Assam বাংলাদেশী নাগৰিকৰ পুশ্ববেকক কেন্দ্ৰ কৰি উত্তপ্ত শ্ৰীভূমি সীমান্ত! সন্মুখ সমৰত বিএছএফ-বিজিবি June 27, 2026 Paromita বাংলাদেশী নাগৰিকক পুশ্ববেক কৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত। সীমান্তৱৰ্তী নিলামবজাৰৰ বিলবাৰী অঞ্চলত উদ্ভৱ হোৱা এই পৰিস্থিতিৰ পিছতে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে কৰ্তৃপক্ষই। বিশেষ…
Assam ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু কণমানিৰ! নলবাৰীত শোকৰ ছাঁ June 27, 2026 Paromita ৰাজ্যজুৰি অব্যাহত আছে মাৰাত্মক চোৱাইন ফ্লু ভাইৰাছৰ তীব্ৰ আতংক। অসমৰ ভিন্ন প্ৰান্তত এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ মাজতে এইবাৰ নলবাৰী জিলাত এই ব্যাধিৰ বলি হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল…
Assam তিনিচুকীয়াত নিৰীহ লোকক হত্যাৰ পৰিকল্পনা; দুজন আলফা (স্বাধীন) সদস্য গ্ৰেপ্তাৰ June 27, 2026 Paromita তিনিচুকীয়া চহৰত নিৰীহ লোকক লক্ষ্য কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ এক ভয়ংকৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ৰ দুজন সশস্ত্ৰ…
Assam নতুন জীৱনৰ দিশে বিৰিণা; কৃত্ৰিম ভৰি সংস্থাপনে পূৰণ কৰিলে সপোন June 27, 2026 Paromita অৱশেষত নতুন জীৱন লাভ কৰিলে বিৰিণাই। শিৱসাগৰ জিলাৰ ডিমৌৰ বিশেষভাৱে সক্ষম কিশোৰী বিৰিণা চাউৰাই অৱশেষত লাভ কৰিলে কৃত্ৰিম ভৰি। ইয়াৰ ফলত এতিয়াৰে পৰা আন বহুজনৰ দৰেই দুই ভৰিৰে খোজ কাঢ়িব…
Assam কাবেৰী নদীত ফটো তুলিবলৈ নামি একেটা পৰিয়ালৰ চাৰিগৰাকী মহিলাসহ পাঁচজনৰ সলিল সমাধি June 27, 2026 Paromita দেৱীৰ ওচৰত পূজা আগবঢ়াই ঘৰলৈ উভতি যোৱাৰ কথা আছিল। সেই উদ্দেশ্যেই একেলগে মন্দিৰলৈ গৈছিল পৰিয়ালটোৰ সদস্যসকল। কিন্তু পূজাৰ পিছত কাবেৰী নদীৰ পাৰত কটোৱা কেইটামান মুহূৰ্তই সলনি কৰি দিলে সকলো। নদীৰ…
Assam পুনে হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য! চেতন-ছিয়াৰ প্ৰেমৰ সম্পৰ্কৰ কথা জানিও ধনৰ বাবেই উপেক্ষা কৰিছিল পৰিয়ালে June 27, 2026 Paromita প্ৰেমৰ সম্পৰ্ক এটা লুকুৱাই ৰাখি পৰিয়ালৰ সিদ্ধান্তমতে আন এজন যুৱকৰ সৈতে বিয়াৰ প্ৰস্তুতি চলিছিল ছিয়াৰ। সেই দ্বন্দ্বৰ মাজতেই সংঘটিত হৈছিল কেতন আগৰৱাল হত্যাকাণ্ড। এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ…
Assam ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান; গ্ৰেপ্তাৰ দুজন June 27, 2026 Paromita চিকিৎসাৰ নামত চলি থকা ভুৱা প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ হৈছে কাছাৰ আৰক্ষী। বিগত কিছুদিন ধৰি জিলাজুৰি অব্যাহত থকা বিশেষ অভিযানৰ অংশ হিচাপে শুকুৰবাৰে পুনৰ দুজন কথিত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।…
Assam নিয়ন্ত্ৰণ হেৰুৱাই ট’ল প্লাজাত সোমাল এলপিজি টেংকাৰ; ভয়ংকৰ বিস্ফোৰণৰ পাছতে অগ্নিকাণ্ড, দগ্ধ ৭ June 27, 2026 Paromita পুৱাৰ ব্যস্ত সময়। ট’ল প্লাজাত চলি আছিল স্বাভাৱিক যান-বাহনৰ অহা-যোৱা। সেই সময়তেই নিয়ন্ত্ৰণ হেৰুৱায় এখন এলপিজি টেংকাৰে। মুহূৰ্ততে ট’ল প্লাজাত খুন্দা মৰাৰ পাছতে সংঘটিত হয় প্ৰচণ্ড বিস্ফোৰণ। ভয়ংকৰ অগ্নিকাণ্ডত দগ্ধ…
Assam News নাগালেণ্ডে ৩০ কোটি টকাৰো অধিক চি এছ আৰ প্ৰতিশ্ৰুতি লাভ কৰিলে June 26, 2026 Tarali শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত নাগালেণ্ড কানেক্ট ২০২৬ চি এছ আৰ সন্মিলনত নাগালেণ্ড ইনভেষ্টমেণ্ট এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে (IDAN) নাগালেণ্ডত কৰ্প’ৰেট ছ’চিয়েল ৰেছপনচিবিলিটি (CSR) পদক্ষেপৰ বাবে ৩০ কোটি টকাৰো অধিক প্ৰতিশ্ৰুতি লাভ…
Assam শ্ৰীভূমিত ১০.৮ কোটি টকাৰ ড্ৰাগছ জব্দ; নিশাৰ অভিযানত এজন গ্ৰেপ্তাৰ June 26, 2026 Paromita ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। শ্ৰীভূমি জিলাত নিশা চলোৱা এক বিশেষ অভিযানত প্ৰায় ১০.৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।…