Author: Sonakshi Sarkar

পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ আয় ২০২২-২৩ চনত ২২৩% বৃদ্ধি

দেশত নামমাত্ৰ ভোট লাভ কৰা পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ আয় ২০২২-২৩ চনত ২২৩% বৃদ্ধি পাইছে। এই তথ্য পোহৰলৈ আহিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি দেশত ২৭৬৪ টা স্বীকৃতি…

বছৰি বিশ্বৰ ১৬ কোটি লোক জৰুৰী অস্ত্ৰোপচাৰৰ পৰা বঞ্চিত

এক নতুন বিশ্বব্যাপী অধ্যয়নত প্ৰকাশ পাইছে যে জৰুৰী অস্ত্ৰোপচাৰ এতিয়াও বিশ্বৰ এক বৃহৎ জনসংখ্যাৰ হাতৰ মুঠিৰ বাহিৰত। বিশেষকৈ দৰিদ্ৰ আৰু মধ্যম আয়ৰ দেশৰ লোকৰ বাবে এয়া এক কঠোৰ বাস্তৱ। প্ৰতিবেদনত…

মেঘালয়ৰ জনজাতীয় লোকক লৈ আপত্তিজনক দাবী উত্থাপন কৰি বিপদত ইউটিউবাৰ-জ্যোতিষী

মেঘালয়ৰ এগৰাকী সমাজ কৰ্মীয়ে ইউটিউবাৰ আৰু এজন জ্যোতিষীৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে। দুয়োজনৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁলোকৰ এটা ভিডিঅ’ত দাবী কৰা হৈছে যে মেঘালয়ৰ জনজাতিসকলে এতিয়াও নৰবলি কৰে।…

হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণত ১০৯ জনৰ মৃ*ত্যু

২০ জুনৰ পৰা এতিয়ালৈ হিমাচল প্ৰদেশত প্ৰাকৃতিক দুৰ্যোগত ১০৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনাৰ বাবে ৮১৮ কোটি টকাৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ…

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিৰ বহু ডাঙৰ পৰিৱৰ্তন

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিয়ে বহু ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে। বৰ্তমানৰ তথ্য অনুসৰি এনচিইআৰটিয়ে নতুন অধ্যায়ত বাবৰক নিষ্ঠুৰ বিজয়ী বুলি অভিহিত কৰিছে। আকবৰ আৰু ঔৰংজেৱৰ অধ্যায়বোৰতো পৰিৱৰ্তন কৰিছে। এনচিইআৰটিয়ে…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টত লজ্জাজনক পৰাজয় ৱেষ্ট ইণ্ডিজৰ

টেষ্ট ক্ৰিকেটৰ ইতিহাসত আন এক লজ্জাজনক অভিলেখ পঞ্জীয়ন কৰিলে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে। জামাইকাৰ ছাবিনা পাৰ্কত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয়খন টেষ্ট মেচত ৱেষ্ট ইণ্ডিজে মাত্ৰ ২৭ ৰান সংগ্ৰহ কৰি অল…

পৰুপল্লী কাশ্যপৰে পৃথক হোৱাৰ ঘোষণা ছাইনা নেহৱালৰ

ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱাল আৰু তেওঁৰ স্বামী পৰুপল্লী কাশ্যপে পাৰস্পৰিক সন্মতি সাপেক্ষে পৃথক হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে।দেওবাৰে ছাইনাই ইনষ্টাগ্ৰামত এটা ব্যক্তিগত আপডেট শ্বেয়াৰ কৰিছিল, যিয়ে ক্ৰীড়া জগতখনত বৃহৎ চৰ্চা…

আলকাৰাজক পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো উইম্বলডনৰ খিতাপ দখল জানিক ছিনাৰৰ

উইম্বলডনৰ ফাইনেলত দেওবাৰে ইটালীৰ জানিক ছিনাৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন কাৰ্লোছ আলকাৰাজক ৪-৬, ৬-৪, ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো উইম্বলডনৰ খিতাপ দখল কৰে। সামগ্ৰিকভাৱে ছিনাৰৰ চতুৰ্থটো…

২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ স্বপ্ন ভংগ ন’ভাক জ’কভিচৰ

উইম্বলডনৰ ছেমি ফাইনেলত শুকুৰবাৰে নিশা ন’ভাক জ’কভিচক ৬-৩, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰি অল ইংলেণ্ড ক্লাবত প্ৰথমখন ফাইনেলত প্ৰৱেশ কৰে য়ানিক চিনাৰে। ১ নং স্থানত থকা তাৰকাগৰকীয়ে এতিয়া কাৰ্লোছ আলকাৰাজৰ…

দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰ শীৰ্ষত মেঘালয়ৰ বৰ্নিহাট, দ্বিতীয়ত ৰাজধানী দিল্লী

অসম-মেঘালয় সীমান্তত অৱস্থিত বৰ্নিহাট ২০২৫ চনৰ প্ৰথমাৰ্ধত ভাৰতৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে দিল্লী দ্বিতীয় স্থানত আছে বুলি শেহতীয়া বিশ্লেষণত প্ৰকাশ পাইছে। স্বতন্ত্ৰ গৱেষণা সংস্থা চেণ্টাৰ ফৰ…