Sports পেৰিছ অলিম্পিকত ভাৰতীয় বক্সাৰৰ নিৰাশজনক প্ৰদৰ্শন August 12, 2024 Sonakshi Sarkar নিখাত জাৰিন আৰু লাভলিনা বৰগোহাঁইৰ দৰে বিশ্ব চেম্পিয়ন হোৱা স্বত্বেও ভাৰতীয় বক্সাৰসকলে পেৰিছ অলিম্পিকত প্ৰত্যাশা পূৰণ কৰাত ব্যৰ্থ হয় আৰু পদক অবিহনে উভতি আহিব লগা হয়।২০০৮ চনত বেইজিং অলিম্পিকত বিজেন্দ্ৰ…
Sports পেৰিছ অলিম্পিকৰ ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত মল্লযুদ্ধা অমন চেহৰাৱতৰ ব্ৰঞ্জ পদক August 10, 2024 Sonakshi Sarkar প্ৰত্যাশা পূৰণ কৰি অমন চেহৰাৱতে শুকুৰবাৰে নিশা ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাৰ ব্ৰঞ্জ পদকৰ খেলখনত পুয়েৰ্টো ৰিকোৰ ডাৰিয়ান টই ক্ৰুজক ১৩-৫ পইণ্টত পৰাস্ত কৰি পেৰিছ অলিম্পিকত কুস্তিৰ ক্ষেত্ৰত ভাৰতক প্ৰথমটো পদক…
Sports পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ August 9, 2024 Sonakshi Sarkar ডিফেণ্ডিং চেম্পিয়ন নীৰজ চোপ্ৰা পেৰিছ অলিম্পিকত জেভলিন থ্ৰো ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰি একেৰাহে অলিম্পিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছে। কিন্তু পাকিস্তানৰ আৰ্শাদ…
Sports বিশ্ব অভিলেখৰে পেৰিছ অলিম্পিকৰ জেভেলিন থ্ৰোত আৰ্শাদ নাদিমৰ সোণ August 9, 2024 Sonakshi Sarkar পেৰিছ অলিম্পিকত জেভেলিন থ্ৰোত পাকিস্তানৰ আৰ্শাদ নাদিমে সোণৰ পদক জিকিছে। পাকিস্তানৰ আৰ্শাদ নাদিমে নতুন অভিলেখৰ সৈতে অলিম্পিকত সোণৰ পদক জিকিছে। নাদিমে তেওঁৰ দ্বিতীয়টো থ্ৰো ৯২.৯৭ মিটাৰলৈ কৰে, যিটো এক বিশ্ব…
Sports অলিম্পিকৰ জেভলিন থ্ৰোৰ গ্ৰুপ এ আৰু বিত শীৰ্ষস্থান দখলৰে ফাইনেললৈ যোগ্যতা নীৰজ চোপ্ৰাৰ August 6, 2024 news editor ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ নীৰজ চোপ্ৰাই মঙলবাৰে ইয়াত গ্ৰুপ বি অৰ্হতাৰ প্ৰথম প্ৰয়াসত ৮৯.৩৪ মিটাৰ থ্ৰোৰে পেৰিছ অলিম্পিক গেমছৰ পুৰুষৰ জেভলিন থ্ৰো ইভেণ্টৰ ফাইনেললৈ প্ৰৱেশ কৰে। গ্ৰুপ বি অৰ্হতাৰ প্ৰথম থ্ৰোত…
Sports পেৰিছ অলিম্পিকত সোণৰ পদক অৰ্জন ন’ভাক জক’ভিচৰ August 5, 2024 editor ছাৰ্বিয়াৰ ন’ভাক জক’ভিচে ১৬ বছৰৰ অপেক্ষাৰ সমাপ্তি ঘটাই পেৰিছ অলিম্পিকত সোণৰ পদক জিকে। পুৰুষৰ একক ফাইনেলত জক’ভিচে স্পেইনৰ কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ স্বৰ্ণ পদক অৰ্জন কৰে।…
Sports বিশ্বৰ দ্ৰুতবেগী মানৱ আমেৰিকাৰ নোহ লাইলেছ August 5, 2024 Sonakshi Sarkar পেৰিছ অলিম্পিকত দেওবাৰে নিশা পুৰুষৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নোহ লাইলেছে সোণৰ পদক অৰ্জন কৰে। ইয়াৰ সৈতে তেওঁ হৈ পৰিছে বিশ্বৰ দ্ৰুত দৌৰবিদ। তেওঁ ষ্টেড ডি ফ্ৰান্সত হাজাৰ…
Sports পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবল July 31, 2024 Sonakshi Sarkar পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবলৰ উদ্ধোধনী খেলত কামৰূপ গ্ৰাম্য জিলাৰ ডামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিৰুদ্ধে ২-০ গ’লত জয়েৰে অভিযান আৰম্ভ কৰিছে লক্ষীমপুৰৰ ঘিলামৰা টাউন হাইস্কুলে৷ মহানগৰীৰ পাশ্বৱৰ্তী টেপেচিয়াস্হিত এল.এন.আই.পি.ই.ৰ…
Sports পেৰিছ অলিম্পিকত দ্বিতীয়টো পদক অৰ্জন কৰি ইতিহাস ৰচিলে মনু ভাকাৰে July 30, 2024 news editor পেৰিছ অলিম্পিকত শ্বুটাৰ মনু ভাকাৰে ৰচিলে ইতিহাস। ১০ মিটাৰ এয়াৰ পিষ্টলৰ একক প্ৰতিযোগিতাত পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক (ব্ৰঞ্জ) অৰ্জন কৰা মনু ভাকাৰে এইবাৰ মিক্সড দলৰ শ্ৰেণীত পদক অৰ্জন…
Sports ঝাৰখণ্ড-মিজোৰামৰ ছোৱালীৰ জয়লাভ July 27, 2024 Sonakshi Sarkar হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ দিনটোৰ প্ৰথমখন মেচত ঝাৰখণ্ডৰ মহিলা দলে মনিপুৰৰ বিৰুদ্ধে প্ৰথমে এগলত পিছ পৰাৰ পাছতো শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ২-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে৷…