Category: Assam

ধুবুৰীত আৰক্ষীৰ অভিযান; নিষিদ্ধ গো-মাংসসহ ৫ জনক গ্ৰেপ্তাৰ

গোপন সূত্ৰৰ ভিত্তিত চলোৱা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিল অবৈধ গো-মাংস বিক্ৰীৰ সন্দেহজনক কাৰ্যকলাপ। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত চাৰালডাঙা গাঁৱত শুকুৰবাৰে চলোৱা এই অভিযানত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে…

আম্বুবাচীৰ নিবৃত্তি; ভক্তৰ বাবে পুনৰ মুকলি হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ

চাৰি দিনীয়া ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ অন্তত পুনৰ মুকলি হ’ল মা কামাখ্যা মন্দিৰৰ দুৱাৰ। পুৱাই পৰা হাজাৰ হাজাৰ ভক্তই শাৰী পাতি মা কামাখ্যাৰ দৰ্শন আৰু পূজাৰ বাবে সমবেত হয় নীলাচল পাহাৰত। সোমবাৰে…

ৰাজপথত বেহেলা বজাই জীৱন নিৰ্বাহ কৰা অশীতিপৰ ভগৱান মাল্লিকলৈ সহায়ৰ হাত আনন্দ মহিন্দ্ৰাৰ

বয়সে ভৰ কৰা শৰীৰ, চকুৰ দুৰ্বল দৃষ্টি আৰু পুৰণি বেহেলাখনেই এতিয়াও জীৱন যুঁজৰ একমাত্ৰ সম্বল ৮০ বছৰীয়া ভগৱান মাল্লিকৰ। কেইবাদশক ধৰি কলকাতাৰ ৰাজপথত বেহেলা বজাই প্ৰতিদিনে পেটৰ ভাতমুঠি যোগাৰ কৰি…

তাই সাৰি যাব নালাগে, তাইকো শাস্তি দিয়কঃ কেতন হত্যাকাণ্ড গোচৰৰ অভিযুক্ত ছিয়াৰ পিতৃৰ দাবী

যদি মোৰ কন্যা কেতন আগৰৱালাৰ হত্যাকাণ্ডত দোষী প্ৰমাণিত হয়, তেন্তে তাইকো কঠোৰতম শাস্তি দিয়া উচিত। যি দ খাৱৈৰ পৰা কেতনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, সেই একেই ঠাইৰ পৰাই তাইকো পেলাই…

অপাৰেচন সেন্দূৰত প্ৰাণ উৎসৰ্গা কৰা ছয়গৰাকী বীৰ জোৱানৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কেন্দ্ৰৰ

অপাৰেচন সেন্দুৰত পাকিস্তানৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা ছয়গৰাকী বীৰ জোৱানৰ নাম অৱশেষত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। ২০২৫ চনৰ মে’ মাহত সংঘটিত এই সামৰিক অভিযানত…

‘মা, মোক ক্ষমা কৰি দিবা…’! ভিডিঅ’ত ক্ষমা খুজি চৰম সিদ্ধান্ত নীট পৰীক্ষাৰ্থীৰ

“মা, মোক ক্ষমা কৰি দিবা, পুনৰ যদি জনম লও, মই তোমাৰে গৰ্ভত জন্ম ল’ব বিচাৰিম!’’ – জীৱনৰ শেষটো ভিডিঅ’ত মাতৃৰ ওচৰত এইদৰেই ক্ষমা খুজি চিৰদিনৰ বাবে হেৰাই গ’ল এগৰাকী ১৮…

ডিজিটেল এৰেষ্ট কেলেংকাৰিৰ বিৰুদ্ধে দেশজুৰি চিবিআইৰ অভিযান; শিৱসাগৰ-চৰাইদেউতো তালাচী

অনলাইন জালিয়াতিৰ নতুন কৌশল ‘ডিজিটেল এৰেষ্ট’ৰ জৰিয়তে দেশজুৰি প্ৰতাৰণা চলোৱা চক্ৰৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। অপাৰেচন চক্ৰ-৬ৰ অধীনত দেশৰ ১৬খন ৰাজ্যত একেলগে অভিযান চলাই ৮০ৰো…

পুনৰ অৰণ্যত মুকলি বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰা ৭টা সোণালী বান্দৰ

বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰৰ পাছত দীঘলীয়া চিকিৎসা, পুনৰ সংস্থাপন আৰু বৈজ্ঞানিক পৰ্যবেক্ষণৰ অন্তত নতুন জীৱন লাভ কৰিলে সাতটা বিপন্ন সোণালী বান্দৰে। ছিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছে উদ্ধাৰ…

পাছপ’ৰ্ট নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়ঃ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ

নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা নহয় পাছপ’ৰ্টক। বিদেশ মন্ত্ৰালয়ৰ শেহতীয়া মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে এই স্পষ্টীকৰণ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। এক চৰকাৰী বিবৃতিযোগে কেন্দ্ৰই সদৰী কৰে যে,…

ইমাৰ্জেন্সি ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়ঃ হিমন্ত বিশ্ব শৰ্মা

দেশৰ গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক স্বাধীনতাক দমন কৰাৰ উদ্দেশ্যেৰে ১৯৭৫ চনত আৰোপ কৰা হৈছিল ইমাৰ্জেন্সি। ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত সেই সময়ছোৱা এক অন্ধকাৰ অধ্যায় বুলি অভিহিত কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী…