শিৱসাগৰ জিলাৰ আমগুৰি নামতিৰ শালকাঠনি গাঁৱখনৰ বাবু বৰা নামৰ যুৱকজনৰ ঘৰৰ চোতালত নিশা উদ্ধাৰ হয় বনৰৌ | জানিব পৰা মতে উক্ত নিশা যুৱকজনৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাই অহাৰ পিছতেই বনৰৌটো প্ৰত্যক্ষ কৰে | অৱশেষত বন বিভাগৰ লোক আহি ঘটনাস্থলীৰ পৰা দুষ্প্ৰাপ্য বনৰৌটো চমজি লয় | Share this:FacebookX Related Post navigation নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু ২৪ মে’ত ছবিগৃহলৈ ‘প্ৰতিশ্ৰুতি’