Sports ব্যতিক্ৰমৰূপে আয়োজন হ’ব পেৰিছ অলিম্পিক ২০২৪ July 12, 2024 news editor ক্ৰীড়াৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান অৰ্থাৎ অলিম্পিক শীঘ্ৰে আৰম্ভ হ’ব। এইবাৰ পেৰিছত আয়োজন হ’ব অলিম্পিক। সমগ্ৰ বিশ্বৰ পৰা ১০ হাজাৰৰো অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিব। সম্পূৰ্ণ পৃথককৈ এইবাৰ অলিম্পিক আয়োজন হ’ব।…
Sports ইউৰো-২০২৪ৰ ফাইনেলত ইংলেণ্ড July 11, 2024 news editor এটা গ’লত পিছ পৰাৰ পিছত উভতি ৱাটকিনছে ষ্টপেজ টাইমত কৰা গ’লৰ সৈতে ইংলেণ্ডে নেডাৰলেণ্ডক ২-১গ’লত পৰাস্ত কৰি ইউৰো ফুটবল চেম্পিয়নশ্বিপ ২০২৪-ৰ ফাইনেলত প্ৰৱেশ কৰে। য’ত তেওঁলোকে এতিয়া ১৫ জুলাইত স্পেইনৰে…
Sports ফুটবল প্ৰেমীৰ দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৬ বৰ্ষীয়া স্পেনিছ তাৰকা July 11, 2024 Sonakshi Sarkar স্পেইনৰ ফুটবল জগতত আৱিৰ্ভাৱ ঘটা লামিন য়ামাল । দেশৰহৈ ইউৰো কাপ ফুটবলত নমা প্ৰথমগৰাকী কনিষ্ঠ খেলুৱৈ হিচাপে অতি দক্ষতা আৰু চকুত লগা খেল প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ…
Sports ফ্ৰান্সক পৰাস্ত কৰি ইউৰো ২০২৪ৰ ফাইনেলত স্পেইন July 10, 2024 Sonakshi Sarkar লেমিন য়ামাল ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপত সৰ্বকনিষ্ঠ গ’লদাতা হিচাপে পৰিগণিত হয়, যাৰ সহায়ত স্পেইনে ফ্ৰান্সক ২-১ গ’লত পৰাস্ত কৰি ইউৰো ২০২৪ ৰ ফাইনেলত উপনীত হয়। ফ্ৰান্সে অষ্টম মিনিটত ৰেণ্ডাল কলো মুয়ানিৰ…
Latest Sports পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকাবাহক হ’ব পি ভি সিন্ধু July 9, 2024 editor লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী গগন নাৰাঙে সোমবাৰে পেৰিছ অলিম্পিকৰ বাবে ভাৰতৰ মিছন মুৰব্বী হিচাপে বক্সাৰ মেৰী কমৰ স্থান লয়। তেওঁ এইবাৰ অলিম্পিকৰ ভাৰতৰ মিছন মুৰব্বী হ’ব। আনহাতে, পেৰিছ গেমছৰ…
Sports ইউৰো ২০২৪ৰ ছেমি ফাইনেলত স্পেইন July 6, 2024 Sonakshi Sarkar মাইকেল মেৰিনোৰ অন্তিম মুহূৰ্তত অতিৰিক্ত সময়ৰ গ’লৰ ফলত স্পেইনে এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ (ইউৰো ২০২৪) ছেমি ফাইনেলত উপনীত হয়। নিৰ্ধাৰিত সময়লৈকে…
Sports ভেনিজুৱেলাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ছেমি ফাইনেলত কানাডা July 6, 2024 Sonakshi Sarkar কোপা আমেৰিকা কাপত ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় ফুটবল দল আৰু কানাডাৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেল খেল অমীমাংসিত ভাৱে সমাপ্ত হয়। যাৰ ফলত বিজয়ীক পেনাল্টি শ্বুটআউটৰ দ্বাৰা…
Sports পেৰিছ অলিম্পিকত ভাৰতৰ এথলেটিকছ দলক নেতৃত্ব দিব নীৰজ চোপ্ৰাই July 5, 2024 Piyali Poddar ডিফেণ্ডিং চেম্পিয়ন নীৰজ চোপ্ৰাই ২৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া পেৰিছ অলিম্পিকত ২৮ জনীয়া ভাৰতীয় এথলেটিকছ দলৰ নেতৃত্ব দিব। টকিঅ’ অলিম্পিকৰ জেভলিন থ্ৰো স্বৰ্ণ পদক বিজয়ী আৰু বিশ্ব চেম্পিয়ন চোপ্ৰাই পেৰিছ…
Education Sports বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণ July 3, 2024 editor বৰপেটা চহৰৰ ৰংপুৰহাটীৰ “ময়ুৰী দুৱৰী দবা অনুশীলণ কেন্দ্ৰ”ত অহা ১০ জুলাইৰ পৰা ২৫ জুলাইলৈ পোন্ধৰ দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। উক্ত বিনামূলীয়া দবা প্ৰশিক্ষণ কেৱল চৰকাৰী…
Sports পেৰিছ অলিম্পিকৰ বাবে সাজু ভাৰোত্তোলক মীৰাবাঈ চানু June 28, 2024 news editor টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানুৱে অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া পেৰিছ অলিম্পিকত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে দেশক আন এটা পদক দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। পেৰিছ অলিম্পিকৰ টিকট সুৰক্ষিত…