Category: Business

এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী

CJP নহয়, এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী। ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে হাৰিয়ানাৰ পৰা দিল্লীলৈ গাড়ীয়ে গাড়ীয়ে আহিল হাজাৰ হাজাৰ কৃষক। বন্ধ কৰি দিয়া হ’ল শম্ভু বৰ্ডাৰ।প্ৰস্তাবিত ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰুদ্ধে…

গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল’ব ইথানলে

পেট্ৰ’লৰ পিছত এইবাৰ ভাৰত চৰকাৰে ইথানল চিলিণ্ডাৰৰ কথা চিন্তা চৰ্চা কৰিছে। এই সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ঘৰুৱা পাকঘৰৰ ইন্ধন খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এখন…

ছিকিমত সুৰংগ দুৰ্ঘটনা

ছিকিমৰ নামচি জিলাৰ ঝোলুংগেৰ সমৰদঙত নিৰ্মাণৰত সুৰংগ মঙলবাৰে পুৱতি নিশা খহি পৰাৰ এক দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাৰ ফলত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা…

আল্ট্ৰাভায়োলেটৰ কেছবেক আঁচনি ঘোষণা

ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ মাজতে পেট্ৰ’ল চালিত দুচকীয়া বাহনৰ গৰাকীসকলক বৈদ্যুতিক বাহন(ইভি) আঁকোৱালি ল’বলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বুধবাৰে আল্ট্ৰাভায়োলেট নামৰ ইভি নিৰ্মাতা প্ৰতিষ্ঠানটোৱে এক দেশজোৰা গ্ৰাহক ইনচেণ্টিভ কাৰ্যসূচী ঘোষণা কৰিছে। কোম্পানীটোৱে…

হোম ক্ৰেডিট ইণ্ডিয়াই অধিগ্ৰহণ কৰিলে ভাৰ্থনা ফাইনেন্স

টিভিএছ ভেনু গ্ৰুপৰ অন্তৰ্ভুক্ত হোম ক্ৰেডিট ইণ্ডিয়াই সম্পূৰ্ণ নগদ ধনৰ লেনদেনৰ বিনিময়ত ভাৰ্থনা ফাইনেন্স প্ৰাইভেট লিমিটেডৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰাৰ বাবে এক চুক্তিত উপনীত হৈছে। অৱশ্যে এই প্ৰক্ৰিয়াটো ৰিজাৰ্ভ…

ছানফিষ্ট মেৰী লাইটে পুৰী ৰথযাত্ৰাত সূৰ্য বৰদানৰ জৰিয়তে বৃদ্ধি কৰিছে ভিটামিন ডিৰ সজাগতা অভিযান

ছানফিষ্ট মেৰী লাইটে প্ৰচুৰ সূৰ্যৰ পোহৰ পোৱাৰ পিছতো দেশৰ লাখ লাখ ভাৰতীয়ক প্ৰভাৱিত কৰি অহা ভিটামিন ডি-ৰ অভাৱজনিত সমস্যাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ ঐতিহ্যমণ্ডিত পুৰী ৰথযাত্ৰাত সূৰ্য বৰদান পদক্ষেপৰ দ্বিতীয়…

ভাৰতত নিচানে মুকলি কৰিলে প্ৰিমিয়াম এছইউভি টেক্টন, বাহনখনৰ প্ৰাৰম্ভিক মূল্য ১০.৪৯ লাখ টকা

নিচান মটৰ ইণ্ডিয়াই বৃহস্পতিবাৰে ভাৰতত ৱৰ্ল্ড প্ৰিমিয়াৰৰ জৰিয়তে সম্পূৰ্ণ নতুন টেক্টন প্ৰিমিয়াম চি-এছইউভি বাহনখন মুকলি কৰিছে। এয়া হৈছে ২০২৬ চনত কোম্পানীটোৰ দ্বিতীয়টো উৎপাদন আৰু দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এছইউভি বজাৰত…

২১গৰাকী এমডিআৰটি উপদেষ্টাৰে টাটা এআইএ-ই অসমত নিজৰ স্থিতি কৰিছে শক্তিশালী, ভাৰতৰ অক্ষুণ্ণ ৰাখিছে শীৰ্ষ ৰেংকিং

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে-এ অসমত ২১গৰাকী মিলিয়ন ডলাৰ ৰাউণ্ড টেবুল(এমডিআৰটি)-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ জীৱন বীমা খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ লগতে ধাৰাবাহিকভাৱে চতুৰ্থ বছৰৰ বাবে এমডিআৰটি-যোগ্য উপদেষ্টাৰ…

৪ বিধ নতুন সামগ্ৰী মুকলিৰে নিজৰ গা ধোৱা চাবোনৰ পৰ্টফলিঅ’ ন ৰূপত সজাই তুলিছে এলাইফে

এডব্লিউএল এগ্ৰি বিজনেছ লিমিটেড(পূৰ্বৰ আদানি উইলমাৰ লিমিটেড)ৰ ব্যক্তিগত যতন ব্ৰেণ্ড ‘এলাইফ’-এ নিজৰ নতুন ব্ৰেণ্ড প্ৰস্তাৱ খুবছুৰতি কুছ খাছ-ৰ অংশ হিচাপে উন্নত ফৰ্মুলেচন, স্কিনকেয়াৰ-অনুপ্ৰাণিত উপাদান আৰু আধুনিক পেকেজিঙেৰে চাৰিটা নতুন ভেৰিয়েণ্টৰ…

১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত এডভেঞ্চাৰ এডিচন মুকলিৰে ডাষ্টাৰৰ পুৰণি ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ ৰেন’ৰ

ৰেন’ ইণ্ডিয়াই নিজৰ আইকনিক এছইউভি-ৰ এক বিশেষ সংস্কৰণ ডাষ্টাৰ এডভেঞ্চাৰ এডিচন মুকলি কৰিছে, বাহনখনৰ এক্স-শ্ব’ৰুম মূল্য ১২.৯৯ লাখ টকাৰ পৰা আৰম্ভ হৈছে। মঙলবাৰে ঘোষণা কৰা অনুসৰি, ভাৰতৰ আটাইতকৈ জনপ্ৰিয় এছইউভিসমূহৰ…