Author: Sonakshi Sarkar

২০৩১ৰ সংস্কৰণৰ পৰা মহিলা বিশ্বকাপত অংশগ্ৰহণ দলৰ সংখ্যা ৪৮লৈ বৃদ্ধিত অনুমোদন ফিফাৰ

ফিফা কাউন্সিলৰ বৈঠকৰ অন্তত শুকুৰবাৰে ফেডাৰেচন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ’চিয়েশ্যনে ঘোষণা কৰে যে তেওঁলোকে ২০৩১ চনৰ সংস্কৰণৰ পৰা মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰা দলৰ সংখ্যা ৩২ৰ পৰা ৪৮লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত…

আই পি এলৰ পইন্ট তালিকাৰ দ্বিতীয়ত গুজৰাট টাইটানছ

গুজৰাট দলটোৱে কালি নিশা হায়দৰাবাদক পৰাস্ত কৰিবলৈ সক্ষম হয়। শুভমান গিলৰ নেতৃত্বত গুজৰাট টাইটানছে এই মেচখন জিকি শীৰ্ষস্থানলৈ আহিব বুলি আশা কৰিছিল, কিন্তু সেয়া নহ’ল। মুম্বাইৰ দলটো এতিয়াও শীৰ্ষত আছে।…

৪০০ তম টি-২০ খেলিলে মহেন্দ্ৰ সিং ধোনীয়ে

এম এ চিদাম্বৰম ষ্টেডিয়ামত শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংছৰ খেলৰ সময়ত মহেন্দ্ৰ সিং ধোনীয়ে ৪০০ তম টি-২০খেলাৰ গৌৰৱ অৰ্জন কৰে। তেওঁৰ সুন্দৰ টি-২০ কেৰিয়াৰত, য’ত তেওঁৰ নেতৃত্বত ২০০৭…

কাইলৈ কলকাতাৰে মুখামুখি পঞ্জাৱ কিংছৰ

এটা ছিজনৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছক খিতাপ অৰ্জন কৰোৱা শ্ৰেয়াছ আয়াৰে এতিয়া প্লে অফৰ অৰ্হতাৰ অৰ্জনত আটাইতকৈ ডাঙৰ বাধা হ’বলৈ গৈ আছে যেতিয়া তেওঁৰ অধিনায়কত্বত শনিবাৰে আই পি এলৰ এখন…

ক্র’নিক চাবডিউৰেল হেমাট’ মা আৰু নিউৰ’ ইণ্টাৰভেনশ্বন বিষয়ত জিএনাবচি হাস্পতালত আন্তঃৰাষ্ট্ৰীয় কর্মশালা আৰু আলোচনাচক্র

পূর্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান আৰু ব্যয় সাধ্য উচ্চ মানসম্পন্ন স্বাস্থ্য সেৱাৰ বাটকটীয়া জিএন আৰচি হাস্পতালন দিছপুৰ চৌহদত শুকুৰবাৰে ক্রনিক চাগডিউৰেল হেমাট’মা (SDH) আৰু নিউৰ’ ইন্টাৰভেনশ্বন বিষয়ত দিনজোৰা কার্যসূচীৰে এখন আন্তঃৰাষ্ট্রীয়…

কাইলৈ চিএছকেৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

চেন্নাই চুপাৰ কিংছ (চিএছকে) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলখন শুকুৰবাৰে তেওঁলোকৰ আশা সজীৱ ৰখাৰ বাবে এক আমোদজনক যুঁজ হ’ব। চলিত ছিজনত এতিয়ালৈকে এই…

পথ-সুৰক্ষাক অভ্যাস-সংস্কৃতি হিচাপে গ্ৰহণৰ আহ্বান বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ

অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আহ্বানেৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত ব’হাগৰ বিহুৰ মঞ্চত পথ-সুৰক্ষা সজাগতা অব্যাহত আছে ৷ এতিয়া বিহুৰ বিভিন্ন উৎসৱ-অনুষ্ঠানৰ সময়। এই…

কাইলৈ ৰাজস্থান ৰয়েলছৰে মুখামুখি আৰচিবিৰ

কাইলৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰচিবি) ৰাজস্থান ৰয়েলছৰ সৈতে খেলিব। য’ত আৰ চি বিৰ লক্ষ্য হ’ব তেওঁলোকৰ ঘৰুৱা খেলপথাৰ চিন্নাস্বামী ষ্টেডিয়ামত দলৰ অভিলেখ উন্নত…

দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৌদি আৰৱ ভ্ৰমণৰ বিষয়ে এক্সত পোষ্ট কৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মই চৌদি আৰৱৰ জেদ্দালৈ গৈ আছো।…

বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত ৰোহিত-কোহলী শীৰ্ষ শ্ৰেণীত স্থান

ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীক সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) প্ৰকাশ কৰা চুক্তিবদ্ধ খেলুৱৈৰ তালিকাৰ শীৰ্ষ শ্ৰেণীত স্থান দিয়া হৈছে, আনহাতে…