Assam সীমিত সংখ্যক বনকৰ্মীয়ে পহৰা দি আহিছে ৰাণী বনাঞ্চল January 21, 2025 Sonakshi Sarkar আজাৰা, ২১ জানুৱাৰী : গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ ঐতিহাসিক দীপৰ বিলৰ পৰা আৰম্ভ কৰি অসম-মেঘালয় সীমান্তৰ শুকুৰবেৰীয়া হৈ প্রায় লোহাৰঘাটৰ সমীপলৈকে সামৰি থকা ৬৬২৪ হেক্টৰ মাটিকালিৰে পৰিৱেষ্টিত ৰাণী সংৰক্ষিত বনাঞ্চলখন…
Assam ৰাণী বন বিষয়া কাৰ্যালয়ৰ অভিযানত জব্দ বহু মূল্যবান চোৰাং কাঠ January 21, 2025 Sonakshi Sarkar ২১জানুৱাৰী : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী সকলে অবৈধ বনজ সম্পদৰ সৰবৰাহৰ বিৰূদ্ধে অভিযান চলাই আহিলেও একাংশ চতুৰ সৰবৰাহকাৰীয়ে মাজে সময়ে নতুন নতুন…
Assam বিবাহত বহিল নীৰজ চোপ্ৰা January 20, 2025 Sonakshi Sarkar ভাৰতৰ জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই হিমানী ম’ৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছে। ২৭ বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বিবাহৰ কথা ঘোষণা কৰে। তেওঁ কয় যে মই মোৰ পৰিয়ালৰ…
Assam ২০২৪ত তিনিগুণলৈ বৃদ্ধি বিশ্বজুৰি বিলিয়নেয়াৰৰ সম্পত্তি January 20, 2025 Sonakshi Sarkar বিশ্বব্যাপী বিলিয়নেয়াৰৰ সম্পত্তি ২০২৪ চনত ২০০০ আমেৰিকান ডলাৰ বৃদ্ধিৰে ১৫,০০০ আমেৰিকান ডলাৰ হৈছে, যি ২০২৩ চনৰ তুলনাত তিনিগুণ অধিক। এই কথা ‘অক্সফাম ইণ্টাৰনেচনেল’ৰ দ্বাৰা বিশ্বব্যাপী বৈষম্যৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে।…
Assam ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত ভোগালী মেলা January 16, 2025 Sonakshi Sarkar পশ্চিম গুৱাহাটীৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত ভোগালী বিহুৰ লগত সংগতি ৰাখি ১২ জানুৱাৰীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হয় প্ৰাক ভোগালী মেলা। ছাত্র-ছাত্রীৰ লগতে শিক্ষক -শিক্ষয়ত্ৰীৰ…