Author: Sonakshi Sarkar

পেহেলগাম আক্ৰমণৰ সৈতে জড়িত ৩ সন্ত্ৰাসবাদীক হত্যা: অমিত শ্বাহ

লোকসভাত পেহেলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ দ্বিতীয় দিনা গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ বক্তব্য দাঙি ধৰে। আলোচনাৰ একেবাৰে আৰম্ভণিতে গৃহমন্ত্ৰী অমিত শ্বাহে সদনত ঘোষণা কৰে যে পেহেলগাম আক্ৰমণৰ লগত…

গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কিন্তু মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈৰ নাম পোনপটীয়াকৈ নোলোৱাকৈ লোকসভা সমষ্টিৰ…

১৪ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানৰ যুঁজ

১৪ ছেপ্টেম্বৰত এছিয়া কাপ ২০২৫ৰ গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হ’ব। শনিবাৰে এছিয়ান ক্ৰিকেট কাউন্সিলে ঘোষণা কৰে প্ৰতিযোগিতাখনৰ সময়সূচী। ১০ আৰু ১৯ ছেপ্টেম্বৰত ভাৰতীয় দলটোৱে ইউ এ ই…

ভাৰতবৰ্ষৰ আগশাৰীৰ স্নায়ুৰোগ বিশেষজ্ঞৰ উপস্থিতিৰে জিএনআৰচিত নিউৰ’ ইমিউন’ল’জী বিষয়ত চিএমই সম্পন্ন

উত্তৰ-পূৰ্বাঞ্চলৰ স্নায়ুৰোগৰ চিকিৎসা আৰু গৱেষণাৰ ক্ষেত্ৰত অগ্রণী চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালত শনিবাৰে এখন অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ (চিএমই) আয়োজন কৰা হয়। হাস্পতালখনৰ দিছপুৰ চৌহদত ‘আপডেট অন নিউব’ ইমিউন ‘লজী’ বিষয়ত…

এবছৰত ২.০৬ লাখে এৰিলে ভাৰতৰ নাগৰিকত্ব

২০২৪ চনত ২.০৬ লাখতকৈ অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদত এই কথা প্ৰকাশ কৰে। বিদেশ মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ৰাজ্যসভাত কয় যে ২০২৩ চনত ২.১৬ লাখ…

কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ত ১২ হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে। বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত…

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহলৈ বৃদ্ধি

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আদেশ ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হব। এই সন্দৰ্ভত ৰাজ্যসভাৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে।…

বিধাসভাই গৃহীত বিধেয়কৰ সময়সীমাকলৈ কেন্দ্ৰ-ৰাজ্যৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

বিধাসভাই গৃহীত বিধেয়কসমূহৰ ওপৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লোৱাৰ সময়সীমা নিৰ্ধাৰণ কৰিব পাৰি নে নাই সেই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্সৰ ওপৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ পৰা উত্তৰ বিচাৰিছে। মুখ্য ন্যায়াধীশ বি…

অসমৰ বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ মমতা বেনাৰ্জীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ বিজেপি চৰকাৰে ৰাজ্যখনত বসবাস কৰা বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। শনিবাৰে তেওঁ কয় যে অসমৰ যিসকল লোকে সকলো ভাষা-ধৰ্মৰ সৈতে শান্তিৰে জীয়াই থাকিব…

ডব্লিউ টি চি ফাইনেলৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ আয়োজন কৰিব ইংলেণ্ডে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শনিবাৰে ইংলেণ্ডক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ আয়োজকৰ অধিকাৰ প্ৰদান কৰে।দেওবাৰে ইয়াত অনুষ্ঠিত হোৱা বাৰ্ষিক সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰে বিশ্বব্যাপী সংস্থাটোৱে। দুবছৰীয়া চক্ৰ সম্পূৰ্ণ…