News সাংবাদিক দিলীপ বৰ্মনৰ গ্ৰন্থ ‘জ্ঞান সম্ভাৰ’ উন্মোচন April 8, 2024 Sonakshi Sarkar অসম চৰকাৰৰ পৰা লেখক সম্বর্ধনা পোৱা, ৰাষ্ট্ৰীয় বঁটাপ্রাপক, আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত কবিতা পাঠ কৰি প্ৰশংসিত হোৱা, ২০২৪ বৰ্ষৰ বৰ্ষশ্রেষ্ঠ গল্পকাৰ বঁটা লাভ কৰা, একাধিক গ্রন্থৰ প্রণেতা, সাহিত্যিক-সাংবাদিক দিলীপ বৰ্মনৰ ‘জ্ঞান…
Latest News শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন April 6, 2024 editor গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত চোৰাং কাঠৰ বেহা অব্যাহত থকা সময়তে যোৱা নিশা শিমলীতোলাত বন বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শাল গছৰ কুণ্ডাসহ এখন…
Latest News কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে April 6, 2024 editor বৰপেটা জিলাৰ কয়াকুছিত যোৱা নিশা এদল দুস্কৃতিকাৰীয়ে কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মূল্যৰ দোকান জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷ আনকি উক্ত অগ্নিকাণ্ডত সুলভ মূল্যৰ দোকানৰ সংলগ্ন গোহালি ঘৰ এটাও…
News এপ্ৰিলৰ পৰা জুনমাহলৈ বৃদ্ধি পাব অত্যাধিক হিটৱেভৰ সংখ্যা April 2, 2024 news editor ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কৈছে যে এপ্ৰিলৰ পৰা জুনমাহলৈ অত্যাধিক হিটৱেভৰ সংখ্যা বৃদ্ধি পাব। একে সময়তে, দেশৰ কিছু অংশত বৰষুণ হ্ৰাস হোৱাৰো সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই পূৰ্বানুমানই…
News তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাত আফস্পাৰ ম্যাদ ছয় মাহলৈ বৃদ্ধি March 30, 2024 news editor কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)( আফস্পা) ৰাজ্যৰ চাৰিখন জিলাত ছয় মাহলৈ ম্যাদ বৃদ্ধি কৰিছে। এই চাৰিখন জিলা হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ। চৰকাৰে কয় যে…
News চান্দমাৰিত প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনাবৰ্তমান সময়ত সুষ্ঠ-সত্য সংবাদ পৰিৱেশনৰ অভাৱ ঘটিছে March 19, 2024 editor অসমৰ প্ৰথিতযশা সাংবাদিক, চিন্তাবিদ, অনুবাদক, “দি চেন্ট্ৰিনেল” কাকতৰ প্ৰাক্তন সম্পাদক, পদ্মশ্ৰী প্ৰাপক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক আজি “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা নিজ বাসভৱন মহানগৰীৰ চান্দমাৰিস্থিত নিজ বাসভৱনত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়…
News কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ডিএছপি কিৰণ চন্দ্ৰ নাথ March 18, 2024 news editor গোলাঘাট জিলাৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত কৰ্তব্যৰত এজন উপ আৰক্ষী অধীক্ষক (ডিএছপি)ক এগৰাকী কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা ডিএছপি জনৰ নাম হৈছে কিৰণ চন্দ্ৰ নাথ।…
Business Latest News Political যুৱসকলক নিযুক্তিৰ সুযোগপ্ৰদানৰ বাবে লক্ষ্ণৌত কৌশল মহোৎসৱ March 13, 2024 Business Bureau নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে (এনএছডিচি) লক্ষ্ণৌ বিশ্ববিদ্যালয়ত ৯ আৰু ১০ মাৰ্চত দুদিনীয়াকৈ আয়োজিত মেগা অনুষ্ঠান কৌশল মহোৎসৱৰ জৰিয়তে যুৱক-যুৱতীৰ সবলীকৰণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ উচ্চাকাংক্ষী পৰিকল্পনাৰ কথা সদৰি কৰিছে। দক্ষতা…
Economy Latest News লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰিজ আৰু উন্নাত ভাৰতে ভাৰতত ই স্মাৰ্ট ক্লিনিক প্ৰকল্প আৰম্ভ কৰিছিল March 13, 2024 Business Bureau লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ লিমিটেডে উন্নত ভাৰত অভিযানৰ সহযোগত আৰম্ভ কৰিছে ই স্মাৰ্ট ক্লিনিক প্ৰকল্প। এইমছ ৰাজকোটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰি এই পদক্ষেপ দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে…