Category: Business

বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান

বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান।বিধানসভাত UCC গৃহীত হোৱাৰ পাছতেই সোণাৰিত আটক এজন।বাল্যবিবাহৰ অভিযোগত আটকাধীন যুৱকজনৰ নাম বিপ্লৱ খাকলাৰী।সোণাৰিৰ জুটুলনীৰ পৰা আটক কৰা হৈছে যুৱকজনক ।

ইজৰাইলে গাজাত চলালে আক্ৰমণ

পশ্চিম এছিয়াত অব্যাহত যুদ্ধৰ মাজতে ইজৰাইলে গাজাত আক্ৰমণ চলাই দুটা কুখ্যাত সন্ত্ৰাসবাদীক ধৰাশায়ী কৰে। কুখ্যাত সন্ত্ৰাসবাদী দুটাক এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে হত্যা কৰা বুলি দাবী কৰিছে ইজৰাইলে। ইজৰাইল সেনাই কয় যে-…

মিঠা আলুৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মিঠা আলু হৈছে প্ৰাকৃতিক পুষ্টিৰ ভঁৰাল। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন (A, C, E), ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট থাকে। ই হজমশক্তি বঢ়ায়, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, চকুৰ দৃষ্টিশক্তি উন্নত কৰে আৰু…

গড্ৰেজ ফাউণ্ডেচনে ৰাষ্ট্ৰীয় মঞ্চ টুমৰু মেকাৰ্ছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে

গড্ৰেজ ফাউণ্ডেচনে সমগ্ৰ ভাৰততে এছটিইএম, উদ্ভাৱন, কলা আৰু প্ৰতিৰক্ষা আদি ক্ষেত্ৰত পিছপৰা পটভূমিৰ উচ্চ সম্ভাৱনাপূৰ্ণ শিক্ষাৰ্থীসকলক চিনাক্ত কৰি সহায় কৰাৰ উদ্দেশ্যে এক ৰাষ্ট্ৰীয় মঞ্চ টুমৰু মেকাৰ্ছ মুকলি কৰাৰ কথা ঘোষণা…

ইউচিচি বিধেয়ক গৃহীত হোৱাত অসম চৰকাৰক অভিনন্দন নিতিন নবীনৰ

অসম বিধানসভাত অভিন্ন দেৱানী বিধি বিধেয়ক গৃহীত হোৱাৰ পাছতে দেশজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। অসম চৰকাৰৰ এই পদক্ষেপক পূৰ্ণ সমৰ্থন কৰি বিধেয়কখনক উষ্ম আদৰণি জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নেতা নিতিন…

আশাৰাম বাপুক সকাহ নিদিলে উচ্চ ন্যায়ালয়; বাহাল থাকিল যাৱজ্জীৱন শাস্তি

স্বয়ম্ভূ ধৰ্মগুৰু আশাৰাম বাপুৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি অপৰিৱৰ্তিত ৰাখিলে ৰাজস্থান উচ্চ ন্যায়ালয়ে। শেহতীয়া তথ্য অনুসৰি, ন্যায়াধীশ অৰুণ মোংগা আৰু ন্যায়াধীশ যোগেন্দ্ৰ কুমাৰ পুৰোহিতৰ বিচাৰপীঠে সোমবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। আদালতে…

সীমান্ত সুৰক্ষাত ডাঙৰ অগ্ৰগতি; মেঘালয়ত বেৰ নিৰ্মাণৰ কাম শেষ পৰ্যায়ত

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মেঘালয়ৰ সৈতে থকা ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁটাতাঁৰৰ বেৰ নিৰ্মাণৰ কাম। সোমবাৰে এই বিষয়ে জানিবলৈ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। সীমান্তৰ আন্তঃগাঁথনি উন্নয়নৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি…

উচ্চতম ন্যায়ালয়ৰ সন্মতি; মণিপুৰত বাহিৰৰ কেডাৰৰ আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তি সম্ভৱ

গোষ্ঠীগত সংঘৰ্ষ জৰ্জৰ মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ বাহিৰৰ কেডাৰৰ কোনো আই পি এছ বিষয়াক আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হিচাপে নিযুক্তি দিয়াৰ বাবে সোমবাৰে অনুমতি প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে।…

অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ সফল সামৰণি, ইউচিচি বিধেয়কত সন্মতি

পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথমটো অধিৱেশনৰ বুধবাৰে সফলতাৰে সামৰণি পৰে। এই ঐতিহাসিক অধিৱেশনৰ অন্তিম দিনটোত ৰাজ্য চৰকাৰে উত্থাপন কৰা অন্যতম গুৰুত্বপূৰ্ণ ‘অসম অভিন্ন দেৱানী বিধি বিধেয়ক ২০২৬’…

প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাসগৃহত EDয়ে চলালে অভিযান

কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাসগৃহত EDয়ে চলালে অভিযান। বুধবাৰে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে কেৰালাম আৰু বেংগালুৰুৰ প্ৰায় ১০ ৰ পৰা ১২ টা স্থানত সমান্তৰালভাৱে চলাই তালাচী।জানিব পৰা মতে, এই গোচৰটো ধন…