কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাসগৃহত EDয়ে চলালে অভিযান। বুধবাৰে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে কেৰালাম আৰু বেংগালুৰুৰ প্ৰায় ১০ ৰ পৰা ১২ টা স্থানত সমান্তৰালভাৱে চলাই তালাচী।জানিব পৰা মতে, এই গোচৰটো ধন সৰবৰাহ গোচৰৰ সৈতে জড়িত, য’ত কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ কন্যা আৰু তেওঁৰ কোম্পানী ‘এক্সালজিক ছলিউচনছ প্ৰাইভেট লিমিটেড’ৰ নাম পোহৰলৈ আহিছিল। Share this:FacebookX Related Post navigation পানীকলৈ প্ৰতিবাদ জনতাৰ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ সফল সামৰণি, ইউচিচি বিধেয়কত সন্মতি