Category: Assam

টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী যশপ্ৰীত বুমৰাহ

ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ ভাৰতৰ হৈ টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে। টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চমৎকাৰ প্ৰদৰ্শনেৰে তেওঁ এই কৃতিত্ব অৰ্জন…

মহাত্মা গান্ধীৰ দেশৰ ভিতৰতে সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰস্তাৱ; তেলেংগানাত ৫,০০০ কোটিটকীয়া প্ৰকল্পক লৈ তীব্ৰ বিতৰ্ক

মুচি নদীৰ পাৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ দেশৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে তেলেংগানা চৰকাৰে গ্ৰহণ কৰা এক অভিলাষী প্ৰকল্পই এতিয়া তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ মাজতো উদ্বেগ বৃদ্ধি…

ৰাজ্যসভাৰ নিৰ্বাচনী যুঁজৰ ব্যাপক প্ৰস্তুতি; অসমৰ দুই প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি দিল্লীলৈ প্ৰেৰণ বিজেপিৰ

আগন্তুক ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যত তীব্ৰ তৎপৰতা আৰম্ভ হৈছে। ইয়াৰে দুখন আসনৰ বাবে বিজেপিৰ নিৰ্বাচনী সমিতিয়ে ইতিমধ্যে দুজন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি…

বিৰোধীত আউল! ১৫ খন আসন নহ’লে মিত্ৰতা ভংগৰ হুংকাৰ অখিল গগৈৰ, কংগ্ৰেছক সকিয়নী

বিধানসভা নিৰ্বাচনৰ সমীকৰণ আসন ভাগ-বাটোৱাৰাক লৈ বিপৰ্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিপদত পৰিছে বিজেপি বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যত। ৰাজ্যত নিৰ্বাচনলৈ মাত্ৰ ডেৰমাহ বাকী থকা অৱস্থাত কংগ্ৰেছৰ একপক্ষীয় নীতিয়ে মিত্ৰজোঁটটোৰ ভিতৰচৰাত এক তীব্ৰ বিদ্ৰোহৰ…

ৰাণীৰ কাষৰীয়া পাথাৰখামাত প্ৰথম নকআউট ফুটবল প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা কিছু নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ পাথাৰখামাস্থিত ৱেষ্টাৰ্ণ ৰি-ভয় প্লে গ্ৰাউণ্ডত ওৰাল চিংক্লি কলনী এণ্ড বাৰিষ্টাৰ লিংডোৰ উদ্যোগত আৰু পাথাৰখামা স্পৰ্টছ ক্লাৱৰ সহযোগত অহা ১০ মাৰ্চৰ…

ওমানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ বিদায় অষ্ট্ৰেলিয়াৰ

প্রতিযোগিতাৰ পৰা আগতীয়াকৈ বাহিৰ হোৱাৰ অপমানৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়ান দলটোৱে শুকুৰবাৰে টি-২০ বিশ্বকাপৰ অন্তিমখন লীগ মেচত ওমানক ৯ উইকেটত বিদায় লয়। জিম্বাবুৱে আৰু শ্ৰীলংকাৰ হাতত পৰাজয়ৰ পাছত গ্ৰুপ পৰ্যায়ৰ পৰা…

কাইলৈ টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ত দক্ষিণ আফ্ৰিকাৰে মুখামুখি ভাৰতৰ

গ্ৰুপ পৰ্যায়ৰ চাৰিখন মেচতে জয়লাভ কৰি খিতাপ ৰক্ষাৰ দাবী মজবুত কৰা ভাৰতীয় দলটোৱে দেওবাৰে টি-২০ বিশ্বকাপৰ ছুপাৰ এইটত দক্ষিণ আফ্ৰিকাৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সেয়ে অধিনায়ক সূৰ্যকুমাৰ…

মাৰণাস্ত্ৰৰ গুদামত পৰিণত ভাড়াঘৰ; তেজপুৰত পিষ্টল আৰু চোকা অস্ত্ৰসহ আৰক্ষীৰ জালত এজন

গোপন তথ্যৰ ভিত্তিত চলোৱা এক তলাচীত জব্দ হোৱা মাৰণাস্ত্ৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰৰ পাঁচমাইল অঞ্চলত। চামধৰা পাঁচমাইলৰ এটা ভাড়াঘৰত লুকুৱাই ৰখা মাৰণাস্ত্ৰৰ সন্ধানত শনিবাৰে তেজপুৰ আৰক্ষীয়ে চলোৱা এই…

হোজাইত চিৰিঞ্জ বিক্ৰীক লৈ নতুন নিৰ্দেশনা; চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে বিপাঙত পৰিছে ৰোগী

চিকিৎসকৰ বৈধ প্ৰেছক্ৰিপচন অবিহনে চিৰিঞ্জ বিক্ৰীৰ ওপৰত জাৰি কৰা এক মৌখিক নিৰ্দেশনাই বিপাকত পেলাইছে হোজাই জিলাৰ সাধাৰণ গ্ৰাহক তথা ৰোগীসকলক। জিলাখনৰ ঔষধ পৰিদৰ্শকে ফাৰ্মাচীসমূহক দিয়া এই আকস্মিক নিৰ্দেশৰ পাছতে এতিয়া…

অসমৰ পাছত এতিয়া দেশজুৰি ‘এছআইআৰ’ৰ দাবী; অনুপ্ৰৱেশকাৰীক লৈ বিস্ফোৰক মন্তব্য নুমল মমিনৰ

অসম বা উত্তৰ-পূৰ্বাঞ্চলেই নহয়, বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ সমস্যা এতিয়া পশ্চিম বংগ, দিল্লী, মধ্যপ্ৰদেশ, ছত্তীছগড় আৰু ৰাজস্থানলৈকো বিয়পি পৰিছে। শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি এই চাঞ্চল্য্যকৰ মন্তব্য কৰে…