Month: July 2026

বিশ্ব বজাৰত আত্মপ্ৰকাশৰ পূৰ্বে টিভিএছৰ হছুৰস্থিত কাৰখানাত এটলাছৰ উৎপাদনৰ আৰম্ভণি নৰ্টনৰ

নৰ্টন মটৰচাইকেলে হছুৰস্থিত টিভিএছ মটৰ কোম্পানীৰ কাৰখানাৰ পৰা প্ৰথমখন এটলাছ মটৰচাইকেল মুকলি কৰিছে, যাৰ ফলত ব্ৰিটিছ ব্ৰেণ্ডটোৱে বিশ্বৰ মিডলৱেইট এডভেঞ্চাৰ মটৰচাইকেল শিতানত প্ৰৱেশ কৰিছে। এটলাছ আৰু এটলাছ জিটি অহা মাহত…

ফেষ্টিভ ছিজনৰ পূৰ্বে নতুন ৰঙৰ বাহনৰ সৈতে এনটৰ্ক বাহনখন প্ৰাণৱন্ত কৰি তুলিছে টিভিএছ মটৰে

ফেষ্টিভ ছিজনৰ পূৰ্বে ক্ৰীড়াসুলভ স্কুটী খণ্ডত নিজৰ স্থিতি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে টিভিএছ মটৰ কোম্পানী-এ নিজৰ টিভিএছ এনটৰ্ক ১২৫ ডিস্ক আৰু ৰেচ এডিচন স্কুটী দুখন নতুন ৰং আৰু নতুন গ্ৰাফিক্সৰ…

উন্নয়ন নাগৰিকৰ জীৱন উন্নত কৰাৰ সৈতে সমানে চলিব লাগিব: মেঘালয়ৰ মুখ্যমন্ত্ৰী

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই বুধবাৰে পুনৰ উল্লেখ কৰে যে শাসন ব্যৱস্থাই শেষত জনসাধাৰণৰ সেৱা কৰিব লাগিব, আৰু কয় যে উন্নয়ন তেতিয়াহে অৰ্থপূৰ্ণ হয় যেতিয়া ই প্ৰত্যক্ষভাৱে নাগৰিকৰ জীৱন উন্নত…

১ মিলিয়নসংখ্যক আইকিউব মুকলি কৰি ভাৰতৰ বৈদ্যুতিক বাহনৰ যাত্ৰাত এক মাইলৰ খুঁটি স্থাপন টিভিএছ মটৰৰ

টিভিএছ মটৰ কোম্পানীয়ে বৃহস্পতিবাৰে নিজৰ হছুৰস্থিত উৎপাদন কেন্দ্ৰৰ পৰা ১ মিলিয়নসংখ্যক টিভিএছ আইকিউব ইলেক্ট্ৰিক স্কুটাৰ মুকলি কৰাৰ কথা সদৰি কৰাৰ লগে লগে ভাৰতৰ বহনক্ষম গতিশীলতাৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি…

উত্তৰ প্ৰদেশ ডাবল মাৰ্ডাৰ কাণ্ডঃ পাঁচ সহোদৰ ভাতৃসহ ৯ জনক আজীৱন কাৰাদণ্ডৰ শাস্তি

ভূমি দখলক কেন্দ্ৰ কৰি সংঘটিত ডাবল মাৰ্ডাৰ গোচৰত প্ৰায় পাঁচ বছৰৰ পিছত ৰায়দান কৰিলে উত্তৰ প্ৰদেশৰ এখন আদালতে। গোচৰটোৰ বিচাৰ সম্পূৰ্ণ কৰি পাঁচ সহোদৰ ভাতৃসহ ৯ জন অভিযুক্তক আজীৱন কাৰাদণ্ডৰে…

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে শুভাৰম্ভ কৰিব প্ৰথমখন পোনপটীয়া গুৱাহাটী-পশ্চিম এছিয়া বিমান সেৱাৰ

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীক ডুবাই আৰু আবু ধাবিৰ সৈতে সংযোগ কৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিমান সেৱাৰ জৰিয়তে বিমান সংস্থাটো উত্তৰ-পূব ভাৰত আৰু পশ্চিম এছিয়াৰ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা  আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী–২০২৬ ৰ শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনত স্নাতক শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা এইটো এতিয়ালৈকে সৰ্ববৃহৎ গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী। কাৰ্যসূচীত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ…

এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিলে ‘ইজি কানেক্ট’ বিমান, এই নেটৱৰ্কৰ সৈতে যুক্ত চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে গুৱাহাটী

ভাৰত চৰকাৰৰ নতুন হাব-এণ্ড-স্প’ক বিমান পৰিবহন নীতিৰ অধীনত এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰে ইয়াৰ প্ৰথমখন ইজি কানেক্ট বিমান সেৱা মুকলি কৰে। এয়া হৈছে এক দেশজোৰা পদক্ষেপৰ আৰম্ভণি, যাৰ উদ্দেশ্য হৈছে বিমান সংস্থাটোৰ…

জালুকৰ বৈয়ামত লুকুৱাই অনা হৈছিল নিচাযুক্ত সামগ্ৰী; কাছাৰত ৯.৫ কোটি টকাৰ ইয়াবা-হেৰ’ইন জব্দ

উত্তৰ-পূবৰ ৰাজ্যসমূহত অব্যাহত থকা নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ মাজতে এইবাৰ কাছাৰত জব্দ হ’ল প্ৰায় ৯.৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট আৰু হেৰ’ইন। জালুকভৰ্তি বৈয়ামৰ ভিতৰত লুকুৱাই…

ভিয়েটনামৰ ৰেষ্টুৰেণ্টত তথাকথিত ভাৰতীয় ইনফ্লুৱেন্সাৰৰ উদ্ভণ্ডালি! কৰ্মচাৰীকো দুৰ্ব্যৱহাৰৰ অভিযোগ

তথাকথিত ইনফ্লুৱেন্সাৰে উদ্ভণ্ডালি চলোৱাৰ ঘটনা ভাৰতত নতুন নহয়। কিন্তু এইবাৰ বিদেশৰ মাটিত ভাৰতৰ নাক কাটিলে তথাকথিত এই ইনফ্লুৱেন্সাৰে। ভিয়েটনামৰ হো চি মিন চিটিৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত শিশুৰ আচৰণক কেন্দ্ৰ কৰি…