Category: Business

টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত; ৰোমাঞ্চকৰ ছেমি ফাইনেলত ইংলেণ্ডক বিদায় দি খিতাপৰ দৌৰত সূৰ্য বাহিনী

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ৭ ৰাণৰ এক শ্বাসৰুদ্ধকৰ জয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত জয়লাভ কৰাৰ লগে লগে ভাৰতীয়…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ৰাজ্যপালৰ পদত্যাগ; অতিৰিক্ত দায়িত্ব লাভ আৰ এন ৰবিৰ

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ডংকা বাজিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ৰাজ্যপাল চি ভি আনন্দ বসুৱে নিজৰ পদৰ পৰা পদত্যাগ কৰে। বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত এক আকস্মিক ঘোষণাৰ জৰিয়তে…

ব্ৰহ্মপুত্ৰৰ বুকুত পোনপ্ৰথমবাৰলৈ নৈপৰীয়া লাইটহাউচ; ৮৪ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন সৰ্বানন্দ সোণোৱালৰ

দেশৰ আভ্যন্তৰীণ জলপৰিবহণৰ ইতিহাসত এক নতুন মাত্ৰা যোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চাৰিটাকৈ নৈপৰীয়া লাইটহাউচ নিৰ্মাণৰ বাবে বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটীৰ…

মধ্যপ্ৰাচ্যত অব্যাহত যুদ্ধ

মধ্যপ্ৰাচ্যত ষষ্ঠ দিনৰ বাবে বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰাণে বৃহস্পতিবাৰে পুৱা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ ইফালে আমেৰিকাৰ এখন ছাবমেৰিনে ইৰাণৰ এখন যুদ্ধজাহাজ ধ্বংস কৰাৰ বিপৰীতে ইৰাণে সমগ্ৰ…

ফুলকবিৰ উপকাৰী গুণৰ বিষয়ে জানেনে

ফুলকবিৰ উপকাৰীতা ফুলকবি এবিধ অতি পুষ্টিকৰ শীতকালীন পাচলি, যি ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ । ই কেন্সাৰ প্ৰতিৰোধ, হাওঁফাওঁ সুস্থ ৰখা আৰু ওজন হ্ৰাস কৰাত সহায় কৰে । লগতে, ই…

বিপদত আমেৰিকা

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মানৱ সম্পদৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতিৰ উপৰিও দেশখনে যথেষ্ট অৰ্থনৈতিক ব্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।মধ্যপ্ৰাচ্যত ষষ্ঠ দিনটোতো বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰানে পুৱা…

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।অসমৰ দুখন আসনৰ বাবে ঘোষণা প্ৰাৰ্থীৰ নাম।তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰাৰ্থিত্ব প্ৰদান।বিহাৰ, ছত্তিশগড়, হাৰিয়ানাৰ প্ৰাৰ্থীৰ নামো ঘোষণা।বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনকো প্ৰাৰ্থিত্ব প্ৰদান।বিহাৰৰ…

আদানি ফাউণ্ডেচনৰ সহযোগত অম্বুজা চিমেণ্টে উমৰাংছ’ত উন্নত কৰিছে বিশুদ্ধ খোৱাপানীৰ সুবিধা

বিশ্বজুৰি নৱম বৃহত্তম নিৰ্মাণ সামগ্ৰী সমাধান প্ৰদানকাৰী তথা বৈচিত্ৰ্যপূৰ্ণ আদানী পৰ্টফলিঅ’ৰ অংশ অম্বুজা চিমেণ্টে আদানি ফাউণ্ডেচনৰ সহযোগত উমৰাংছ’ৰ থাৰভেলাংছ’ গাঁৱৰ গ্ৰাম্য লোকসকলৰ বাবে বিশুদ্ধ খোৱাপানীৰ সুবিধা প্ৰদান কৰি স্বাস্থ্য সুৰক্ষা…

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত অসমৰ চাহ উদ্যোগ চিন্তিত; ৰপ্তানি সংকটৰ আশংকা

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই অসমৰ চাহ উদ্যোগৰ বাবে এক গভীৰ সংকটৰ সৃষ্টি কৰিব পাৰে। সাগৰীয় পৰিবহণ পথসমূহ বন্ধ হৈ পৰা বাবে, চাহ ৰপ্তানিত বিৰতি আহিব পাৰে বুলি সাবেক চাহ বৰ্ডৰ…

কংগ্ৰেছত ডাঙৰ ধাক্কা; বিজেপিত যোগ দিলে তিনিগৰাকী নিলম্বিত বিধায়ক

অসম বিধানসভা নিৰ্বাচনৰ দিনৰ নিকটত, ৰাজ্যৰ ৰাজনীতিত শক্তিশালী দলেৰে হেৰুৱা ঘটনা সংঘটিত হৈছে। বিৰোধী কংগ্ৰেছক লক্ষ্য কৰি বিজেপিত তিনিগৰাকী নিলম্বিত বিধায়কৰ যোগদান হোৱাৰ ফলত দলটোৰ শক্তি বৃদ্ধি পাইছে। এই বিধায়কসকল…