Author: Sonakshi Sarkar

ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টিৰে ছেমিফাইনেলত ন’ভাক জ’কভিচ

ছাৰ্বিয়াৰ টেনিছ কিংবদন্তি ন’ভাক জ’কভিচে ২০২৫ ৰ ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টি কৰিছে।বুধবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচখনত তেওঁ জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভক ৪-৬, ৬-৩, ৬-২, ৬-৪ ছেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে।…

ইউএফএ নেচনছ লীগৰ ফাইনেলত পৰ্তুগাল

৬৮ মিনিটত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নিৰ্ণায়ক গ’লৰ সহায়ত পৰ্তুগালে জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউএফএ নেচনছ লীগ ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰে। এই জয় ৰোনাল্ডোৰ বাবে বিশেষ আছিল কাৰণ জাৰ্মানীৰ বিৰুদ্ধে তেওঁৰ…

উত্তৰ পূৰ্বাঞ্চলত বানত ৩০ জন লোকৰ মৃ*ত্যু

যোৱা কেইদিনমানৰ পৰা অসম তথা ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বহু অঞ্চল বানৰ কবলত পৰিছে৷ উত্তৰ-পূবৰ ৰাজ্যসমূহত যোৱা ৪৮ ঘণ্টাত কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু…

আই পি এলত গুজৰাট টাইটানছৰ অভিযান অন্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ এলিমিনেটৰ মেচত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত গঠিত দলটোৱে কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰিছে। এতিয়া ১…

ছিংগাপুৰ অ’পেনৰ দ্বিতীয় ৰাউণ্ডত পি ভি সিন্ধু

কানাডাৰ ৱেন ইউ জাঙক পোনপটীয়া খেলত পৰাস্ত কৰি মঙলবাৰে ছিংগাপুৰ অ’পেন ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে। মাত্ৰ ৩১ মিনিটতে সিন্ধুৱে…

পৰিবহণ বিভাগৰ জনসেৱা কাৰ্যসূচীত যান-বাহনসমূহ

ক্ৰমাৎ তীব্ৰতৰ হৈছে পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী ৷ পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ বিশেষ তত্বাৱধানত উলিওৱা জনসেৱা কাৰ্যসূচীত যোৱা প্ৰায় দুটা মাহত সকলো শ্ৰেণীৰ ডেৰ শতাধিক বাহনৰ গৰাকীৰ…

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত পঢ়িব নোৱাৰিব বিদেশী ছাত্ৰ

ট্ৰাম্প প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অধিকাৰ নাইকীয়া কৰিছে। ইয়াৰ বাবেই আমেৰিকাৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খনত প্ৰতিবাদ আৰম্ভ হৈছে। আমেৰিকাৰ গৃহ নিৰাপত্তা সচিব ক্ৰীষ্টি ন’মে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে…

১৭ বছৰীয়া অপেক্ষা অন্ত পেলাই ইউৰোপা লীগৰ চেম্পিয়ন টটেনহাম হটছপাৰ

বুধবাৰে নিশা ইউৰোপা লীগ ২০২৪-২৫ৰ ফাইনেলত মানচেষ্টাৰ ইউনাইটেডক ১-০ গ’লত পৰাস্ত কৰি ১৭ বছৰীয়া খিতাপৰ অপেক্ষা অন্ত পেলায় টটেনহাম হটছপাৰে। প্ৰথমাৰ্ধত ব্ৰেনান জনছনৰ গ’লৰ সহায়ত টটেনহামে খেলখন জয় কৰাৰ লগতে…

প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থ দল মুম্বাই ইণ্ডিয়ানছ

৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ কালিৰ খেলত দিল্লী কেপিটেলছক ৫৯ ৰানত পৰাস্ত কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয়।…

খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন “ভিন্নসুৰী” উন্মোচন

বিশিষ্ট লেখক , সাহিত্যিক, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন “ভিন্নসুৰী” আজি তেওঁৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত বাসগৃহত উন্মোচন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত গ্ৰন্থখন…