Category: Assam

মিঞা জীয়াই থকালৈকে জীয়াই থাকিব পৃথিৱীঃ মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাক ওৱেইছিৰ প্ৰত্যাহ্বান

মিঞা জীয়াই থকালৈকে এই পৃথিৱী জীয়াই থাকিব। বৃহস্পতিবাৰে মৰিগাঁৱত এই বিস্ফোৰক মন্তব্য কৰে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমীনৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। নিৰ্বাচনী প্ৰচাৰৰ উত্তপ্ত পৰিৱেশৰ মাজতে জিলাখনত উপস্থিত হৈ…

জালুকবাৰী সমষ্টিৰ খানামুখত দীপৰ বিলৰ সমীপত অৰ্দ্ধ শতাধিক সন্দেহযুক্ত নাগৰিকে বিঘাই বিঘাই মাটি কিনি নিৰ্মাণ কৰিছে ঘৰ – দুৱাৰ ; খিলঞ্জীয়া নাগৰিকলৈ ভাবুকি অহাৰ সম্ভাৱনা

অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজতে মাত্ৰ কিছুদিন বাকী থকা অৱস্থাত ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ উতপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। আনকি শাসকীয় বিজেপি প্ৰাৰ্থী ফালৰ পৰা আন বহু দাবীৰ লগতে অবৈধ বাংলাদেশী মুছলমানৰ…

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ; নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ৰাজ্যত বৃদ্ধি পালে টোল টেক্সৰ হাৰ

নিৰ্বাচনী গৰম বতাহৰ মাজতে সাধাৰণ জনতাৰ বাবে আহিছে এক অতি বেয়া খবৰ। ১ এপ্ৰিল অৰ্থাৎ আজিৰ পৰাই ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্সৰ হাৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি আৰু…

অসমত এনডিএ চৰকাৰৰ হেট্ৰিক নিশ্চিতঃ ধেমাজিত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী হুংকাৰ

অসমত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব এনডিএ চৰকাৰ। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাই এই দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গোগামুখৰ বিশাল জনসভাত তেওঁ বিৰোধীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে,…

নিৰ্বাচনৰ প্ৰাকক্ষণত মানকাচৰৰ ৰাজনীতিত নতুন মোৰ: কংগ্ৰেছত যোগদান বিধায়ক আমিনুল ইছলামৰ

অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ পূৰ্বে পুনৰ দল সলনি কৰিলে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে। মঙলবাৰে এনপিপি এৰি কংগ্ৰেছত যোগদান কৰে আমিনুলে। শেহতীয়া খবৰ অনুসৰি, বিধায়কগৰাকীয়ে কিছুদিন পূৰ্বে নেশ্যনেল পিপলছ পাৰ্টিত যোগদান…

অসমত নিৰ্মাণ হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যখনলৈ কঢ়িয়াই আনিব বৈপ্লৱিক পৰিৱৰ্তনঃ নৰেন্দ্ৰ মোদী

অনাগত সময়ত অসম কেৱল চাহৰ বাবেই নহয়, বৰঞ্চ ছেমিকণ্ডাক্টৰ বা চিপ উৎপাদনৰ কেন্দ্ৰ হিচাপেও বিশ্ব দৰবাৰত পৰিচিত হ’ব অসম। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই বুধবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

শীঘ্ৰে ৰাজহুৱা হ’ব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ১২ হাজাৰ বিঘা মাটিৰ তথ্যঃ যোৰহাটত গৌৰৱ গগৈৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে বুধবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিল সাংসদ তথা এপচিচিৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা ১২ হাজাৰ বিঘা ভূমিৰ গোপন তথ্য…

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত আকাশলংঘী বৃদ্ধি; ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকলৈ সাময়িক সকাহ

বিশ্বজুৰি শক্তি খণ্ডত অব্যাহত থকা তীব্ৰ সংঘাতৰ মাজতে বুধবাৰে ১৯৫.৫০ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত শত্ৰুতা বৃদ্ধি পোৱাৰ ফলত খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ…

চাহ-চিপছৰ বাবে বিশ্বজুৰি স্বীকৃতি লাভ কৰিব অসমে: প্ৰধানমন্ত্ৰী মোদী

নিৰ্বাচনৰ প্ৰতি লক্ষ্য অসম ভ্ৰমণ লৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে এইবাৰ অসমত বিজেপি-এনডিএ হেট্ৰিক কৰিবলৈ সাজু হৈছে। ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে কংগ্ৰেছ দলৰ তথাকথিত…

৩ লাখ জনতাৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে বিজেপিৰ সংকল্প পত্ৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ‘সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ ৩ লাখৰো অধিক লোকৰ পৰামৰ্শ। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা…