Month: May 2026

এয়াৰ শ্ব’ চলাকালীন আকাশত মুখামুখি সংঘৰ্ষ নৌসেনাৰ দুই যুদ্ধবিমানৰ, কথমপি ৰক্ষা পৰিল ৪ গৰাকী

আমেৰিকাৰ ইডাহ’ৰ এক এয়াৰ শ্ব’ত প্ৰদৰ্শনৰ সময়তে দেওবাৰে আমেৰিকান নৌসেনাৰ দুখন অত্যাধুনিক যুদ্ধবিমানৰ মাজত সংঘটিত হয় এক ভয়ংকৰ সংঘৰ্ষ। পশ্চিম ইডাহ’ৰ মাউণ্টেইন হোম এয়াৰ ফৰ্চ বেচত অনুষ্ঠিত এই বিমান প্ৰদৰ্শনীত…

ইভৰি ক’ষ্ট ফ্ৰাছাৰ ল’ছ: বিশ্বকাপৰ সপোনৰ বাবে বনি আৰু ৱাহিয়ে সলালে আনুগত্য

ফ্ৰাণ্সত জন্ম হৈছিল, তেওঁলোকে সেই দেশতে নিজৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁলোকে ইউ-২১ দলত খেলি ফ্ৰাণ্চৰ ৰাষ্ট্ৰীয় জাৰ্চিও পিন্ধিছিল। কিন্তু, পৰৱৰ্তী বিশ্বকাপত, ফ্ৰাণ্চৰ জাৰ্চিৰ পৰিৱৰ্তে এই দুই প্ৰতিভাবান খেলুৱৈক ইভৰি…

কণ্ট্ৰলএছ হায়দৰাবাদ ডাটা চেণ্টাৰত প্ৰথম এআই-সাজু স্বতন্ত্ৰ ক্লাউড চেণ্টাৰ মুকলি ভাৰতক্লাউডৰ

ভাৰতৰ এআই-প্ৰস্তুত ক্লাউড সেৱা প্ৰদানকাৰী ভাৰতক্লাউডে কণ্ট্ৰলএছ ডাটাচেণ্টাৰৰ হায়দৰাবাদ ডিচি১ সুবিধাকেন্দ্ৰত প্ৰথমটো ক্লাউড চেণ্টাৰ মুকলি কৰিছে, যিয়ে ভাৰতৰ স্বতন্ত্ৰ আৰু এআই-প্ৰস্তুত ডিজিটেল আন্তঃগাঁথনি পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ দিশত এক ডাঙৰ…

গুৱাহাটীত অসমৰ প্ৰথমটো শ্ব’ৰুম মুকলি মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছৰ

মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছে গুৱাহাটীত অসমৰ প্ৰথমটো শ্ব’ৰুম মুকলি কৰি পূব ভাৰতত ব্যৱসায়িক সম্প্ৰসাৰণ কৌশল শক্তিশালী কৰি পূৰ্বাঞ্চলত ব্ৰেণ্ডটোৰ মুঠ উপস্থিতি ২১টা আউটলেটলৈ সম্প্ৰসাৰিত কৰিলে। এই পদক্ষেপে গহণা খণ্ডৰ মুখ্য…

নীট প্ৰশ্নকাকত ফাদিল কাণ্ডৰ আন এগৰাকী মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ চিবিআইৰ; এনটিএৰ প্ৰশ্নকাকত প্ৰস্তুতকাৰী কমিটিত আছিল ধৃত প্ৰবক্তা মনীষা মান্ধাৰে

মেডিকেল প্ৰৱেশ পৰীক্ষা ‘নীট-ইউজি ২০২৬’ৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িত আন এগৰাকী মাষ্টাৰমাইণ্ডক শনিবাৰে গ্ৰেপ্তাৰ কৰে চিবিআইয়ে। ধৃত মহিলাগৰাকীক ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ৰ প্ৰশ্নকাকত প্ৰস্তুতকাৰী কমিটিৰ সদস্য তথা উদ্ভিদ বিজ্ঞানৰ…

সন্ত্ৰাসবাদীক আশ্ৰয় দিলে ইতিহাসত পৰিণত হ’ব পাকিস্তানঃ নতুন দিল্লীত হুংকাৰ সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ

সন্ত্ৰাসবাদীক আশ্ৰয় দি ভাৰতৰ বিৰুদ্ধে অভিসন্ধি ৰচিলে ইতিহাসত পৰিণত হ’ব পাকিস্তান। শনিবাৰে ইছলামাবাদক এই কঠোৰ সকীয়নি প্ৰদান কৰে ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে। নতুন দিল্লীৰ মানেকশ্ব’ চেন্টাৰত আয়োজিত ‘সেনা…

নেদাৰলেণ্ডত বিশ্বৰ সন্মুখত ভাৰতৰ চাৰিটা বৃহৎ লক্ষ্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

নেদাৰলেণ্ডৰ চৰকাৰী ভ্ৰমণসূচীৰ মাজতে শনিবাৰে ভাৰতক লৈ চাৰিটা ডাঙৰ লক্ষ্যৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে দ্য হেগত উপস্থিত হৈ প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰাৰ সময়তে দেশৰ এই বৰ্ধিত…

এছিয়ান গেমছ আৰু কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন লাভলীনা বৰগোহাঁইৰ; ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে সুখবৰ

আগন্তুক এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিলে অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁইয়ে। ভাৰতীয় তাৰকা বক্সাৰগৰাকীয়ে শুকুৰবাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অনুৰাগীসকলক এই সুখবৰ প্ৰদান কৰে। বক্সিং ফেডাৰেচন আৰু…

চিৰাঙত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত পত্নীসহ চিআইএছএফৰ জোৱান; গুৰুতৰভাৱে আহত কন্যা

চিৰাং জিলাৰ বিজনী-কোকলুং পথত শুকুৰবাৰে নিশা সংঘটিত এক মৰ্মন্তুদ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চি আই এছ এফৰ এজন জোৱান আৰু তেওঁৰ পত্নীয়ে। গাঁৱৰ মন্দিৰৰ বাৰ্ষিক পূজাৰ সামৰণি অনুষ্ঠানত অংশ লৈ…

আৰক্ষীৰ জিম্মাত ভয়ংকৰ দুৰ্ঘটনাত পতিত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত; হাস্পতালত ভৰ্তি

আৰক্ষীৰ জিম্মাত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ’ল নগাঁৱৰ মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমান। লখিমপুৰৰ এই অপৰাধীটোক লৈ শুকুৰবাৰে নিশা বৰঘাটত লুণ্ঠিত সোণ উদ্ধাৰৰ বাবে অভিযান চলাইছিল আৰক্ষীৰ…