Political লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অৱতীৰ্ণ ২৫২ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ April 9, 2024 news editor ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ১০২ খন আসনৰ ভিতৰত ৪২ খনত অৱতীৰ্ণ হোৱা তিনি বা ততোধিক প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। এছ’চিয়েশ্যন ফৰ ডেমক্ৰেটিক…
Business চেমচাঙে ভাৰতত এআই টিভি মুকলি কৰাৰ সৈতে দৰ্শনৰ অভিজ্ঞতা উন্নত কৰিছে April 9, 2024 Business Bureau চেমচাঙে ২০২৪ৰ ১৭ এপ্ৰিলত কৃত্ৰিম বুদ্ধিমত্তা(এআই)চালিত নতুন পৰিসৰৰ টেলিভিছন মুকলি কৰিবলৈ সাজু হৈছে। এই বৰ্ষৰ আৰম্ভণিতে চেমচাঙৰ বৃহৎ এআই সম্পৰ্কীয় ঘোষণাৰ পিছতে এআই টেলিভিছনৰ আগন্তুক পৰিসৰ মুকলি কৰা হৈছে। চেমচাঙে…
Latest পবিতৰা অভয়াৰণ্যৰ কাষৰীয়া গাওঁবাসীক সুৰক্ষাৰ বাবে টৰ্চলাইট প্ৰদান April 9, 2024 Sonakshi Sarkar সঘনাই বন্যপ্ৰাণীৰ মুখামুখি হ’ব লগা হোৱা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰান্তীয় গাওঁবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) শনিবাৰে গাওঁবাসীক বিশটা টৰ্চলাইট প্ৰদান কৰে। গঁড়ৰ সৰ্বাধিক…
Latest মানৱ-হাতী সংঘাত প্ৰভাৱিত গাৱঁৰ মহিলাৰ বাবে আৰণ্যকৰ উদ্যোগ April 9, 2024 Sonakshi Sarkar বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি জীৱিকা অটুট ৰখাত ঘৰতে স্থাপন কৰা বাগিচা আৰু নাৰ্চাৰীয়ে কৰা ফলপ্ৰসু সহায়ৰ বিষয়ে অভিজ্ঞতা অৰ্জনৰ উদ্দেশ্য অঞ্চলটোৰ অগ্ৰণী জৈৱ…
Business গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি April 9, 2024 Dipshikha গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কানিখিনি। বিহাৰৰ এজন লোকে সৰবৰাহ কৰিছিল প্ৰায় ৪ কেজি কানি। ধৃত লোকজনৰ নাম মনোহৰ কুমাৰ ৰায়। GRPৰ অভিযানত…
Business মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ April 9, 2024 Dipshikha মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ। বন্ধুৱে হত্যা কৰি নদীৰ পাৰত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। লুলু বাবু, চনু নামৰ দুই যুৱকে মাতি লৈ গৈছিল অজয় বৰুৱাক। ইতিমধ্যে জালুকবাৰী…
Business গুৰুত্বপূৰ্ণ কৰ্মশালাৰ বাবে আইএফচি আৰু জলবায়ু বণ্ডৰ পদক্ষেপৰ সৈতে এনএছইৰ দল April 9, 2024 Business Bureau নেচনেল ষ্টক একচেঞ্জ অৱ ইণ্ডিয়া(এনএছই)ই ভাৰতীয় উদ্যোগৰ বিভিন্ন খণ্ডত জ্ঞান বৃদ্ধিৰ লক্ষ্যৰে প্ৰথমবাৰলৈ ডিপ-ডাইভ কৰ্মশালা আয়োজন কৰি সফলতাৰে সমাপ্ত কৰিছে। ২০২৪ চনৰ ৩ এপ্ৰিলত মুম্বাইত আৰু ২০২৪ চনৰ ৫ এপ্ৰিলত…
Political কয়াকুছিত ব্লক কংগ্ৰেছৰ উদ্যোগত বৃহৎ ইফতাৰ পাৰ্টি April 9, 2024 Sonakshi Sarkar সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ত পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সহযোগত এক বৃহৎ ইফতাৰ পাৰ্টীৰ আয়োজন হৈ যায়। প্ৰায় পাঁচ সহস্ৰাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা ইফতাৰ মেহফিলত বৰপেটা লোকসভাৰ…
Sports শ্বিলঙত ডি এছ চি প্ৰতিভা সন্ধানী ফুটবল প্ৰতিযোগিতা April 9, 2024 Sonakshi Sarkar ১৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা ড্ৰিম স্পৰ্টছ চেম্পিয়নশ্বিপ ৰ শ্বিলং লেগৰ খেলসমুহ অহা আঠ এপ্ৰিলৰ পৰা শ্বিলঙত আৰম্ভ হ’ব৷ উল্লেখ্য যে ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অল ইণ্ডিয়া ফুটবল…
Latest বৰপেটাত আই পি এল জুৱাৰীৰ বিৰুদ্ধে অভিযান April 9, 2024 Sonakshi Sarkar বৰপেটা জিলাৰ বিভিন্ন স্থানত অবৈধ ভাবে চলাই অহা আই পি এল জুৱাৰ বিৰুদ্ধে বৰপেটা জিলাৰ আৰক্ষীয়ে কালি এক অভিযান চলাই জিলা খনৰ বিভিন্ন স্থানৰ পৰা আঠটা জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে…