুজৰাটত মৃত্যু দুই কণমানিৰ

খেলি থকা দুই কণমানিৰ ওপৰত হঠাতে বাগৰি পৰিল ঘৰৰ বেৰ! গুজৰাটৰ মহীসাগৰ জিলাৰ বীৰপুৰৰ খাটা গাঁৱত বৃহস্পতিবাৰে পুৱা সংঘটিত এই ঘটনাত তিনি বছৰীয়া এগৰাকী কন্যা আৰু দুই বছৰীয়া এটি শিশুৰ…

জ্ঞানপীঠ বিজয়ী মামণি ৰয়চম গোস্বামীৰ সাহিত্য গৱেষণা কেন্দ্ৰত চুৰিৰ চেষ্টা! খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ চোৰৰ

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰসিদ্ধ সাহিত্যিক প্ৰয়াত মামণি ৰয়চম গোস্বামীৰ গৱেষণা কেন্দ্ৰত নিশা সংঘটিত হয় চুৰিৰ চেষ্টা। সাহিত্যিকগৰাকীৰ ৰামায়ণী সাহিত্য গৱেষণা প্ৰতিষ্ঠানত খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ লগতে কেইবাটাও সামগ্ৰী লণ্ডভণ্ড…

মাৰ্কাটোলা ঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰেইলাৰৰ খুন্দাত নিহত মুম্বাইৰ বাইকাৰ ৰিদ্ধি থাক্কৰ

ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মুম্বাইৰ ২৪ বছৰীয়া বাইকাৰ তথা ইউটিউবাৰ ৰিদ্ধি থাক্কৰে। বুধবাৰে পুৱা ছত্তীশগড়ৰ বালোদ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩০ৰ মাৰ্কাটোলা ঘাটত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৰিদ্ধিক চিকিৎসালয়ত মৃত…

এষ্টন ভিলাক পৰাস্ত কৰি দ্বিতীয়বাৰলৈ উৱেফা ছুপাৰ কাপ দখল পিএছজিৰ

ৰেড বুল এৰিনাত অনুষ্ঠিত এখন ৰুদ্ধশ্বাস ফাইনেল খেলত এষ্টন ভিলাক ২-১ ব্যৱধানত পৰাস্ত কৰি পেৰিছ ছেইণ্ট-জাৰ্মেইনে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে উৱেফা ছুপাৰ কাপ খিতাপ জয় কৰি ২০২৬/২৭ ছিজনৰ বিজয় যাত্ৰা আৰম্ভ…

পেমা খাণ্ডু: অৰুণাচলৰ প্ৰতিটো জিলালৈ বিশেষজ্ঞ স্বাস্থ্যসেৱা পাই দিয়াই আমাৰ লক্ষ্য

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বুধবাৰে নতুনকৈ নিযুক্তি পোৱা ৭২ জন চিকিৎসা বিশেষজ্ঞক নিযুক্তি পত্ৰ প্ৰদান কৰে আৰু ৰাজ্যখনত শীঘ্ৰেই TRIHMS ত অংগ প্ৰতিস্থাপনৰ সুবিধা আৰম্ভ কৰা হ’ব বুলি ঘোষণা…