বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান।বিধানসভাত UCC গৃহীত হোৱাৰ পাছতেই সোণাৰিত আটক এজন।বাল্যবিবাহৰ অভিযোগত আটকাধীন যুৱকজনৰ নাম বিপ্লৱ খাকলাৰী।সোণাৰিৰ জুটুলনীৰ পৰা আটক কৰা হৈছে যুৱকজনক । Share this:FacebookX Related Post navigation ইজৰাইলে গাজাত চলালে আক্ৰমণ ঈদৰ দিনাই আমেৰিকাৰ লজ্জাজনক কাণ্ড