Month: May 2024

কাঁনত প্ৰদৰ্শিত কুকি

ড° জুনমনি দেৱী খাউণ্ড (প্ৰযোজক), আৰু ঋতিশা খাউণ্ড (অভিনেত্ৰী) দৰ্শকৰ সতে মতবিনিময় কৰে। উল্লেখযোগ্য যে, ফ্ৰান্স, মৰক্কো আৰু আন কেইবাখনো দেশে নিজ নিজ ৰাষ্ট্ৰত “কুকি” মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ…

মঙলদৈত ২লাখ ৫হাজাৰ টকাত বিক্ৰী হ’ল এখন ফুলাম গামোচা

মঙলদৈত ২ লাখ ৫ হাজাৰ টকাত বিক্ৰী হ’ল এখন এখন ফুলাম গামোচা। মঙলদৈ ডাঁহীত ফুলাম গামোচা এখনৰ দৰ উঠিল ২ লাখ ৫ হেজাৰ টকা। থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা ফুলাম…

সুদখোৰৰ হাৰাশাস্তিৰ বাবে চৰম পন্থা

চৰকাৰ-প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তেই এইবাৰ সুদখোৰৰ হাৰাশাস্তিৰ বাবে চৰম পথ বাচি ল’লে এজন লোকে৷ সুদখোৰৰ অত্যাচাৰ সহিব নোৱাৰি শোণিতপুৰৰ মিছামাৰীৰ বাঁহবেৰাৰ উৎপল সিংহ ৰাই নামৰ এজন ব্যক্তিয়ে…

সোৱণশিৰিত ডুব গ’ল এখন কোটিটকীয়া জাহাজ

সোৱণশিৰিত ডুব গ’ল এখন কোটিটকীয়া জাহাজ। কোনোমতে ৰক্ষা পৰিল জাহাজখনত শুই থকা ১১ জনকৈ লোকৰ জীৱন। এই জাহাজখনত আছিল ঘাগৰ-ঘূনাসুঁতি ঘাটত পকী দলং নিৰ্মাণৰ বাবে কঢ়িয়াই অনা নিৰ্মাণ সামগ্ৰী।উল্লেখ্য যে,…

ইউবিএল অসম আৰু মেঘালয়ত কুইনফিছাৰ বিয়েৰ মুকলি কৰিছে

হেইনকেন কোম্পানীৰ এটা অংশ ইউনাইটেড ব্ৰুৱেৰীজ লিমিটেডে (ইউবিএল) অসম আৰু মেঘালয়ৰ হাউচ অৱ কিংফিচাৰৰ পৰা কুইনফিছাৰ বিয়েৰ: দ্য কুইন অফ গুড টাইমছ গ্ৰাহকৰ বাবে মুকলি কৰিছে। গোৱাৰ গ্ৰাহকসকলৰ যথেষ্ট ইতিবাচক…

হেকৰা-দলাগাঁও-পদুপাৰা পথৰ শোচনীয় অৱস্থা

এখন কাঠৰ দলঙে উদঙাইছে চৰকাৰৰ উন্নয়ণৰ প্ৰকৃত স্বৰূপ। স্থানীয় লোকে ব্যক্ত কৰা মতে,বকো সমষ্টিৰ হেকৰাৰ পৰা দলগাঁও হৈ পূৰ্বৰ দুধনৈ সমষ্টিৰ পদুপাৰালৈ যোৱা একমাত্ৰ পথটোৰ অৱস্থা অতিকৈ বিধ্বস্ত। বাৰিষাৰ সময়ছোৱাত…

২৪ মে’ত ছবিগৃহলৈ ‘প্ৰতিশ্ৰুতি’

২৪ মে’ৰ পৰা ৰাজ্যৰ বিভিন্ন ছবি গৃহত একেলগে মুক্তি লাভ কৰিব ‘প্ৰতিশ্ৰুতি’। ছবিখনৰ মূল বিষয়বস্তু হৈছে ড্ৰাগছৰ ভয়ংকৰ নেক্সাছ। সামাজিক ব্যাধি হিচাপে ভয়ংকৰভাৱে শিপাই যোৱা নিচাযুক্ত দ্ৰব্য সেৱনৰ অবৈধ সৰবৰাহ…

ব্যতিক্ৰম এডুকেশ্বন কনক্লেভে ভাৰত আৰু বাংলাদেশৰ মাজত পথ প্ৰদৰ্শন কৰিব শৈক্ষিক কূটনীতিৰ

অসমৰ এক আগশাৰীৰ সামাজিক-সাংস্কৃতিক সংস্থা ব্যতিক্ৰম মাছডোৱে অহা ১০ জুনত বাংলাদেশৰ ৰাজধানী ঢাকাৰ ঐতিহ্যমণ্ডিত ঢাকা ক্লাবত প্ৰথমবাৰলৈ “ব্যতিক্ৰম এডুকেশ্বন কনক্লেভ” আয়োজন কৰিবলৈ সাজু হৈছে। গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত, জেআইএছ বিশ্ববিদ্যালয়,…

৫৪৩ খন লোকসভা আসনৰ ভিতৰত ৪২৮ খনত ভোটদান সম্পন্ন

লোকসভা নিৰ্বাচন ২০২৪ সম্পন্ন হোৱাৰ দিশে আগবাঢ়িছে । সাতটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পাঁচটা পৰ্যায়ৰ ভোটদান সম্পন্ন হৈছে। পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ সোমবাৰে সমাপ্ত হয়। ৬ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয়…

অ’এনজিচিয়ে বিত্তীয় বৰ্ষ ২৪-ৰ বাবে ইয়াৰ সৰ্বাধিক ৪০,৫২৬ কোটি টকাৰ একক মুঠ লাভ ঘোষণা কৰিছে

২০২৪ বৰ্ষৰ ২০ মে’ত অনুষ্ঠিত হোৱা ৩৮০ সংখ্যক বৈঠকত অ’এনজিচিৰ পৰিচালনা সমিতিয়ে ২০২৪ বিত্তীয় বৰ্ষৰ বাৰ্ষিক ফলাফলত অনুমোদন জনায়। প্ৰতিষ্ঠানটোৱে বিত্তীয় বৰ্ষটোৰ সৰ্বোচ্চ স্বতন্ত্ৰ মুঠ লাভ ৪০,৫২৬ কোটি টকা অৰ্জন…