Business অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা August 12, 2026 Dipshikha ছামছুদ্দিন আহমেদলৈ আজান পীৰ বঁটা, মাণিক বৰবায়ন আৰু মধুসূদন দাসলৈ বিষ্ণু ৰাভা বঁটা আৰু গীতা উপাধ্যায়লৈ সতী সাধনী বঁটা আগবঢ়োৱা হ’ব ৷অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা৷ৰাজ্যৰ সাংস্কৃতিক…
Business অসমবাসীৰ বাবে ভাল খবৰ August 12, 2026 Dipshikha অসমবাসীৰ বাবে ভাল খবৰ। সংগীতৰ বাবে বিশ্বৰ ভিতৰতে বিখ্যাত শিক্ষানুষ্ঠান লণ্ডনৰ ৰয়েল কলেজ অৱ মিউজিকৰ পৰা বিৰল আৰু ঐতিহাসিক সন্মান লাভেৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে।…
Business জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ৬০,০০০ টকালৈকে লাভালাভেৰে মুকলি কৰিছে হেক্টৰৰ বাৰ্ষিকী অফাৰ August 12, 2026 Business Bureau জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰতত এমজি হেক্টৰ বাহনৰ সাত বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এক সীমিত সময়ৰ বাবে বাৰ্ষিকী বিশেষ কাৰ্যসূচী ঘোষণা কৰিছে, যাৰ অধীনত আগষ্ট মাহৰ ভিতৰত কৰা যোগ্য বুকিঙৰ…
Business ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক লৈ ৰাজনৈতিক আক্ৰমণ আৰম্ভ বিজেপিৰ; আৰক্ষীৰ বলপ্ৰয়োগৰ প্ৰতিবাদত ৰাজ্যজোৰা বন্ধৰ আহ্বান August 11, 2026 Paromita অবিজেপি শাসিত ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। ৰাজ্যখনত নিযুক্তি পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে সোমবাৰে আৰক্ষী আৰু…
Business এছবিআইৰ অভিলেখসংখ্যক লাভ আৰু শক্তিশালী বেলেন্স শ্বীটে প্ৰতিফলিত কৰিছে বেংকিং খণ্ডৰ উন্নত ভৱিষ্যতক August 11, 2026 Business Bureau ষ্টেট বেংক অৱ ইণ্ডিয়াই শুকুৰবাৰে ২০২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ২১,১২১ কোটি টকাৰ সৰ্বোচ্চ ত্ৰৈমাসিক লাভ অৰ্জনৰ খতিয়ান দাঙি ধৰিছে। অধিক পৰিচালনা লাভ, শক্তিশালী ঋণ বৃদ্ধি আৰু কম ঋণ ব্যয়ৰ…
Business এমএছএমইৰ ডিজিটেল প্ৰয়োগ প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ বাবে গুৱাহাটীৰ ১২ গৰাকী কৰ বিশেষজ্ঞক সন্মানিত কৰে টেলী চল্যুচনছে August 11, 2026 Business Bureau এমএছএমই উদ্যোগসমূহৰ মাজত প্ৰযুক্তি গ্ৰহণ-ব্যৱহাৰৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰা আৰু একাউণ্টিং তথা কৰ অনুপালন পদ্ধতিৰ উন্নয়ন সাধনত আগবঢ়োৱা অৱদানৰ বাবে টেলী চল্যুচনছে গুৱাহাটীৰ ১২ গৰাকী কৰ আৰু একাউণ্টিং পেচাদাৰীক সন্মানিত কৰে।…
Business খেলুৱৈৰ মাজত মোডী August 10, 2026 Dipshikha গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত ৩৯টা পদক লাভ ভাৰতীয় খেলুৱৈৰ। খেলুৱৈসকলক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ। ক্ৰীড়াৰ ক্ষেত্ৰত আৰু আগুৱাই যাবলৈ আগবঢ়ায় বহুমূলীয়া পৰামৰ্শ।খেলুৱৈসকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁলোকৰ মনোবল…
Business উজনি অসমত ভয়াৱহ বান পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে August 10, 2026 Dipshikha উজনি অসমত ভয়াৱহ বান পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰা সময়তে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য । বানপানীৰ পিছতে চাউল, চেনি, মিঠাতেলৰ অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক মাধমাৰ সোধাইছে । বিশেষকৈ…
Business অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা August 10, 2026 Dipshikha অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা ৷ অৰুণাচলী দুৰ্বৃত্তই অসমৰ ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উঠিছে ৷ শনিবাৰে গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাঙৰ বদতিত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনাটো…
Business ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে August 10, 2026 Dipshikha ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে ৷ বিগত ২৪ ঘন্টাত পুনৰ দুজন লোকৰ মৃত্যুৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০জনলৈ বৃদ্ধি পাইছে ।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দেওবাৰে নিশা…