Category: Assam

বিয়াৰ মাত্ৰ সাত মাহৰ পাছতেই ডেংগুয়ে কাঢ়ি নিলে প্ৰাণ; ছমৰীয়াত ২৭ বছৰীয়া যুৱকৰ মৃত্যু

দাম্পত্য জীৱন আৰম্ভ কৰিছিল মাত্ৰ সাত মাহ পূৰ্বে। নতুন সপোন আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ মাজতেই হঠাতে আক্ৰান্ত হৈছিল ডেংগুত। অৱশেষত মাৰাত্মক এই ৰোগৰ সৈতে যুঁজ দি প্ৰাণ হেৰুৱালে ২৭ বছৰীয়া এজন…

সন্ধিয়াৰে পৰা সন্ধানহীন! নলবাৰীত একেলগে উদ্ধাৰ প্ৰেমিক যুগলৰ মৃতদেহ, চাঞ্চল্য

ৰাতিৰ আন্ধাৰত ঘৰৰ পৰা ওলাই গৈছিল দুয়ো। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ কৰিও লাভ কৰা নাছিল কোনো সন্ধান। কিন্তু পুৱাৰ ভাগত পথাৰত গৰু এৰাল দিবলৈ অহা স্থানীয় লোকে প্ৰত্যক্ষ কৰে…

আকস্মিক বান-ভূমিস্খলনত বিপৰ্যস্ত অৰুণাচল; উদ্ধাৰ শিক্ষয়িত্ৰীৰ মৃতদেহ, এতিয়াও নিৰুদ্দেশ ৪ জন

অবিৰত বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনে একপ্ৰকাৰ স্তব্ধ কৰি পেলাইছে অৰুণাচল প্ৰদেশৰ বিস্তীৰ্ণ অঞ্চল। কেইবাখনো জিলা জুৰি যোগাযোগ ব্যৱস্থা ভাঙি পৰাৰ মাজতে কীয়ি পান্যোৰ জিলাত উদ্ধাৰ হৈছে এগৰাকী নিৰুদ্দেশ শিক্ষয়িত্ৰীৰ…

অৱতৰণৰ সময়তে পাকিস্তানৰ আকাশসীমাত সোমাল এয়াৰ ইণ্ডিয়াৰ বিমান; ক্ৰুৰ বিৰুদ্ধে ব্যৱস্থা

অমৃতসৰ বিমানবন্দৰত অৱতৰণৰ প্ৰস্তুতি চলি থকাৰ সময়তে হঠাতে পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে সংশ্লিষ্ট বিমান ক্ৰু আৰু এজন বায়ু পৰিবহণ নিয়ন্ত্ৰকৰ বিৰুদ্ধে…

ৰাণীৰ বৰপতিমাত বনৰীয়া হাতীৰ তাণ্ডৱ

পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপতিমাত বনৰীয়া হাতীৰ তাণ্ডৱত ত্ৰাসিত হৈ পৰে গঞা। উল্লেখ্য যে কালি নিশা প্ৰায় দুই বজাত চাৰিটাকৈ বনৰীয়া হাতীয়ে গাঁওখনৰ দিপালী কলিতা নামৰ…

অৰুণাচলত সেনা, আইটিবিপিৰ যুটীয়া প্ৰশিক্ষণ; পৰিচালন সমন্বয় বৃদ্ধিৰ লক্ষ্য

অৰুণাচল প্ৰদেশৰ প্ৰত্যাহ্বানপূৰ্ণ ভূ-খণ্ডত ভাৰতীয় সেনাৰ স্পিয়েৰ কৰ্পছৰ অধীনৰ স্পিয়েৰহেড ডিভিজন আৰু ইণ্ডো-টিবেটান বৰ্ডাৰ পুলিচ (আইটিবিপি)ৰ জোৱানসকলে যুটীয়াভাৱে এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্ৰশিক্ষণে যুটীয়া কাৰ্যপন্থাৰ মনোভাৱ পুনৰ দৃঢ়…

চিচিটিভি নাই, সাক্ষীও নাই! ৭ বছৰীয়া ‘মেৰী’য়ে ২৪ ঘণ্টাৰ ভিতৰতে বিচাৰি উলিয়ালে অভিযুক্তক

তথ্য-প্ৰমাণৰ অভাৱত প্ৰায় স্তব্ধ হৈ পৰিছিল ছয় বছৰীয়া কন্যাশিশুৰ ওপৰত সংঘটিত যৌন নিৰ্যাতনৰ এক জঘন্য অপৰাধ। ঘটনাস্থলত নাছিল কোনো কাৰ্যক্ষম চিচিটিভি কেমেৰা, নাছিল কোনো প্ৰত্যক্ষদৰ্শীও। কিন্তু তদন্তৰ এই জটিল সময়ত…

৪৮ ঘণ্টাৰ ধাৰাসাৰ বৰষুণত তচনচ নীপক’ কলনী; নিৰুদ্দেশ ৩ জন, অসমলৈও সতৰ্কতা

মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পানী, বোকা আৰু ধ্বংসস্তূপৰ সোঁতে তচনচ কৰি পেলালে সমগ্ৰ এটা আবাসিক কলনী। ৪৮ ঘণ্টাধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ কীয়ি পান্যোৰ জিলাত সংঘটিত হোৱা ভয়ংকৰ…

প্ৰেমিকক মুক্তি নিদিলে জপিয়াই দিম! ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠি কিশোৰীৰ নাটকীয় প্ৰতিবাদ

প্ৰেমিকক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবীত ১০০ ফুট উচ্চতাৰ মোবাইল টাৱাৰত উঠিল এগৰাকী ১৭ বছৰীয়া কিশোৰী। দাবী পূৰণ নকৰিলে টাৱাৰৰ ওপৰৰ পৰা জপিয়াই দিয়াৰো ভাবুকি দিয়ে কিশোৰীগৰাকীয়ে। ঝাৰখণ্ডৰ বোকাৰো জিলাৰ…

মৰ্মান্তিক! বিয়াৰ এদিন পূৰ্বে কইনাসহ চৰম সিদ্ধান্ত পিতৃ-মাতৃৰ, কৰ্ণাটকত চাঞ্চল্য

ৰাতিটো পুৱালেই বিয়া! ইতিমধ্যে এই বিবাহক লৈ গোটেই ঘৰখনত সৃষ্টি হৈছিল উলহ-মালহ পৰিৱেশ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে কইনাৰ সাজত ৰভাতলীত বহাৰ কথা আছিল ২১ বৰ্ষীয় ৰক্ষিতা। কিন্তু বিয়াৰ এই…