Category: Sports

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ মাজৰে ফ্ৰান্সে বিশ্বৰ আগত দাঙি ধৰিলে সাংস্কৃতিক বৈচিত্ৰ্য-বিপ্লৱৰ ইতিহাস

পেৰিছৰ সৌন্দৰ্যৰে ভৰপূৰ ছেইন নৈৰ বুকুত নাওত পেৰাডিং কৰা এথলীটসকলৰ মনোমোহা পৰিৱেশৰ মাজত ফ্ৰান্সে শুকুৰবাৰে ৩৩ সংখ্যক অলিম্পিক গেমছৰ ৰঙীন উদ্বোধনী অনুষ্ঠানত তেঁওলোকৰ সাংস্কৃতিক বৈচিত্ৰ্য, বিপ্লৱৰ ইতিহাস আৰু স্থাপত্য ঐতিহ্য…

বৰপেটা ‘বি’ ডিভিজন ফুটবল

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা বৰপেটা আন্ত: সংগঠন ‘বি’ ডিভিজন ফুটবল লীগ তথা নক আউট টূৰ্ণামেন্টৰ সুন্দৰ বিজয় সাব্যস্ত কৰিছে বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতাল…

অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা চাৰি সাংবাদিকক

অলিম্পিক গেমছ ক’ভাৰ কৰা ৰাজ্যৰ চাৰিগৰাকী ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জনায় অসম অলিম্পিক সন্থাই ৷ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰৰ সঞ্চালনাত এ অ’ এৰ সভাকক্ষত…

প্ৰথমবাৰলৈ ভাৰতীয় সেনা দুগৰাকী মহিলা খেলুৱৈয়ে অংশ ল’ব অলিম্পিকত

পেৰিছ অলিম্পিকত ভাৰতৰ ১১৭ জনীয়া দলে ল’ব অংশ। এই ১১৭ জনীয়া দলত আছে ২৪ জন সেনাবাহিনীৰ এথলীট। ইয়াৰ ভিতৰত জেভেলিন থ্ৰো তাৰকা নীৰজ চোপ্ৰা অন্যতম। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক…

ফিফা ৰেংকিঙত ১২৪ তম স্থানত ভাৰত, শীৰ্ষত আৰ্জেণ্টিনা

ভাৰতীয় ফুটবল দলে শেহতীয়াকৈ জাৰি কৰা পুৰুষৰ ফিফা ৰেংকিঙত ১২৪ তম স্থান বজাই ৰাখিছে, য’ত বিশ্ব চেম্পিয়ন আৰু কোপা আমেৰিকা বিজয়ী আৰ্জেণ্টিনাই শীৰ্ষ স্থান শক্তিশালী কৰিছে। জুনত প্ৰকাশিত ফিফা ৰেংকিঙত,…

পেৰিছ অলিম্পিকত পদকৰ ধাৰা অক্ষুণ্ণ ৰাখিব পাৰিবনে ভাৰতৰ মল্লযোদ্ধাই ?

২০০৮ চনত বেইজিং অলিম্পিকৰ পিছত ভাৰতে প্ৰতিটো অলিম্পিকত পদক জিকিছে আৰু পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা মল্লযোদ্ধাসকলৰ বাবে তেওঁলোকৰ ধাৰা অব্যাহত ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব। একেৰাহে চাৰিটা অলিম্পিকত সফলতাৰ…

ৰাজ্যিক লেভেল সদৌ অসম অল ষ্টাইল মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ                                        

১৪ জুলাইত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত ২০২৪ বৰ্ষৰ ৪৫ সংখ্যক ৰাজ্যিক লেভেল সদৌ অসম অল ষ্টাইল মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপত বৰপেটাৰ ইন্টাৰনেছনেলৰ চাইনিজ চাওলীন কুংফু একাডেমীৰ কেইবাজনো খেলুৱৈৱে ৭…

পেৰিছ অলিম্পিকত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব সৰ্বাধিক ২৯জন এথলেটিকছে  ১১৭ জন খেলুৱৈক অলিম্পিকত অংশগ্ৰহণত অনুমোদন ভাৰতৰ চৰকাৰৰ

পেৰিছ অলিম্পিকত ভাৰতৰ ১১৭ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ক্ৰীড়া মন্ত্ৰালয়ে ক্ৰীড়া বিষয়াসহ সহায়ক কৰ্মচাৰীৰ ১৪০ জনৰ নামটো অনুমোদন জনাইছে। যিয়ে অলিম্পিকত অংশগ্ৰহণ কৰিব। সহায়ক কৰ্মচাৰীৰ ৭২ জন সদস্যক চৰকাৰৰ ব্যয়ত…

একেৰাহে দ্বিতীয়বাৰলৈ কোপা আমেৰিকাৰ চেম্পিয়ন আৰ্জেণ্টিনা

লিয়নেল মেছিৰ আৰ্জেণ্টিনা ফুটবল দলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আধিপত্য বৃদ্ধি পাইছে। একেৰাহে দ্বিতীয়বাৰলৈ আৰ্জেণ্টিনাই কোপা আমেৰিকা ২০২৪ খিতাপ দখল কৰিছে। সোমবাৰে অনুষ্ঠিত ফাইনেলত আৰ্জেণ্টিনাই কলম্বিয়াক পৰাস্ত কৰি কোপা আমেৰিকা ট্ৰফী দখল…

উইম্বলডনৰ ফাইনেলত জক’ভিচৰে মুখামুখি আলকাৰাজৰ

স্পেইনৰ কাৰ্লোছ আলকাৰাজে ৰাছিয়াৰ দানিল মেদভেদেভক পৰাস্ত কৰি উইম্বলডনৰ ফাইনেলত প্ৰৱেশ কৰে, য’ত তেওঁ ন’ভাক জক’ভিচৰে মুখামুখি হ’ব। যদি আলকাৰাজ জয়ী হয়, তেন্তে এইটো তেওঁৰ একেৰাহে দ্বিতীয় উইম্বলডন আৰু চতুৰ্থ…