Sports প্ৰথমবাৰলৈ টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা June 27, 2024 news editor সাহসী প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰা আফগানিস্তানে টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ সপোন ভংগ হৈছে। তেওঁলোকে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ হাতত ন উইকেটত পৰাস্ত হয়। দক্ষিণ আফ্ৰিকাই এই জয়ৰে প্ৰথমবাৰৰ…
Sports ক্ৰিকেট ইতিহাসত সোণালী অধ্যায় লিখি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত আফগানিস্তান June 25, 2024 news editor ক্ৰিকেট ইতিহাসত সোণালী অধ্যায় লিখিলে আফগানিস্তানে। বিফলতাৰ পৰা সফলতাৰ যাত্ৰা আৰম্ভ কৰি আফগানিস্তানে টি-২০ বিশ্বকাপ চুপাৰ ৮ পৰ্যায়ৰ আজিৰ খেলখনত ডাকৱৰ্থ-লুইছ পদ্ধতিৰ জৰিয়তে বাংলাদেশক আঠ উইকেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে…
Sports চুপাৰ ৮ত ইংলেণ্ডৰ হাতত পৰাস্ত সহ-আয়োজক ৱেষ্ট ইণ্ডিজ June 20, 2024 editor ফিল চল্টৰ ৪৭ টা বলত অপৰাজিত ৮৭ ৰানৰ সহায়ত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে বৃহস্পতিবাৰে টি-২০ বিশ্বকাপ চুপাৰ ৮ পৰ্যায়ৰ প্ৰথমখন খেলত সহ-আয়োজক ৱেষ্ট ইণ্ডিজক আঠ উইকেটত পৰাস্ত কৰে। যোৱা গ্ৰুপ মেচখনত…
Sports World ২০ জুনত চুপাৰ ৮ৰ আফগানিস্তানৰে মুখামুখি ভাৰতৰ June 19, 2024 editor টি-২০ বিশ্বকাপত ভাৰতীয় দলটোৱে লীগ পৰ্যায়ত সুন্দৰ প্ৰদৰ্শন কৰি তেওঁলোকৰ সকলোবোৰ মেচত জয়ী হয়।এখন খেলত বৰষুণে বিধি পথালি দিছিল। টীম ইণ্ডিয়াই তেওঁলোকৰ গ্ৰুপত শীৰ্ষ স্থান অৰ্জন কৰিছে। ভাৰতীয় দলৰ পৰৱৰ্তী…
Sports টি-২০ বিশ্বকাপৰ পৰা বাহিৰ প্ৰাক্তন চেম্পিয়ন পাকিস্তান June 15, 2024 news editor আয়াৰলেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে নিশা অনুষ্ঠিত হ’বলগীয়া খেলখন বাতিল হোৱাৰ পিছত আমেৰিকাই টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায় অতিক্ৰম কৰাৰ সৈতে প্ৰাক্তন চেম্পিয়ন পাকিস্তান প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। আমেৰিকাই চুবুৰীয়া কানাডা আৰু শক্তিশালী…
Sports উইম্বলডনৰ ৫ কোটি পাউণ্ড হ’ব পুৰষ্কাৰৰ ধন June 14, 2024 editor অল ইংলেণ্ড ক্লাবৰ বিষয়াসকলে ঘোষণা কৰে যে উইম্বলডনৰ মুঠ পুৰষ্কাৰৰ ধন অভিলেখ ৫ কোটি পাউণ্ড (প্ৰায় ৬ কোটি ৪০ লাখ আমেৰিকান ডলাৰ) লৈ বৃদ্ধি হ’ব, প্ৰতিজন একক চেম্পিয়নে ২৭ লাখ…
Sports টি-২০ বিশ্বকাপত জয়ৰ হেট্ৰিকৰে চুপাৰ এইটত ভাৰত June 13, 2024 news editor বাওঁহাতৰ পেচাৰ আৰ্শদীপ সিঙে (৪ অভাৰত ৪টা উইকেট) কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু শিৱম দুবেৰ মাজত এক জটিল পিটছত ৬৫ বলত ৬৭ ৰানৰ অংশীদাৰীত্বৰ ফলত বুধবাৰে নিউয়ৰ্কত…
Sports টি-২০ বিশ্বকাপৰ বিজেতাই লাভ কৰিব ২০ কোটি টকা June 4, 2024 news editor আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) টি-২০ বিশ্বকাপৰ বাবে অভিলেখ ১১.২৫ নিযুত ডলাৰ (প্ৰায় ৯৩ কোটি ৫১ লাখ টকা) ৰ পুৰস্কাৰৰ ধন ঘোষণা কৰিছে। যাৰ ভিতৰত বিজয়ীয়ে লাভ কৰিব ২.৪৫ নিযুত ডলাৰ…
Sports ২ জুনৰ পৰা টি-২০ বিশ্বকাপ ২০২৪ June 1, 2024 news editor আই পি এলৰ পিছত এতিয়া বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি টি-২০ বিশ্বকাপ ২০২৪-ৰ ওপৰত। ইফালে, প্ৰতিযোগিতাখন ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলৈ গৈ আছে। এনে পৰিস্থিতিত প্ৰথমবাৰৰ বাবে…
Sports গৰৈমাৰী ষ্টেডিয়ামত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী May 29, 2024 editor অসম হকীৰ তত্ত্বাৱধানত চৰাইদেউ জিলাৰ মাহমৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ১৪ সংখ্যক ছিনিয়ৰ আন্তঃজিলা মহিলাৰ হকী চেম্পিয়নশ্বিপ । মঙলবাৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ।…