Month: April 2024

অনিল কাপুৰ আৰু সোনম কাপুৰ এৰিয়েলৰ হোমটীম ইনিশিয়েটিভৰ সৈতে সংৰেখিত হয়

প্ৰতিটো ভাৰতীয় পৰিয়ালৰ ভিতৰত ঘৰুৱা কাম-কাজৰ অ-সমান বিভাজনৰ সমাধানৰ বাবে সকলোৰে মাজত সমানে ভাগ-বতৰাক প্ৰচাৰৰ বাবে এৰিয়েল ইণ্ডিয়াই এক অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে পুৰুষসকলক #শ্বেয়াৰদ্যলোড কৰিবলৈ আৰু…

এমজিয়ে ভাৰতত এম জি হেক্টৰৰ ব্লেকষ্টৰ্ম সংস্কৰণ মুকলি কৰে

১০০ বছৰীয়া বৰ্ণিল ইতিহাসসমৃদ্ধ ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজেছ)য়ে ভাৰতত এমজি হেক্টৰৰ ব্লেকষ্টৰ্ম সংস্কৰণ মুকলি কৰিছে। এমজি হেক্টৰ ব্লেকষ্টৰ্মৰ ডিজাইন কৰা হৈছে ষ্টাৰী-ব্লেক ৰঙৰ বাহ্যিক অংশ আৰু ব্লেক থিম ইণ্টেৰিয়ৰৰ…

স্প্ৰাইটৰ ‘জোক ইন এ বটল’ কমেডি আইকন আৰু ডিজিটেল তাৰকাৰ সৈতে ঘূৰি আহে

দেশৰ সবাতোকৌ প্ৰিয় নেমু আৰু চূণৰ সোৱাদযুক্ত পানীয় স্প্ৰাইটে উদ্বোধনী ছিজনৰ অভাৱনীয় সফলতাৰ পিছত দ্বিতীয়বাৰলৈ আগবঢ়াইছে ‘জোক ইন এ বটল’। এই ছিজন অধিক আকৰ্ষণীয় আৰু বিনোদনভৰা কৰি তুলিবলৈ স্প্ৰাইটে আৰম্ভ…

ৰে’লৱেত ১৪.৭শতাংশ ৰে’ল চালকৰ পদ খালি

ৰে’লৱেত লোকো পাইলট আৰু সহকাৰী লোকো পাইলটৰ মুঠ ১,২৭,৬৪৪ টা পদ আছে, যাৰ ভিতৰত ১ মাৰ্চ, ২০২৪ তাৰিখলৈকে ১৮,৭৬৬ টা পদ (১৪.৭শতাংশ) পূৰণ নোহোৱাকৈ আছে। তথ্যৰ অধিকাৰ (আৰটিআই)ৰ অধীনত কৰা…

জেএনইউ দেশৰ শীৰ্ষ বিশ্ববিদ্যাল়য়

বিশ্বব্যাপী কিউএছ বিশ্ববিদ্যালয় ৰেংকিং অনুসৰি দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট (আহমেদাবাদ) ব্যৱসায় আৰু ব্যৱস্থাপনা অধ্যয়ন শ্ৰেণীত বিশ্বৰ শীৰ্ষ ২৫ খন শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিছে। তাৰ পিছত শীৰ্ষ ৫০ খন…

সংসদৰ সমগ্ৰ নিৰাপত্তাৰ দায়িত্বত থাকিব চিআইএছএফ

ভাৰতীয় সংসদৰ সমগ্ৰ নিৰাপত্তাৰ দায়িত্ব শীঘ্ৰেই কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) হাতত থাকিব। বৰ্তমান, সংসদ চৌহদত অনুসন্ধান আৰু প্ৰৱেশ ব্যৱস্থা তদাৰক কৰাৰ বাবে চিআইএছএফ দায়বদ্ধ। এই সন্দৰ্ভত তিনিজন বিষয়াই কয়…

ঐতিহাসিক স্থানৰ পৰা সংগ্ৰহ কৰা লোৰ টুকুৰাৰে নিৰ্মাণ হ’ব পেৰিছ অলিম্পিকৰ পদক

পেৰিছ, ১০ এপ্ৰিল: মেগা ক্ৰীড়া ইভেণ্ট অলিম্পিক আৰম্ভ হ’বলৈ মাজত মাথোঁ আৰু ১০০ দিন বাকী। এইবাৰ আয়োজক ফ্ৰান্সে আইফেল টাৱাৰত প্ৰদৰ্শন কৰিব অলিম্পিক ৰিং। অলিম্পিকৰ ২৯ মিটাৰ দীঘল (৯৫ ফুট)…

মহানগৰীত STFৰ সফল অভিযান

মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছবিৰোধী অভিযান। উৰণসেতুৰ সমীপত অভিযানত জব্দ হেৰ’ইন। হেৰ’ইনভৰ্তি ৫৫টা কণ্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট জব্দ। প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩টা ড্ৰাগছ ব্যৱসায়ীক। ধৃত ছানিদুল আলী, শুকুৰ আলী,…

চেমচাঙে গ্যালাক্সি এম৫৫ ৫জি আৰু গ্যালাক্সি এম১৫ ৫জি উন্মোচন কৰিছে

দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে কেইবাটাও ছেগমেণ্ট-লিডিং(খণ্ড-আগশাৰী) সুবিধাৰ সৈতে দুটা আকৰ্ষণীয় ডিভাইচ গেলেক্সি এম৫৫ ৫জি আৰু গেলেক্সি এম১৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বহুল জনপ্ৰিয় গেলেক্সি এম শৃংখলাৰ…

ভাৰতৰ ৰোবাষ্টা কফিৰ চাহিদা বৃদ্ধি

ৰোবাষ্টা কফিৰ অধিক চাহিদাৰ বাবে চলিত বছৰৰ জানুৱাৰী-মাৰ্চ সময়ছোৱাত ভাৰতৰ পৰা কফি ৰপ্তানি ১৩.৩৫ শতাংশ বৃদ্ধি হৈ ১,২৫,৬৩১ টন হৈছে। চৰকাৰে এই তথ্য প্ৰদান কৰিছে। ২০২৩ চনৰ একে সময়তে, ভাৰতে…