Sports চতুৰ্থবাৰলৈ আই পি এলৰ ফাইনেল খেলিব কলকাতা নাইট ৰাইডাৰ্ছে May 25, 2024 Sonakshi Sarkar ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম ছিজনৰ ফাইনেল মেচখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হ’ব। এই খেলখন দেওবাৰে সন্ধিয়া চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত কেকেআৰে কোৱালিফায়াৰ-১…
Sports একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয়ৰে ইতিহাস ৰচিলে মানচেষ্টাৰ চিটিয়ে May 20, 2024 Sonakshi Sarkar মানচেষ্টাৰ চিটিয়ে দেওবাৰে ৱেষ্ট হেম ইউনাইটেডক ৩-১ গ’লত পৰাস্ত কৰি তেওঁলোকৰ একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰে। মেচখনত মানচেষ্টাৰ চিটিয়ে আক্ৰমণাত্মক আৰম্ভণি কৰে আৰু কেৱল ৭৯…
Sports আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ ঘোষণা সুনীল ছেত্ৰীৰ May 16, 2024 news editor ভাৰতত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্ৰীয়ে ৬ জুনত কুৱেইটৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ পিছত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে, যাৰ ফলত তেওঁৰ দীঘলীয়া আৰু সুন্দৰ কেৰিয়াৰৰ…
Sports সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য May 15, 2024 Sonakshi Sarkar ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত সপ্তম এম এম এ অৰ্থাৎ মিক্সড মাৰ্চিয়েল আৰ্টছ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত টিম অসমে মুঠ ১৭ টা পদক অৰ্জন কৰিছে। এই পদকৰ ভিতৰত আছে ৭ টা সোণ,…
Sports আইপিএলৰ প্লে অফৰ পৰা বাহিৰ গুজৰাট টাইটানছ May 14, 2024 Sonakshi Sarkar গুজৰাট টাইটানছৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্লে অফৰ বাবে যোগ্যতা অৰ্জনৰ আশা সোমবাৰে অন্ত পৰে। যেতিয়া বৰষুণৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে তেওঁলোকৰ মৰণপণৰ মেচখন বাতিল কৰা হৈছিল। কেকেআৰৰ এতিয়া ১৩…
Sports হানী আৰু জিয়ানৰ স্বৰ্ণ পদক May 14, 2024 Sonakshi Sarkar সুখ্যাত কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ কন্যা হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও ৬১ কেজি ছিনিয়ৰ শাখাত এটা ৰূপৰ পদক সহ মুঠ ২…
Sports অম্লানজ্যোতি’ৰ ৮ টা উইকেট দখল May 14, 2024 Sonakshi Sarkar অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা । ধুবুৰীত অনুষ্ঠিত নামনি অসম মণ্ডলৰ দুদিনীয়া লীগ মেচত প্ৰথম দিনৰ প্ৰথম ইনিংছত ধুবুৰীৰ বিৰুদ্ধে…
Sports দোহা ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা May 11, 2024 Sonakshi Sarkar অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই শুকুৰবাৰে ইয়াত অনুষ্ঠিত দোহা ডায়মণ্ড লীগ মীটৰ জেভলিন থ্ৰো ইভেণ্টত ৮৮.৩৬ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে দ্বিতীয় স্থান লাভ কৰে। তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত চেক গণৰাজ্যৰ ৱালেশৰ…
Sports পূৰ্ণ গতিত চলিছে পেৰিছ অলিম্পিক আয়োজনৰ প্ৰস্তুতি May 4, 2024 news editor পেৰিছ অলিম্পিক ২০২৪ ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। এইবাৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছত এই মহা ক্ৰীড়া লীগ আয়োজন কৰা হ’ব। য’ত ৩২৯ টা ইভেণ্টত ৩২টা…
Sports অহা বছৰ গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ May 2, 2024 Sonakshi Sarkar ভাৰতে অহা বছৰ গুৱাহাটীত বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰিব। ক্ৰীড়াৰ গোলকীয় পৰিচালনা সংস্থা বিডব্লিউএফে এই কথা ঘোষণা কৰে। ২০০৮ চনৰ পিছত এইটো প্ৰথমবাৰৰ বাবে হ’ব যে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন…