Health ডায়েৰিয়া, ষ্ট্ৰোক আৰু হৃদৰোগত মৃত্যুৰ সংখ্যা হ্ৰাস হোৱাত বিশ্বব্যাপী মানুহৰ আয়ুস বৃদ্ধি April 8, 2024 news editor দ্য লেঞ্চেটত প্ৰকাশিত এক নতুন অধ্যয়ন অনুসৰি ১৯৯০ চনৰ তুলনাত ২০২১ চনত সমগ্ৰ বিশ্বৰ মানুহে গড়ে ছয় বছৰতকৈ অধিক জীৱন যাপন কৰি আছে। অধ্যয়ন অনুসৰি, যোৱা তিনিটা দশকত ভাৰতত আঠ…
Political কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ বিভ্ৰান্তিকৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা April 8, 2024 news editor ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী দল কংগ্ৰেছক। প্ৰতিখন নিৰ্বাচনী সভাতে তেওঁ কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।…
Business ভয়ংকৰ নাও দুৰ্ঘটনা April 8, 2024 Dipshikha মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু। নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনা। ফেৰীখনত আছিল সৰ্বমুঠ ১২০জন যাত্ৰী। এই পৰ্যন্ত উদ্ধাৰ ৫জন যাত্ৰীক। লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ…
Political হাজোত ৰাইজৰ মাজত সুমন হৰিপ্ৰিয়া April 8, 2024 Sonakshi Sarkar বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো-শুৱালকুছি সমষ্টিৰ নিজ হাজোত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়িকা সুমন হৰিপ্ৰিয়াই। হাজোৰ হয়গ্ৰীৱ মাধৱ দোমোঠাৰগুৰিত দলীয় কৰ্মকৰ্তাৰ সৈতে এক বৈঠকত মিলিত…
News সাংবাদিক দিলীপ বৰ্মনৰ গ্ৰন্থ ‘জ্ঞান সম্ভাৰ’ উন্মোচন April 8, 2024 Sonakshi Sarkar অসম চৰকাৰৰ পৰা লেখক সম্বর্ধনা পোৱা, ৰাষ্ট্ৰীয় বঁটাপ্রাপক, আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত কবিতা পাঠ কৰি প্ৰশংসিত হোৱা, ২০২৪ বৰ্ষৰ বৰ্ষশ্রেষ্ঠ গল্পকাৰ বঁটা লাভ কৰা, একাধিক গ্রন্থৰ প্রণেতা, সাহিত্যিক-সাংবাদিক দিলীপ বৰ্মনৰ ‘জ্ঞান…
Latest ড০ ইন্দিৰা শইকীয়াৰ”হৃদয়ৰ প্ৰাৰ্থনা” ৰ উন্মোচন April 8, 2024 Sonakshi Sarkar দেওবাৰে কটন এলুমনাই ভৱনত ড° ইন্দিৰা শইকীয়াৰ হৃদয়ৰ প্ৰাৰ্থনা- নামৰ শিশু, চেমনীয়া আৰু কিশোৰৰ উপযোগী চুটি প্ৰবন্ধৰ সংকলন এখন উন্মোচন কৰা হয়। লেখিকাৰ এইখন সাহিত্য সম্পর্কীয় সপ্তম সংখ্যক গ্ৰন্থ। ইয়াৰ…
Business কোকা-কোলা ইণ্ডিয়া আৰু অঞ্জু ববি স্পৰ্টছ ফাউণ্ডেচনে মহিলা খেলুৱৈসকলক শক্তিশালী কৰিবলৈ সহযোগিতা কৰিছে April 8, 2024 Business Bureau দেশৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি কোকা-কোলা ইণ্ডিয়াই নিজৰ ফাউণ্ডেচনৰ জৰিয়তে অঞ্জু ববি স্প’ৰ্টছ ফাউণ্ডেচনৰ সৈতে ৩ বছৰীয়া অংশীদাৰিত্ব গঢ়ি তুলি প্ৰতিভাৱান খেলুৱৈসকলক অত্যাৱশ্যকীয় সুবিধা আৰু প্ৰশিক্ষণ সঁজুলিৰে…
Business হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ April 7, 2024 Dipshikha ৰুক্মিণীগাঁৱত হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ। ব্যস্ত পথটোৰ এটা অংশ ওফন্দি উঠাৰ লগতে মেলিছে ফাট। ফুলি উঠা পথৰ অংশটোৰ পৰা ওলাই আছে বোকা-পানী। ঘটনাস্থলী পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ।
Health বিশ্বজুৰি বৃদ্ধি পাব প্ৰষ্টেট কৰ্কট ৰোগীৰ সংখ্যা April 6, 2024 news editor বিশ্বব্যাপী ২০২০ আৰু ২০৪০ চনৰ ভিতৰত প্ৰষ্টেট কৰ্কটৰোগ (Prostate cancer) আৰু মৃত্যু ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এই ৰোগৰ প্ৰভাৱ সৰ্বাধিক হাৰত নিম্ন আৰু মধ্যম আয়ৰ দেশত অধিক…
Political ৫ ‘ন্যায়’ আৰু ২৫ টা ‘গেৰাণ্টি’ ৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কংগ্ৰেছৰ April 6, 2024 news editor কংগ্ৰেছে শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ বাবে তেওঁলোকৰ ইস্তাহাৰ প্ৰকাশ কৰে। কংগ্ৰেছে ইস্তাহাৰখনক ‘ন্যায় পাত্ৰ’ বুলি নামাকৰণ কৰিছে। ইয়াৰ লগতে কংগ্ৰেছে ‘হাত বদেগা হালত’ৰ শ্লোগান দিছে। কংগ্ৰেছৰ মুখ্য প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছে ৩০…