Category: Sports

পেৰিছ অলিম্পিকৰ আয়োজক সমিতিক আনুষ্ঠানিকভাৱে অগ্নিশিখা প্ৰদান

গ্ৰীচে শুকুৰবাৰে এথেন্সৰ পানাথেনাইক ষ্টেডিয়ামত অনুষ্ঠিত এক সাংকেতিক অনুষ্ঠানত পেৰিছ ২০২৪ আয়োজক সমিতিৰ এটা প্ৰতিনিধি দলক আনুষ্ঠানিকভাৱে অলিম্পিকৰ অগ্নিশিখা প্ৰদান কৰে। এইটো সেই একেই ঠাই য’ত, আধুনিক অলিম্পিক প্ৰথমবাৰৰ বাবে…

৫ জুনৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই

টি-২০ বিশ্বকাপ ২০২৪ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰত অনুষ্ঠিত হ’ব। আইচিচিৰ এই বৃহৎ ইভেণ্টটো ১ জুনৰ পৰা ২৯ জুনলৈ খেলা হ’ব। এই টি-২০ বিশ্বকাপত, ভাৰত আৰু পাকিস্তানৰ দল একেটা গ্ৰুপত আছে।…

পেৰিছ অলিম্পিকত পদক জিকিবলৈ আত্মবিশ্বাসী লাভলিনা বৰগোহাঁই

ভাৰতৰ শীৰ্ষ বক্সাৰ লাভলিনা বৰগোহাঁইয়ে তেওঁৰ প্ৰাকৃতিক ওজন শ্ৰেণীৰ পৰিৱৰ্তন আৰু ৭৫ কিলোগ্ৰাম শাখাত কঠোৰ প্ৰতিযোগিতা স্বত্বেও পেৰিছ অলিম্পিকত পদক জিকিবলৈ আত্মবিশ্বাসী। টকিঅ’ অলিম্পিকত পদক জয় কৰাৰ পিছত অসমৰ বক্সাৰগৰাকীয়ে…

ভাৰতৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলাৰ পোষকতা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষ মহছিন নকভিয়ে কয় যে যদি ভাৰতে অহা বছৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ নিজৰ দল প্ৰেৰণ কৰে, তেন্তে পিচিবি তেওঁলোকৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলিবলৈ সাজু।…

ঐতিহাসিক স্থানৰ পৰা সংগ্ৰহ কৰা লোৰ টুকুৰাৰে নিৰ্মাণ হ’ব পেৰিছ অলিম্পিকৰ পদক

পেৰিছ, ১০ এপ্ৰিল: মেগা ক্ৰীড়া ইভেণ্ট অলিম্পিক আৰম্ভ হ’বলৈ মাজত মাথোঁ আৰু ১০০ দিন বাকী। এইবাৰ আয়োজক ফ্ৰান্সে আইফেল টাৱাৰত প্ৰদৰ্শন কৰিব অলিম্পিক ৰিং। অলিম্পিকৰ ২৯ মিটাৰ দীঘল (৯৫ ফুট)…

শ্বিলঙত ডি এছ চি প্ৰতিভা সন্ধানী ফুটবল প্ৰতিযোগিতা

১৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা ড্ৰিম স্পৰ্টছ চেম্পিয়নশ্বিপ ৰ শ্বিলং লেগৰ খেলসমুহ অহা আঠ এপ্ৰিলৰ পৰা শ্বিলঙত আৰম্ভ হ’ব৷ উল্লেখ্য যে ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অল ইণ্ডিয়া ফুটবল…

আইডব্লিউএফ বিশ্বকাপত অংশ ল’ব মীৰাবাঈ চানুৱে

টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানুৱে ছয় মাহৰ আঘাতৰ বিৰতিৰ পিছত আইডব্লিউএফ বিশ্বকাপত প্ৰত্যাৱৰ্তন কৰি পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব বিচাৰিব। বিশ্বকাপ কেৱল অন্তিমখন কোৱালিফাইং টুৰ্ণামেণ্ট নহয়…

পেৰিছ অলিম্পিকত পুনৰ স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্য নীৰজ চোপ্ৰাৰ

বৰ্তমানৰ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ১০ মে’ত প্ৰতিষ্ঠিত ডায়মণ্ড লীগ শৃংখলাৰ দোহা লেগত তেওঁৰ ছিজন আৰম্ভ কৰিব। ২৬ বছৰীয়া চোপ্ৰাই চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ…

খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ  ৰাউণ্ড ২,

আজিৰেপৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ ড০ জাকিৰ হুছেইন একুৱেটিক কম্প্লেক্সত খেলো-ইণ্ডিয়া অস্মিতা মহিলা জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতা দুদিনীয়া কাৰ্যসূচীৰে আজি ২৯ মাৰ্চত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হৈছে। ছুইমিং ফেডাৰেচন অফ ইণ্ডিয়া…

১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’ব মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপ

১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপৰ গ্ৰুপ এ-ত ডিফেণ্ডিং চেম্পিয়ন ভাৰতক চিৰপ্ৰতিদ্বন্দী পাকিস্তান, ইউএই আৰু নেপালৰ সৈতে একত্ৰিত কৰা হৈছে। এই ৯ দিনীয়া প্ৰতিযোগিতাখনত…