Category: Assam

বিজয়-ৰশ্মিকাৰ মহানুভৱতা; ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি ঘোষণা চেলিব্ৰেটি দম্পতীৰ

সপোন পূৰণৰ সুযোগ সকলোৰে বাবে সমান নহয়। এনে বাস্তৱতাৰ মাজতে আৰ্থিক বাধা যাতে মেধাৰ পথত হেঙাৰ হৈ নাথাকে, তাৰ বাবে ১৮০ গৰাকী শিক্ষাৰ্থীক বৃত্তি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিলে জনপ্ৰিয় অভিনেতা…

স্বৰ্ণ ব্যৱসায়ীৰ আৰ্থিক সংকটৰ অভিযোগ; চৰকাৰৰ হস্তক্ষেপ দাবী নিখিল অসম স্বৰ্ণশিল্পী সমিতিৰ

সোণৰ বজাৰত দেখা দিয়া মন্দাৱস্থাক কেন্দ্ৰ কৰি উদ্বেগ বৃদ্ধি পাইছে ৰাজ্যৰ স্বৰ্ণ ব্যৱসায়ী আৰু স্বৰ্ণশিল্পীসকলৰ মাজত। এনে সময়তে ব্যৱসায়ৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ কথা উত্থাপন কৰি চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপৰ…

অসমৰ ৪ পৰম্পৰাগত সামগ্ৰীলৈ জি আই টেগ; খিলঞ্জীয়া ঐতিহ্য আৰু শিল্পকলালৈ বৃহৎ স্বীকৃতি

অসমৰ থলুৱা ঐতিহ্য আৰু পৰম্পৰাগত শিল্পকলাই লাভ কৰিলে এক উল্লেখযোগ্য স্বীকৃতি। শেহতীয়াকৈ জি আই টেগ লাভ কৰিছে অসমৰ চাৰিবিধ পৰম্পৰাগত সামগ্ৰীয়ে, যাৰ ফলত ৰাজ্যখনৰ জনজাতীয় বয়ন শিল্প, বাঁহৰ কাৰুকাৰ্য আৰু…

পাকিস্তানৰ বেটিং শিবিৰত দীপ্তিৰ ধ্বংসযজ্ঞ; ৬৪ ৰানৰ জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ ভাৰতৰ

সীমান্তত নহয়, এইবাৰ ক্ৰীড়াঙ্গণত পাকিস্তানক উচিত এশিকনি দিলে ভাৰতৰ বীৰাঙ্গণাৰ দলে। ইংলেণ্ডৰ বাৰ্মিংহামস্থিত এজবাষ্টন ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপৰ এখন বহুল প্ৰতীক্ষিত মেচত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক ৬৪ ৰানত পৰাস্ত কৰি…

জহামালৰ পোৱালিক নিজৰ গাখীৰ খুৱাই কৰিছিল প্ৰতিপালন; চিবিএছইৰ পাঠ্যপুথিত অন্তৰ্ভূক্ত কামপুৰৰ পৰিয়ালৰ বিৰল কাহিনী

প্ৰায় ১৭ বছৰ আগতে এটা অনাথ জহামালৰ পোৱালিক আশ্ৰয় দি নিজৰ সন্তানৰ দৰেই ডাঙৰ-দীঘল কৰিছিল কামপুৰৰ এটা পৰিয়ালে। মমতা, দায়িত্ববোধ আৰু প্ৰকৃতিপ্ৰেমৰ সেই বিৰল কাহিনীয়েই এইবাৰ স্থান পালে কেন্দ্ৰীয় মাধ্যমিক…

ৰাইজে নখ জোকাৰিলে নৈ বয়! আইআইটিত সুযোগ লাভ কৰিও থমকি ৰোৱা হৰপ্ৰীতৰ কাষত থিয় দিলে লক্ষজন

ৰাইজে নখ জোকাৰিলে নৈ বয়। এই আপ্ত বাক্যশাৰীয়েই সঁচা প্ৰমাণিত হ’ল এগৰাকী মেধাৱী ছাত্ৰীৰ বাবে। দৰিদ্ৰতাৰ সৈতে যুঁজ দি দেশৰ অন্যতম শীৰ্ষ শিক্ষানুষ্ঠান আইআইটি গুৱাহাটীত স্থান লাভ কৰা হৰপ্ৰীতৰ উচ্চশিক্ষাৰ…

সেনা বিষয়াৰ বাহন সজাই আফিং সৰবৰাহ! মণিপুৰত এজনক গ্ৰেপ্তাৰ

মণিপুৰত অব্যাহত আছে মাদকবিৰোধী অভিযান। এনে সময়তে সেনাৰ জ্যেষ্ঠ বিষয়াৰ চৰকাৰী বাহনৰ ৰূপ দি মাদক সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৫ কিলোগ্ৰামৰো অধিক সন্দেহজনক আফিং জব্দ কৰিছে…

মহাৰাষ্ট্ৰত শোকাৱহ দুৰ্ঘটনা! কুঁৱাত বাগৰি পৰিল তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাহন, ৮ জনৰ মৃত্যু

মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল ৯ গৰাকীকৈ তীৰ্থযাত্ৰীৰ। মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাত এখন বাহন পানীভৰ্তি কুঁৱাত বাগৰি পৰাৰ ফলত কমেও ৬ জন…

২০১৬ৰ পৰা অসমে পালে ৫.৫ লাখ কোটি কেন্দ্ৰীয় সাহায্য, দৰিদ্ৰতাৰ পৰা মুক্ত ৮০ লাখ: মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন এক্সপ্ৰেছৱে

শিলিগুৰি-শিলচৰ কৰিডৰেৰে সীমান্তৰ পৰা শিলচৰলৈ সময় লাগিব মাত্ৰ ৬-৭ ঘণ্টা; শ্ৰীৰামপুৰৰ পৰা আৰম্ভ; এমএমআৰ ৮৪লৈ হ্ৰাস অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে শিলিগুৰিৰ পৰা শিলচৰলৈ এটা নতুন এক্সপ্ৰেছৱে শীঘ্ৰে…

অসমৰ যুৱকৰ সাফল্য; ভাৰতীয় বায়ুসেনাত নিযুক্ত ফ্লাইং অফিচাৰ কে নীৰজ চন্দ্ৰ সিংহ

ভাৰতীয় বায়ুসেনাত নিযুক্তি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হ’ল ৰাজ্যখনৰ যুৱক কে নীৰজ চন্দ্ৰ সিংহই। শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাৰ বতৰ বিজ্ঞান শাখাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে গোৱালপাৰা সৈনিক…