Category: Business

ফেষ্টিভ ছিজনৰ পূৰ্বে নতুন ৰঙৰ বাহনৰ সৈতে এনটৰ্ক বাহনখন প্ৰাণৱন্ত কৰি তুলিছে টিভিএছ মটৰে

ফেষ্টিভ ছিজনৰ পূৰ্বে ক্ৰীড়াসুলভ স্কুটী খণ্ডত নিজৰ স্থিতি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে টিভিএছ মটৰ কোম্পানী-এ নিজৰ টিভিএছ এনটৰ্ক ১২৫ ডিস্ক আৰু ৰেচ এডিচন স্কুটী দুখন নতুন ৰং আৰু নতুন গ্ৰাফিক্সৰ…

১ মিলিয়নসংখ্যক আইকিউব মুকলি কৰি ভাৰতৰ বৈদ্যুতিক বাহনৰ যাত্ৰাত এক মাইলৰ খুঁটি স্থাপন টিভিএছ মটৰৰ

টিভিএছ মটৰ কোম্পানীয়ে বৃহস্পতিবাৰে নিজৰ হছুৰস্থিত উৎপাদন কেন্দ্ৰৰ পৰা ১ মিলিয়নসংখ্যক টিভিএছ আইকিউব ইলেক্ট্ৰিক স্কুটাৰ মুকলি কৰাৰ কথা সদৰি কৰাৰ লগে লগে ভাৰতৰ বহনক্ষম গতিশীলতাৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি…

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে শুভাৰম্ভ কৰিব প্ৰথমখন পোনপটীয়া গুৱাহাটী-পশ্চিম এছিয়া বিমান সেৱাৰ

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীক ডুবাই আৰু আবু ধাবিৰ সৈতে সংযোগ কৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিমান সেৱাৰ জৰিয়তে বিমান সংস্থাটো উত্তৰ-পূব ভাৰত আৰু পশ্চিম এছিয়াৰ…

এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিলে ‘ইজি কানেক্ট’ বিমান, এই নেটৱৰ্কৰ সৈতে যুক্ত চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে গুৱাহাটী

ভাৰত চৰকাৰৰ নতুন হাব-এণ্ড-স্প’ক বিমান পৰিবহন নীতিৰ অধীনত এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰে ইয়াৰ প্ৰথমখন ইজি কানেক্ট বিমান সেৱা মুকলি কৰে। এয়া হৈছে এক দেশজোৰা পদক্ষেপৰ আৰম্ভণি, যাৰ উদ্দেশ্য হৈছে বিমান সংস্থাটোৰ…

এআই-ৰ ব্যৱহাৰে গতি লাভ কৰিছে, ৫৭% এমএছএমই-এ মূল বৃদ্ধিৰ চালক হিচাপে গণ্য:ভি-ৰ ব্যৱসায়িক অধ্যয়ন

ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাই এক অন্যতম বৃদ্ধিৰ অনুঘটক হিচাপে আত্মপ্ৰকাশ কৰিছে, ৫৭ শতাংশ ব্যৱসায়ীয়ে এআইক সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ চালক হিচাপে গণ্য কৰিছে আৰু প্ৰতি চাৰিজনৰ…

ভি আৰু স্পটিফাই-এ সহযোগিতাৰে প’ষ্টপেইড গ্ৰাহকক বিনামূলীয়াকৈ আগবঢ়াব প্ৰিমিয়াম সেৱা 

টেলিকম অপাৰেটৰ ভি-এ নিজৰ ডিজিটেল মনোৰঞ্জনৰ পৰ্টফ’লিঅ’ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্ম স্পটিফাই-ৰ সৈতে এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই চুক্তিৰ অধীনত যোগ্য প’ষ্টপেইড গ্ৰাহকসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ…

অসম চৰকাৰৰ সহযোগত চি কে বিৰলা হাস্পতাল, চিএমআৰআই-এ বৃক্ক সংৰোপন সন্দৰ্ভত আয়োজন কৰিব বিশেষ চিএমই কাৰ্যসূচীৰ

উত্তৰ-পূৰ্বাঞ্চলত বৃক্কৰ স্বাস্থ্যসেৱা সুদৃঢ় কৰা আৰু উন্নত চিকিৎসা শিক্ষাৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি চি কে বিৰলা হাস্পতালছ, চিএমআৰআই-এ অসম চৰকাৰৰ সহযোগত বৃক্ক সংৰোপনৰ ওপৰত এক বিশেষ কণ্টিনিউয়িং…

জীৱন বীমা সংস্থাসমূহৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ আহ্বান; উদ্যোগটোৰ মুঠ পৰিশোধৰ পৰিমাণ ৬.৩ লাখ কোটি টকা অতিক্ৰম

জীৱন বীমা উদ্যোগটোৱে জীৱন বীমা সামগ্ৰীসমূহৰ এক সুষম মূল্যায়নৰ আহ্বান জনাইছে। প্ৰতিষ্ঠানসমূহে জোৰ দি কৈছে যে ইয়াৰ দীৰ্ঘম্যাদী উপকাৰিতাসমূহ ভুলকৈ পলিচী বিক্ৰী কৰাৰ দৰে বিচ্ছিন্ন সমস্যাবোৰতকৈ বহু বেছি গুৰুত্বপূৰ্ণ। ইঞ্চুৰেন্স…

জেৰাই ফিটনেছ লিমিটেড(“জেৰাই ফিটনেছ”)ৰ ৰিবকৰ দ্বাৰা চালিত ‘লাষ্ট ৱান ষ্টেণ্ডিং’ মুকলি

ভাৰতত ফিটনেছ সঁজুলিৰ স্বয়ংক্ৰিয় উৎপাদনৰ ক্ষেত্ৰত এক অগ্ৰগামী প্ৰতিষ্ঠান জেৰাই ফিটনেছ লিমিটেড-এ লাষ্ট ৱান ষ্টেণ্ডিং মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এয়া হৈছে দেশৰ ভিতৰতে প্ৰথমটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি আৰু সহনশীলতাৰ…

তিনিচুকীয়াত আটক দুই উগ্ৰপন্থী

শুকুৰবাৰে নিশা তিনিচুকীয়াৰ জাগুনত গ্ৰেপ্তাৰ কৰা হৈছে আলফা (স্বাধীন)ৰ দুই দুৰ্ধৰ্ষ সদস্যক। জিলাখনত চলোৱা এক অভিযানৰ অন্তত আৰক্ষীৰ জালত পৰে আলফা (স্বাধীন)ৰ সদস্য দুগৰাকী। ধৃত আলফা (স্বাধীন)ৰ কেডাৰ দুজন ক্ৰমে-চিঞৰ…