Category: Business

মৰিয়নী সমৰত জ্ঞানশ্ৰী; নিৰ্বাচনৰ পূৰ্বে ল’লে ঈশ্বৰৰ আশীৰ্বাদ

আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰসঙ্গত বিৰোধী কংগ্ৰেছৰ লগতে ৰাইজৰ দলেও ১১টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। তালিকাত মৰিয়নী সমষ্টিৰ বাবে ড৹ জ্ঞানশ্ৰী বৰাৰ নাম অন্তৰ্ভুক্ত হৈছে। বুধবাৰৰ নিশা টিকট লাভ…

চিতাৰ আক্ৰমণৰ পিছতে দুলীয়াজানত উত্তেজনা; ৰাইজৰ প্ৰহাৰত মৃত্যু বাঘটোৰ

বুধবাৰে দুলীয়াজানৰ টিপলিং গতিবাৰী অঞ্চলত এক তীব্ৰ আতংকৰ সৃষ্টি হয়, যেতিয়া এক বনৰীয়া চিতা বাঘে স্থানীয় ৰুবুল দত্তক আক্ৰমণ কৰে। দত্তৰ গুৰুতৰ আঘাতৰ ফলত তেওঁক অইল ইণ্ডিয়া হাস্পতালত ভৰ্তি কৰোৱা…

টাৱাঙৰ বুদ্ধ পাৰ্কত পৰ্যটকৰ কাণ্ড; চুৰি কৰিও ক্ষমা পালে পশ্চিম বংগৰ যুৱকে

অৰুণাচল প্ৰদেশৰ বিখ্যাত পৰ্যটনস্থলী টাৱাঙৰ বুদ্ধ পাৰ্কত মঙলবাৰে সংঘটিত হয় এক আচৰিত ধৰণৰ চুৰি কাণ্ড। পশ্চিম বংগৰ পৰা অহা এজন পৰ্যটকে পাৰ্কখনৰ পৰা বুদ্ধ মূৰ্তি আৰু কেইবাটাও পবিত্ৰ ধৰ্মীয় সামগ্ৰী…

কোচিং চেন্টাৰৰ বিজ্ঞাপনক লৈ চৰকাৰৰ কড়া ভাৱ, APCC প্ৰাৰ্থীৰ ফটো আঁতৰাবলৈ নিৰ্দেশ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীসকলৰ বিষয়ে ৰাজ্য চৰকাৰে কঠোৰবাবে ব্যৱসায় চলোৱা কোচিং চেন্টাৰসমূহৰ বিৰুদ্ধে কাৰ্য্যসূচী গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ…

নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ তৎপৰতা; ৯০ খন আসনৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত গেৰুৱা শিৱিৰৰ

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় পক্ষই এতিয়া গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা।আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰায় ৯০ টা সমষ্টিৰ প্ৰাৰ্থী পেনেল বিজেপি দলে ইতিমধ্যে চূড়ান্ত কৰিছে…

২০২৬ৰ ফেব্ৰুৱাৰী মাহত ৩১% বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে টিভিএছ মটৰ কোম্পানীয়ে

টিভিএছ মটৰ কোম্পানীয়ে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ মুঠ বিক্ৰী বছৰি ৩১% বৃদ্ধি হোৱাৰ কথা সদৰি কৰিছে, ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৪,০৩,৯৭৬খন বাহনৰ তুলনাত ৫,২৯,৩০৮খন বাহন বিক্ৰী হৈছে। এবছৰৰ পূৰ্বে ৩,৯১,৮৮৯খন…

মামাৰ মহানুভৱতা

বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ সোমাবাৰে আছিল তৃতীয় দিন । গহপুৰৰ পৰা লখিমপুৰলৈ যাত্ৰা কৰাৰ সময়ত সমদলটোক নেতৃত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভোটাৰ তথা দলীয় সমৰ্থকৰ সৈতে…

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল।দলটোত আছে দুলীয়াজান, ডিব্ৰুগড়, লখিমপুৰৰ পৰ্যটক।যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ হৈ পৰিছে দলটো।বুৰ্জ খলিফা দৰ্শনৰ সময়তে ডুবাইত মিছাইল আক্ৰমণ ইৰানৰ।সৌভাগ্যক্ৰমে ক্ষয়-ক্ষতি হোৱা নাই অসমৰ দলটোৰ।

আমেৰিকাৰ ওপৰত আক্ৰমণ ইৰাণৰ

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ। দুখন ড্ৰ’নেৰে এই আক্ৰমণ সংঘটিত কৰাৰ লগতে দূতাবাসত…

মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু

মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু।ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ।মস্কটৰ তৈলখাদত কৰ্মৰত আছিল ভাৰতীয়জন।তেল পৰিবাহী জাহাজৰ নাবিকৰূপে কৰ্মৰত আছিল।আক্রমণত চূর্ণ-বিচূর্ণ MKD VYOM নামৰ জাহাজখন।