Month: May 2024

মুকালমুৱাত ব্ৰজপাতত এটা পৰিয়ালৰ ১০টাকৈ পশুধনৰ মৃত্যু

মুকালমুৱাত বজ্ৰপাতত এটা পৰিয়ালৰ ১০টাকৈ পশুধনৰ মৃত্যু। কপিল আলী নামৰ লোকজনৰ বাসগৃহত বজ্ৰ পৰি জুইৰ সূত্ৰপাত। ২নং কাপলাবড়ী চৰত নিশা সংঘটিত এই ঘটনা।ভস্মীভূত প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকা।

গুৱাহাটীৰ ৰেল ষ্টেচনত জব্দ ব্ৰাউন চুগাৰ জব্দ

গুৱাহাটীৰ ৰে’ল ষ্টেচনত জব্দ ব্ৰাউন চুগাৰসহ গাঞ্জা। জব্দ ৪ পেকেট ব্ৰাউন চুগাৰ, ৬ কেজি গাঞ্জা। ৰঙিয়া-শিলচৰ এক্সপ্ৰেছৰ পৰা জব্দ ব্ৰাউন চুগাৰখিনি। কাছাৰৰ নীহাৰুদ্দিন বৰভূঞা নামৰ যুৱকজনক আটক। । লগতে গুৱাহাটী-বাংগালুৰু…

চেলউইন ট্ৰেডাৰ্ছ লিমিটেডে পেটেল কণ্টেইনাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডত কৌশলগত বিনিয়োগ ব্যৱহাৰ কৰা হ’ব

গুজৰাটৰ আহমেদাবাদস্থিত চেলউইন ট্ৰেডাৰ্ছ লিমিটেডৰ সঞ্চালক মণ্ডলী(বৰ্ড অৱ ডাইৰেক্টৰে)য়ে পেটেল কণ্টেইনাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডত কৌশলগত বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিষ্ঠানটোৱে পেটেল কণ্টেইনাৰত ৩৬% অংশীদাৰিত্ব অধিগ্ৰহণ কৰিব, যি আগন্তুক দুবছৰত ৫১%…

এমজি হেক্টৰক নীলছনআইকিউ সেৱা ব্যয় জৰীপৰ দ্বাৰা এছইউভি শাখাৰ সৰ্বশ্ৰেষ্ঠ মূল্যৰ বাহন হিচাপে স্বীকৃতি

১০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ ব্ৰিটিছ অটোম’বাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজ)ৰ ধ্বজাবাহী এছইউভি হেক্টৰে আৰামদায়ক ৰাইড প্ৰদান কৰাৰ লগতে বহুতো আকৰ্ষণীয় সুবিধাৰে নতুন ৰূপত গ্ৰাহকৰ বাবে আগবঢ়াইছে, যিখন বাহন এছইউভি ছেগমেণ্টৰ সৰ্বোত্তম…

২০৫০ চনলৈ পুৰুষৰ গড় আয়ুস ৭৫,মহিলাৰ ৮০ বছৰলৈ বৃদ্ধিৰ সম্ভাৱনা

‘দ্য লেঞ্চেট’ আলোচনীত প্ৰকাশিত এক গোলকীয় অধ্যয়নত কোৱা হৈছে যে ২০২২ আৰু ২০৫০ চনৰ ভিতৰত পুৰুষৰ আয়ুস প্ৰায় পাঁচ বছৰ আৰু বিশ্বব্যাপী মহিলাৰ আয়ুস চাৰি বছৰতকৈ অধিক উন্নত হ’ব বুলি…

মণিপুৰৰ পৰা বাহিৰলৈ যোৱা অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ২৬ মে’ত কেন্দ্ৰীয় লোক সেৱা আয়োগৰ (ইউপিএছচি) পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰাৰ বাবে হিংসাপীড়িত পাহাৰীয়া জিলাৰ অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ…

ইউএনএলএফ-পিৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট-পি (ইউএনএলএফ-পি)ৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীয়ে ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত তেওঁলোকৰ স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰৰে অসম ৰাইফলছ দলৰ সন্মুখত আত্মসমৰ্পণ কৰে। বিষয়াই এই কথা…

নগৰবেৰাত বান্দৰক হত্যা

নগৰবেৰাৰ দোকুচি পুখুৰীপাৰা গাঁৱত দুদিনমানৰে পৰা দুৰ্গন্ধত বাহিৰলৈ ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হোৱাত গাওঁৰ একাংশ লোকে অনুসন্ধান কৰি বিচাৰি পালে দুৰ্গন্ধৰ প্ৰকৃত উৎস। ঘটনা অনুসৰি প্ৰকাণ্ড বান্দৰ এটাৰ ডিঙিত এডাল…

এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিংত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা সম্পন্ন

কয়াকুছিস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিং শিক্ষানুষ্ঠান এছিয়ান মিছন ইনষ্টিটিউটৰ কালি দিন ব্যাপি বিস্তৃৰ্ণ কাৰ্যক্ৰমণিকাৰে বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালনা সঞ্চালক…

চিলাপথাৰত সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ

চিলাপথাৰত সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ৷ ৪দিনে সন্ধান নাই দক্ষিণ ছ’চাইটি গাঁৱৰ নীৰজ গোস্বামীৰ৷ ১৪মে’ৰ দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল নীৰজ গোস্বামী৷ নীৰজৰ সন্ধান পালে 9954711691 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান…