Category: Assam

জন্মদিন উদযাপন কৰিবলৈ গৈ প্ৰেমিকৰ সৈতে মিলি ভাৱীস্বামীক দ খাৱৈত পেলাই হত্যা! মহাৰাষ্ট্ৰত চাঞ্চল্য

নৱেম্বৰত ঠিক হৈছিল বিয়াৰ তাৰিখ। ইতিমধ্যেই দুই পৰিয়ালৰ সন্মতিসাপেক্ষে সম্পন্ন হৈ গৈছিল বাগদান পৰ্ব। বিয়াৰ অনুষ্ঠানৰ বাবে বুক কৰা হৈছিল বিলাসী কোটিটকীয়া পেলেচ। কিন্তু জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰাৰ পূৰ্বেই…

প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬

অসমীয়া চলচ্ছিত্ৰ জগতৰ বিকাশ, স্বীকৃতি আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সৰ্ববৃহৎ সন্মান ‘প্ৰাগ চিনে এৱাৰ্ডছ’ প্ৰতিবছৰৰ দৰে এইবাৰো অহা ৫ জুলাইত গুৱাহাটীৰ খানাপাৰাত থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷…

১১ দিন জিৰ’ লেণ্ডত আৱদ্ধ থকাৰ অন্তত পুনৰ দুজন বাংলাদেশী নাগৰিকক গ্ৰহণ বাংলাদেশৰ

ভাৰত-বাংলাদেশ সীমান্তৰ জিৰ’ লেণ্ডত ১১ দিন ধৰি আৱদ্ধ হৈ থকা আৰু দুজন বাংলাদেশী নাগৰিকক অৱশেষত নিজ দেশত প্ৰৱেশৰ অনুমতি দিলে বৰ্ডাৰ গাৰ্ড বাংলাদেশে। ঝালোৰচৰ বিএছএফ কেম্প সংলগ্ন সীমান্তৱৰ্তী এলেকাত থকা…

ৰাজপথত গৰাকীবিহীন কুকুৰ-জীৱ-জন্তুৰ উপদ্ৰৱঃ নিজাববীয়া গোচৰ ৰজু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজপথত বৃদ্ধি পোৱা গৰাকীবিহীন কুকুৰ আৰু আন জীৱ-জন্তুৰ উপদ্ৰৱক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাক ভিত্তি কৰি বিষয়টোৰ ওপৰত শেহতীয়াকৈ নিজাববীয়া গোচৰ…

শক্তিপীঠ শ্ৰী শ্ৰী কামাখ্যা মন্দিৰত লাখ লাখ ভক্তৰ উপস্থিতিত অম্বুবাচী আৰম্ভ

বিশ্বৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত শ্ৰী শ্ৰী কামাখ্যা দেবালয়ত ২২ জুনৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি আৰম্ভ হোৱাৰ পূৰ্বে সন্ধিয়া…

কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন উদযাপন! ব্যৱসায়ী গৌতম বৰুৱাক আটক

কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন উদযাপন কৰি আটক হ’বলগীয়া হ’ল গুৱাহাটীৰ ব্যৱসায়ী গৌতম বৰুৱা। দলঙৰ ওপৰত জন্মদিন উদযাপন কৰি যান-বাহনৰ চলাচলত ব্যাঘাত জন্মোৱাৰ অভিযোগত ব্যৱসায়ীজনক আটক কৰে মহানগৰ আৰক্ষীয়ে।…

গুৱাহাটীৰ সলনি দিল্লীত হ’ব পাৰে ভাৰত-জাপান শীৰ্ষ সন্মিলন; নাহিব পাৰে জাপানৰ প্ৰধানমন্ত্ৰী

গুৱাহাটীত ভাৰত-জাপান শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সম্ভাৱনাক লৈ চলি থকা প্ৰস্তুতিৰ মাজতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। সূত্ৰৰ খবৰ অনুসৰি, লজিষ্টিক সমস্যাৰ বাবে গুৱাহাটীৰ পৰিৱৰ্তে…

চলন্ত স্কুটাৰত গছ বাগৰি পিতৃ-পুত্ৰৰ মৃত্যু; গুৱাহাটীৰ উপকণ্ঠত শোকাৱহ ঘটনা

পথৰ কাষৰ এজোপা শুকান গছ হঠাতে বাগৰি পৰাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। গুৱাহাটীৰ উপকণ্ঠৰ চানডুবি ৰাজাপাৰা অঞ্চলত সোমবাৰে সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত ৪০ বছৰীয়া কাৰ্তিক ৰাভা আৰু তেওঁৰ ৮ বছৰীয়া…

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিত অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। উত্তৰ-পূব ভাৰত উৎসৱৰ আয়োজক তথা মুখ্য সংগঠক মহন্তই…

পানী সুৰক্ষা ভাবুকিত পৰিলে যুদ্ধ কৰিমঃ ভাৰতক হুংকাৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ

পানী সুৰক্ষাক লৈ ভাবুকিৰ সৃষ্টি হ’লে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ পথ বাছি ল’ব পাকিস্তানে। সিন্ধু নদীৰ পানী ব্যৱহাৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাৰ মাজতে এই হুংকাৰ প্ৰদান কৰে…