Month: July 2026

অনশন ভংগ কৰিবলৈ সোণম ৱাংচুকলৈ আহ্বান এবছুৰ; কেন্দ্ৰক আলোচনাত বহিবলৈ দাবী

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত ১৯ দিন ধৰি অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। সময় বাগৰাৰ লগে লগে তেওঁৰ স্বাস্থ্যক লৈও বৃদ্ধি পাইছে উদ্বেগ। এনে…

জালুকবাৰী আৰু পলাশবাৰী সমষ্টিৰ জনজাতীয় বেষ্টনীৰ চাৰে সাত শতাধিক গাঁৱক জি এম ডি এত অন্তৰ্ভুক্তিৰ বিৰোধিতা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা কমিটিৰ

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ আৰু জনজাতীয় আৱেষ্টনী আৰু খণ্ডৰ জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ৰাণী…

বিশ্বকাপৰ ছেমিফাইনেল-ফাইনেলৰ নিশা ৩.৩০ বজালৈ খোলা থাকিব গুৱাহাটীৰ ৰেষ্টুৰেণ্ট; বিশেষ অনুমতি অসম চৰকাৰৰ

ফুটবল বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব। ইখনৰ পিছত সিখন ৰোমাঞ্চকৰ মেচে উত্তেজনা বঢ়াই তোলাৰ পাছত এতিয়া আহি পৰিছে বহুল প্ৰতীক্ষিত ছেমিফাইনেল আৰু ফাইনেলৰ সময়। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ফুটবল অনুৰাগীসকলৰ বাবে…

ৰথ যাত্ৰাৰ পূৰ্বে জগন্নাথ মহাপ্ৰভুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন চিকিৎসকৰ; ১৫ দিনীয়া ‘অনৱসৰ’ৰ অন্তত সুস্থ ঘোষণা

শতাব্দীপ্ৰাচীন এক ধৰ্মীয় পৰম্পৰাই এইবাৰো দৃষ্টি আকৰ্ষণ কৰিছে দেশজুৰি। উত্তৰ প্ৰদেশৰ জৌনপুৰস্থিত ৰাস মণ্ডল জগন্নাথ মন্দিৰত ১৫ দিনীয়া ‘অনৱসৰ’ পৰ্ব সামৰি ভগৱান জগন্নাথৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিলে এদল জ্যেষ্ঠ চিকিৎসকে।…

ক্ৰমাৎ জটিল হৈ পৰিছে সোণম ৱাংচুকৰ স্বাস্থ্য; জৰুৰী চিকিৎসাৰ দাবীৰে উচ্চ ন্যায়ালয়ত দাখিল আবেদন

ক্ৰমাৎ অধিক জটিল হৈ পৰিছে দেশৰ বিশিষ্ট পৰিৱেশকৰ্মী, উদ্ভাৱক আৰু শিক্ষাবিদ সোণম ৱাংচুকৰ স্বাস্থ্য। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দিল্লীৰ যন্তৰ মন্তৰত বিগত ১৮ দিন ধৰি অনশন ধৰ্মঘট পালন কৰি…

অসম-বাংলাদেশ সীমান্তৰ 228.5 কিঃমিঃ বেৰা দিয়া সম্পূৰ্ণ, নদী আৰু BGB ৰ আপত্তিত 39 কিঃমিঃ বাকী

অসম চৰকাৰে বিধানসভাত জনায় যে মুঠ 267.5 কিঃমিঃ অসম-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিতৰত 228.541 কিঃমিঃ কাঁইটীয়া তাঁৰৰ বেৰেৰে সুৰক্ষিত কৰা হৈছে। ভৌগোলিক কাৰণ আৰু বাংলাদেশৰ আপত্তিৰ বাবে 38.959 কিঃমিঃ সীমান্ত এতিয়াও…

মণিপুৰৰ চেনাপাটিত সুৰক্ষা বাহিনীৰ শিবিৰত জনতাৰ আক্ৰমণ

মঙলবাৰে নিশা মণিপুৰৰ চেনাপাটি চহৰত অসম ৰাইফলছৰ এখন শিবিৰত উত্তেজিত জনতাই শিলগুটি নিক্ষেপ, অগ্নিসংযোগ আৰু ভাঙচুৰ কৰে বুলি চৰকাৰী সূত্ৰই জনায়। মাকুইলংডি অঞ্চলত সশস্ত্ৰ কেডাৰ উপস্থিতিৰ বিষয়ে বিশ্বাসযোগ্য গোপন সূত্ৰৰ…

প্ৰায় আধা ঘণ্টা পূৰ্বে পাতিছিল পৰিয়ালৰ সৈতে কথা! তাৰ পিছতে সূদুৰ সমুদ্ৰৰ বুকুত মৃত্যু ভাৰতীয় নাৱিকৰ

পৰিয়ালৰ সৈতে অন্তিমবাৰৰ বাবে কথা পতাৰ কেইটামান মুহূৰ্তৰ পিছতে সুদুৰ সমুদ্ৰৰ বুকুত মৃত্যুৰ কোলাত শুই পৰিল এজন ভাৰতীয় নাৱিক। ওমান উপকূলৰ সমীপৰ কৌশলগত হৰমুজ প্ৰণালীত এখন বাণিজ্যিক জাহাজত সংঘটিত আকাশী…

ৰাজ্যত অব্যাহত বানৰ প্ৰকোপ! মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি, বানাক্ৰান্ত ৩৭ হাজাৰ

এফালে অব্যাহত আছে বৰষুণ, আনফালে দ্ৰুতগতিত বাঢ়িছে অসমত বানৰ প্ৰকোপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ মাজতে এইবাৰ মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পোৱাৰ লগতে বানাক্ৰান্তৰ সংখ্যাও…

পুত্ৰ কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ আৱেগিক পত্ৰ মাতৃৰ

এতিয়াও শেষ হোৱা নাই এগৰাকী মাতৃৰ সংগ্ৰাম! পুত্ৰৰ মৃত্যুৰ পিছতো ন্যায়ৰ আশাত প্ৰতিদিনে তেওঁৰ ফটোৰ সন্মুখত থিয় হৈ কথা পাতি আছে মাতৃয়ে। এইবাৰ সেই ন্যায়ৰ দাবীকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ…