Month: May 2024

ভাৰতত সম্পদ ব্যৱস্থাপনা সৰল কৰিবলৈ আপষ্টক্সে বীমা বিতৰণত উদ্যোগ লয়

ভাৰতৰ এক আগশাৰীৰ সম্পদ ব্যৱস্থাপনা প্লেটফৰ্ম আপষ্টক্সে বীমা বিতৰণ খণ্ডত সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। আপষ্টক্সৰ ষ্টক, এফএণ্ডঅ’ আৰু মিউচুৱেল ফাণ্ড অফাৰৰ বাবে জনাজাত আপষ্টক্সে বীমা মুকলিৰ জৰিয়তে নিজৰ সম্পদ নিৰ্মাণ…

চেমচাঙে তিনিটা নতুন ৰেফ্ৰিজেৰেটৰ মুকলি কৰিছে, যাৰ ভিতৰত আছে পৰৱৰ্তী প্ৰজন্মৰ এআই ইনভাৰ্টাৰ কম্প্ৰেচাৰ

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে আজি তিনিটা নতুন ৰেফ্ৰিজেৰেটৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে যি গ্ৰাহকসকলক তেওঁলোকৰ পছন্দ অনুকূলিত কৰাত সহায় কৰি ভাৰতীয় ঘৰৰ বাবে অধিক বুদ্ধিমান জীৱন নিৰ্বাহ…

অডিঅ’ বুকবোৰে শিশুৰ মাজত কাহিনী কোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে: লেখক ৰাস্কিন বণ্ড

প্ৰখ্যাত লেখক ৰাস্কিন বণ্ডে কয় যে অডিঅ’ বুকবোৰে শিশুসকলৰ মাজত কাহিনী কোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে আৰু লাহে লাহে তেওঁলোকক কিতাপ পঢ়িবলৈ প্ৰলোভিত কৰিব পাৰে। ৰাস্কিন বণ্ডে দেওবাৰে তেওঁৰ ৯০…

শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

শিৱসাগৰ জিলাৰ আমগুৰি নামতিৰ শালকাঠনি গাঁৱখনৰ বাবু বৰা নামৰ যুৱকজনৰ ঘৰৰ চোতালত নিশা উদ্ধাৰ হয় বনৰৌ | জানিব পৰা মতে উক্ত নিশা যুৱকজনৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ…

নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু

গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বহতীৰ বালাপাৰা গাঁওৰ হাফিজুৰ ৰহমান (৩৫) আৰু ছহিনুৰ ইছলাম (১৮) নামৰ দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে হাহাকাৰ লাগে দুয়োটা পৰিয়ালৰ মাজত৷ দুয়োজন…

বৰপেটা জিলা কমিটি গঠন

অসম বাঙালী পৰিষদৰ বৰপেটা জিলা কমিটি গঠন সভাত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ নাগে অসমত বসবাস কৰা হিন্দু বাঙালী সকলৰ বিভিন্ন…

কালঝাৰ সত্ৰৰ আয়ুস ৰেখা পল্লা নদীত ব্যাপক খননৰ অভিযোগ

গোপাল আতাৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত হাউলীৰ কালঝাৰ সত্ৰৰ গাতে লাগি থকা তথা সত্ৰখনৰ আয়ুসৰেখা হিচাপে পৰিচিত পল্লা নদীত চৰকাৰৰ বিধিগত অনুমতি নোহোৱাকৈ ব্যাপক হাৰত খনন কাৰ্য্য চলোৱা কাৰ্য্যই নদীপৰীয়া ৰাইজক…

ইৰাণত হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাষ্ট্ৰপতি, বৈদেশিক মন্ত্ৰীসহ ৯ জনৰ মৃত্যু

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাষ্ট্ৰপতি ৰাইচিৰ সৈতে হেলিকপ্টাৰত থকা ইৰাণৰ বৈদেশিক মন্ত্ৰীৰো মৃত্যু ঘটিছে। ৰাষ্ট্ৰপতি ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনা দেওবাৰে সংঘটিত হৈছিল, কিন্তু সোমবাৰে ধ্বংসাৱশেষ পোৱাৰ পিছত…

একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয়ৰে ইতিহাস ৰচিলে মানচেষ্টাৰ চিটিয়ে

মানচেষ্টাৰ চিটিয়ে দেওবাৰে ৱেষ্ট হেম ইউনাইটেডক ৩-১ গ’লত পৰাস্ত কৰি তেওঁলোকৰ একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰে। মেচখনত মানচেষ্টাৰ চিটিয়ে আক্ৰমণাত্মক আৰম্ভণি কৰে আৰু কেৱল ৭৯…

এক আশা আৰু জীৱন সলনি কৰা প্ৰতিষ্ঠানৰ নাম হৈছে আৰ্য নাৰ্চিং কলেজ

প্ৰশিক্ষিত নাৰ্চিং পেছাদাৰী ব্যক্তিৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ সমীপৰ চাংসাৰিত অৱস্থিত প্ৰখ্যাত নাৰ্চিং প্ৰতিষ্ঠান আৰ্য নাৰ্চিং কলেজে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে বিএছচি নাৰ্চিং আৰু জিএনএম পাঠ্যক্ৰমৰ বাবে উমৈহতীয়া প্ৰৱেশ…