Sports ডেম্বেলে লাভ কৰিলে লিগ-১ ৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান May 13, 2026 Tarali পেৰিছ চেইণ্ট জাৰ্মেইনৰ ফৰৱাৰ্ড ওচমান ডেম্বেলেয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে লিগ-১ ৰ ‘প্লেয়াৰ অফ দ্য ছিজন’ বঁটা লাভ কৰিছে। ডেম্বেলেৰ এই জয়েৰে পি এছ জিৰ কোনো খেলুৱৈয়ে একেৰাহে ১০ম বাৰৰ…
Sports আইকন ক্ৰিকেট একাডেমীৰ ৯ উইকেটত সহজ জয় May 13, 2026 Tarali মঙলবাৰে লতাশিল খেলপথাৰত অনুষ্ঠিত ১৯ সংখ্যক ধন সেনা সিনহা সোঁৱৰণী জুনিয়ৰ প্ৰাইজ মানি আমন্ত্ৰণমূলক আন্তঃ বিদ্যালয়/আন্তঃ কোচিং কেন্দ্ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আইকন ক্ৰিকেট একাডেমীয়ে গুৰডন চি এ (বি)-ৰ বিৰুদ্ধে…
Sports চকুপানী, শিক্ষা আৰু আশা: ভৱিষ্যতৰ বিশ্বাস লৈ ভাৰতীয় অনুৰ্ধ-১৭ ফুটবল খেলুৱৈসকলৰ প্ৰত্যাৱৰ্তন May 13, 2026 Tarali যোগ্যতাৰ ভিত্তিত ঐতিহাসিক ফিফা অনুৰ্ধ-১৭ বিশ্বকাপত স্থান সুনিশ্চিত কৰাৰ ভাৰতৰ সপোন ল’ৰা আৰু ছোৱালী উভয় দলৰ বাবে হৃদয়বিদাৰকভাৱে অন্ত পৰিছে। অৱশ্যে তেওঁলোকৰ এই যাত্ৰাই ভাৰতীয় ফুটবলৰ ভৱিষ্যতৰ বাবে অগ্ৰগতি আৰু…
Business অসম, উত্তৰ-পূৰ্বাঞ্চলত ইণ্টাৰনেট ডাটাৰ ব্যৱহাৰ ৬৫% বৃদ্ধিৰ কথা সদৰি ভি-ৰ May 13, 2026 Business Bureau বৃহৎ নেটৱৰ্ক সম্প্ৰসাৰণ আৰু গ্ৰাহকৰ মাজত সীমাহীন ডাটা প্লেনৰ চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২০২৫ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চক্ৰত ইণ্টাৰনেট ডাটাৰ ব্যৱহাৰ ৬৫ শতাংশ বৃদ্ধি পোৱা বুলি…
Business নতুন টিভিএছ অৰ্বিটাৰ প্ৰচাৰ অভিযানে ভাৰতৰ চহৰীয়া সংগ্ৰামীসকলৰ মানসিক দৃঢ়তাক কৰিছে উদযাপন May 13, 2026 Business Bureau টিভিএছ মটৰ কোম্পানীয়ে ইলেক্ট্ৰিক স্কুটাৰ টিভিএছ অৰ্বিটাৰৰ বাবে এক নতুন প্ৰচাৰ অভিযান মুকলি কৰিছে, ভাৰতৰ নতুন যুগৰ নগৰীয়া প্ৰজন্মৰ বাবে ব্যস্ততা, কৰ্ম, ফিটনেছ, বন্ধুত্ব আৰু ব্যক্তিগত আকাংক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা…
Assam অসম কেবিনেটৰ সিদ্ধান্ত; ইউচিচি বিধেয়কত অনুমোদন, আগন্তুক ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ সংকল্প May 13, 2026 Paromita অসমৰ নৱগঠিত চৰকাৰে বুধবাৰে অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকতে অনুমোদন জনায় অভিন্ন দেৱানী বিধি (UCC) বিধেয়কত। ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আগন্তুক পাঁচ বছৰত দুই লাখ চৰকাৰী চাকৰি প্ৰদানৰ এক অভিলাষী লক্ষ্যও…
Political বিৰোধীৰ নেতা কোনো ৰবৰ ষ্টাম্প নহয়: ৰাহুল গান্ধী May 13, 2026 Sonakshi Sarkar প্ৰধানমন্ত্ৰীৰ বাসগৃহত মঙলবাৰে নিশা অনুষ্ঠিত এক বৈঠকত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো ( চি বি আই) ৰ নতুন সঞ্চালক বাছনি প্ৰক্ৰিয়াক লৈ মতানৈক্য প্ৰকাশ কৰে। এই…
Assam কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; আগন্তুক ছমাহৰ বাবে মন্ত্ৰী-বিষয়াৰ বিদেশ ভ্ৰমণত নিষেধাজ্ঞা May 13, 2026 Paromita অসমৰ নৱগঠিত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে আগন্তুক ছমাহৰ বাবে মন্ত্ৰী আৰু চৰকাৰী বিষয়াৰ বিদেশ ভ্ৰমণৰ ওপৰত জাৰি কৰিছে এক কঠোৰ নিষেধাজ্ঞা। বুধবাৰে অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ পাছত সংবাদ…
Assam অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা; চৰকাৰী ব্যয় কৰ্তনৰ বাবে কেবিনেটত কেইবাটাও বিশেষ সিদ্ধান্ত May 13, 2026 Paromita অসমৰ নৱগঠিত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে বুধবাৰে লোৱা হয় চৰকাৰী ব্যয় কৰ্তনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীত অনুষ্ঠিত এই বৈঠকৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন…
Business কোষ্টা ৰিকাৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ May 13, 2026 Business Bureau লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ সৈতে কূটনৈতিক আৰু অৰ্থনৈতিক সংযোগ সুদৃঢ় কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ অংশ হিচাপে কোষ্টা ৰিকালৈ আনুষ্ঠানিক ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টা ৰিকাৰ…