Category: Sports

আইএছএলৰ প্ৰতিটো ক্লাবে ভাৰতীয় সহকাৰী প্ৰশিক্ষক ৰখাটো বাধ্যতামূলক

ইণ্ডিয়ান চুপাৰ লীগে (আইএছএল) সকলো ক্লাবৰ বাবে কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰে। যেনে বাধ্যতামূলক ভাৰতীয় সহকাৰী প্ৰশিক্ষক, কনকাচন (মূৰৰ আঘাতৰ বাবে মূৰ্চ্ছা যোৱা অৱস্থা) বিকল্প আৰু ৰঙা কাৰ্ডৰ সিদ্ধান্তৰ বিৰুদ্ধে…

পেৰিছ পেৰালিম্পিকত ২০ টা পদকৰে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন

ভাৰতীয় এথলীটসকলে পেৰিছ পেৰালিম্পিকত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। এতিয়ালৈকে, ভাৰতীয় এথলীটসকলে পেৰিছ পেৰালিম্পিকত ২০ টা পদক জিকিছে। ২০ টা পদকৰ ভিতৰত আছে ৩ টা সোণ, ৭টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ…

পেৰিছ পেৰালিম্পিকত প্ৰীতি পালৰ দ্বিতীয়টো ব্ৰঞ্জ পদক অৰ্জন

ভাৰতীয় পেৰা-এথলীট প্ৰীতি পালে মহিলাৰ ২০০ মিটাৰ টি-৩৫ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। প্ৰীতিয়ে ফাইনেলত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন প্ৰস্তুত কৰি ৩০.০১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে আৰু পোডিয়াম স্থান লাভ কৰাত…

জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ক্ৰিকেট

জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ১৯ বছৰ অনুৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ মেচ বৰপেটা আৰু গোৱালপাৰাত অনুষ্ঠিত হ’ব । লক্ষ্যনীয়ভাৱে অসম ক্ৰিকেট সন্থাৰ দ্বাৰা ইতিমধ্যে ‘জনেল’ মেচ সমুহ সমাপ্ত…

আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা

আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ একক শাখাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছেগুৱাহাটীৰ আয়ান ৰছিদ আৰু ময়ুৰী বৰ্মনে ৷…

ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যই ল’ৰাৰ ছাব-জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত ব্ৰঞ্জ জয় কৰি আয়োজক ৰাজ্যখনক একমাত্ৰ সফলতা দিবলৈ সক্ষম হৈছে৷ সামৰণি…

উমেশ বৰুৱা স্মৃতি ফুটবল প্ৰতিযোগিতা

বৰপেটা জিলা ভিত্তিত প্ৰয়াত উমেশ বৰুৱা স্মৃতি প্ৰথম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা স্থানীয় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা ২০ আগষ্টৰ পৰা শুভাৰম্ভ হ’ব বুলি জানিব পৰা গৈছে । আমন্ত্ৰণ মুলক…

দুলীপ ট্ৰফিত ৰিয়ান আৰু আকাশ

আগন্তুক দুলীপ ট্ৰফি ক্ৰিকেটৰ বাবে অসম তাৰকা ৰিয়ান পৰাগ আৰু অল ৰাউণ্ডাৰ আকাশ সেনগুপ্তাই স্থান লাভ কৰিছে। ৰিয়ানে ভাৰতীয় ‘এ’ টীমত আৰু আকাশে স্থান লাভ কৰিছে ভাৰতীয় ‘ডি’ দলত। বলিং…

ডুৰাণ্ড কাপ ফুটবল কোৱাৰ্টাৰত প্ৰৱেশৰ আশা বড়োলেণ্ড এফ চিৰ

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে বড়োলেণ্ড এফ চিয়ে ৷ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ এখন মেচত দলে ৪-৩ গলৰ…

সামৰণি পৰিল ২০২৪ৰ পেৰিছ অলিম্পিক

বিশাল ষ্টেড ডি ফ্ৰান্সক এটা কনচাৰ্ট হলৰ দৰে দেখা যায়, য’ত পেৰিছ অলিম্পিকৰ অন্তিম দিনা এক বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰে অলিম্পিক গেমছে চাৰি বছৰৰ পিছত নতুন উদ্যমেৰে লছ…