News কাইলেনজাং গাঁৱত তিনিটা ঘৰ জ্বলি ছাই, এনএছচিএন-আইএমৰ কেডাৰ জড়িত থকাৰ সন্দেহ August 10, 2026 Tarali সোমবাৰে দুপৰীয়াৰ ভাগত মণিপুৰৰ কাংপোকপি জিলাৰ কাইলেনজাং কুকি গাঁৱত তিনিটা বাসগৃহত জুই লগাই দিয়াৰ খবৰ পোৱা গৈছে। সন্দেহযুক্ত এনএছচিএন-আইএমৰ কেডাৰসকলে অঞ্চলটোত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ পিছত এই অগ্নিকাণ্ডৰ ঘটনা ঘটে…
News এফচিআৰএ সংশোধনী: উত্তৰ-পূৰ্বৰ উদ্বেগৰ মাজতে জেপিচিৰ পৰীক্ষণ বিচাৰিছে মিজ’ৰাম চৰকাৰ আৰু গীৰ্জা সংস্থাসমূহে August 10, 2026 Tarali প্ৰস্তাৱিত বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন, অৰ্থাৎ এফচিআৰএ সংশোধনী বিল চূড়ান্ত কৰাৰ আগতে সকলো পক্ষৰ সৈতে বহল পৰিসৰত আলোচনাৰ বাবে কেন্দ্ৰক এখন যুটীয়া সংসদীয় সমিতি, জেপিচিলৈ প্ৰেৰণ কৰিবলৈ মিজ’ৰাম চৰকাৰে অনুৰোধ…
Latest News আইজলত বিশ্ব আদিবাসী দিৱস উদযাপন, ‘জো’ জনগোষ্ঠীৰ ঐক্যৰ আহ্বান August 9, 2026 Tarali বিশ্ব আদিবাসী দিৱসশনিবাৰে আইজলৰ ভানাপা হলত “Indigenous Peoples and AI: Defending Rights, Shaping Futures” অৰ্থাৎ “ আদিবাসী জনগোষ্ঠী আৰু AI: অধিকাৰ সুৰক্ষা, ভৱিষ্যৎ নিৰ্মাণ” বিষয়বস্তুৰে উদযাপন কৰা হয়।জো পুনৰেকত্ৰীকৰণ সংস্থা…
Assam মেৰামতি কামৰ বাবে NFR য়ে অগপতল, শিলচৰ, ছাইৰাংগামী কেইবাখনো ৰেলৰ সময় সলনি আৰু বাতিল কৰিলে August 9, 2026 Tarali নিউ হাৰংগাজাও ষ্টেচনৰ ওচৰত ৰেলপথৰ Line-1 আৰু Line-2 ছেটল হোৱাৰ বাবে চলি থকা মেৰামতি কামৰ বাবে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে (NFR) য়ে কেইবাখনো ৰেলৰ চলাচল বাতিল আৰু পুনৰ্নিৰ্ধাৰণ কৰিছে।লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডত…
Assam Sports ক’ৰিয়া মাষ্টাৰ্ছ সুপাৰ ৩০০ খিতাপেৰে ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ অশ্মিতা চলিহাই August 9, 2026 Tarali অসমৰ বেডমিণ্টন খেলুৱৈ অশ্মিতা চলিহাই দেওবাৰে ক’ৰিয়া মাষ্টাৰ্ছৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত হান কিয়ান শ্বিক এখন গেমত পৰাজয়ৰ পিছত ঘূৰি আহি পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এই প্ৰতিযোগিতাখন জয় কৰা…
Assam এচিএফ: সৰু-সুৰা ত্ৰুটিৰ বাবে এনজিঅ’ৰ সম্পত্তি বাজেয়াপ্ত কৰিলে অসম আৰু উত্তৰ-পূৰ্বৰ দৰিদ্ৰই ক্ষতিগ্ৰস্ত হ’ব August 9, 2026 Tarali অসম খ্ৰীষ্টিয়ান ফ’ৰামে ২০২৬ চনৰ ২৫ মাৰ্চত লোকসভাত উত্থাপন কৰা আৰু বাৰিষা অধিৱেশনত পুনৰ উত্থাপন কৰাৰ সম্ভাৱনা থকা প্ৰস্তাৱিত বিদেশী বিত্তীয় সাহায্য (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক, ২০২৬ ৰ ওপৰত গভীৰ উদ্বেগ…
Assam কাজিৰঙাত বিশেষ গঁড় সুৰক্ষা বাহিনীক সম্বৰ্ধনা : বন বিভাগৰ অগ্ৰণী যুঁজাৰুসকলক স্বীকৃতি August 8, 2026 Tarali কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ বিৰোধী অভিযান শক্তিশালী কৰিবলৈ নিযুক্তি দিয়া বিশেষ গঁড় সুৰক্ষা বাহিনী (SRPF) ক শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত অসমৰ…
Latest News ‘বিলটোৱে গুৰুত্ব পাই আছে’: ১২৫তম সংশোধনীৰ কাম আগুৱাই লৈ গৈছে অমিত শ্বাহ, মিজোৰাম বিজেপিক ক’লে গৃহ ৰাজ্য মন্ত্ৰীয়ে August 8, 2026 Tarali মিজোৰামৰ তিনিটা স্বায়ত্তশাসিত জিলা পৰিষদক প্ৰতিনিধিত্ব কৰা বিজেপিৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰক ২০১৯ চনৰ ১২৫তম সংবিধান সংশোধনী বিধেয়ক সোনকালে গৃহীত কৰিবলৈ আহ্বান জনাইছে। বিধেয়কখন বিগত কেইবা বছৰ ধৰি সংসদত পেণ্ডিং…
News মুখ্যমন্ত্ৰীয়ে নৱ দিল্লীত ‘মেডবাইমিজো’ কিয়স্কৰ উদ্বোধন কৰে August 8, 2026 Tarali মুখ্যমন্ত্ৰী শৰী লালদুহোমাই যোৱা ৭ আগষ্ট ২০২৬ত নৱ দিল্লীৰ ১০২ হুমায়ুনপুৰ, ছফদৰজং এনক্লেভ*ত ‘মেডবাইমিজো’ কিয়স্কৰ উদ্বোধন কৰে। মিজোৰাম হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টছ ডেভেলপমেণ্ট কৰ্পৰেচন লিমিটেড (ZOHANDCO) ৰ উদ্যোগত এই কিয়স্ক স্থাপন…
Assam ১০ ছেপ্টেম্বৰ ভিতৰত ডিজিটেল জৰীপেৰে নিখুঁত বানক্ষতিৰ তথ্য ভাণ্ডাৰ প্ৰস্তুত: অসমৰ মুখ্যমন্ত্ৰী August 7, 2026 Tarali বানক্ষতিৰ দ্ৰুত, স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ মূল্যায়ন নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ কনভেনচন চেণ্টাৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত অঞ্চলৰ বাবে…