ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
অসমৰ দুখন আসনৰ বাবে ঘোষণা প্ৰাৰ্থীৰ নাম।
তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰাৰ্থিত্ব প্ৰদান।
বিহাৰ, ছত্তিশগড়, হাৰিয়ানাৰ প্ৰাৰ্থীৰ নামো ঘোষণা।
বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনকো প্ৰাৰ্থিত্ব প্ৰদান।
বিহাৰৰ পৰা নীতিন নবীন, শিৱেশ কুমাৰক প্ৰাৰ্থিত্ব
খালি হোৱা আসনৰ বাবে ১৬ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন।

Leave a Reply

Your email address will not be published. Required fields are marked *