Category: Assam

দেশৰ ভিতৰতে প্ৰথম! কাজিৰঙাত মুকলি কৰা হ’ল ছেটেলাইট-টেগ সংযুক্ত গংগা কাছ

বন্যপ্ৰাণী সংৰক্ষণ আৰু বৈজ্ঞানিক নিৰীক্ষণৰ ক্ষেত্ৰত শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ সফলতাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘বিপন্ন প্ৰজাতি দিৱস’ৰ সৈতে সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় দেশৰ…

গ্ৰীষ্মকালত বৰ্ধিত বিদ্যুৎ চাহিদা পূৰণৰ কুচকাৱাজ; ৰাজ্যত ঔদ্যোগিক বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা

ৰাজ্যৰ উন্নয়নমূলক কাম-কাজ আৰু প্ৰশাসনিক সংস্কাৰৰ লক্ষ্যৰে কাৰ্যভাৰ গ্ৰহণৰ দ্বিতীয় দিনটোতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে অনুষ্ঠিত ধাৰাবাহিক পৰ্যালোচনা বৈঠকত ৰাজ্যৰ ঔদ্যোগিক বিকাশ আৰু গ্ৰীষ্মকালত…

গুৱাহাটী বিশ্ববিদ্যালয়ত স্বেচ্ছা ৰক্তদান শিবিৰ অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন এছ এছ ইউনিটৰ উদ্যোগত, গুৱাহাটী বিশ্ববিদ্যালয় বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ডাঃ ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান ভৱনত এক স্বেচ্ছা…

প্ৰতিৰক্ষা বিভাগৰ ফায়াৰিং ৰেঞ্জত শোকাবহ দুৰ্ঘটনা; কৰ্তব্যৰত অৱস্থাত প্ৰাণ গ’ল জেচিঅ’ৰ

দেশৰ সামৰিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষাৰ দায়িত্বত থকা প্ৰতিৰক্ষা নিৰাপত্তা বাহিনীৰ এজন বিষয়া শুকুৰবাৰে এক আকস্মিক দুৰ্ঘটনাত পতিত হয়। মহাৰাষ্ট্ৰৰ ৱাৰ্ধা জিলাৰ পুলগাঁওস্থিত কেন্দ্ৰীয় গোলা-বাৰুদ ডিপোৰ ফায়াৰিং ৰেঞ্জত নিয়মীয়া অনুশীলন চলি থকাৰ…

জম্মু-কাশ্মীৰত সুৰা নিষিদ্ধকৰণৰ দাবীত বিজেপিৰ উত্তাল প্ৰতিবাদ; শ্ৰীনগৰত আৰক্ষীৰ হাতত আটক কেইবাজনো নেতা

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ কৰাৰ দাবীত শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে ভাৰতীয় জনতা পাৰ্টিৰ শতাধিক নেতা-কৰ্মী। শ্ৰীনগৰৰ ৰাম মুন্সীবাগ পাৰ্কৰ সমীপত সমবেত হোৱা প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ চৰকাৰী…

নীট-ইউজি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ চিবিআইৰ; দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আটক পাঁচ অভিযুক্ত

ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা নীট-ইউজিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে। পৰীক্ষাটোত সংঘটিত হোৱা অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ অভিযোগত দেশৰ…

ইন্ধন সঞ্চয়ৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিৰ্দেশনা; সপ্তাহত দুদিনকৈ চৰকাৰী কৰ্মচাৰীৰ বাবে ‘ৱৰ্ক ফ্ৰম হোম’ৰ অনুমতি

দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ দেশবাসীক ‘মিতব্যয়ী ব্যয়’ৰ এক আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে সপ্তাহত দুদিনকৈ…

মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত অসমীয়া সমাজৰ পৰম্পৰাগতভাবে গৰু বিহু পালন

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে…

কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্রী হ’ব ভি ডি সতীছান

কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্রী হ’ব ভি ডি সতীছান (৬১)। কংগ্ৰেছৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে ৷ পৰৱুৰ সমষ্টিৰ বিধায়ক সতীছান। এদিন পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছিল যে কংগ্ৰেছ…

ধুমুহা-বৰষুণত উত্তৰ প্ৰদেশত এদিনত ৯৪ জনৰ মৃ*ত্যু

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ, অযোধ্যাকে ধৰি ৩০খন বুধবাৰে জিলাত ধুমুহা-বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৯৪ জন লোকৰ মৃত্যু হয়। প্ৰায়াগৰাজত সৰ্বাধিক ১৭ জন আৰু ভাদোহীত ১৬ জন লোকৰ মৃত্যু হৈছে। ঘণ্টাত ৮০…