Sports ফিফা ৰেংকিঙত ৬৩ নম্বৰ স্থানত ভাৰতীয় মহিলা দল August 8, 2025 Sonakshi Sarkar থাইলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত ভাৰতীয় মহিলা ফুটবল দলটোৱে ফিফাৰ শেহতীয়া ৰেংকিঙত ৭ স্থান অগ্ৰগতিৰে ৬৩ নম্বৰ স্থান লাভ কৰে। এই জয়েৰে দলটোৱে ইতিহাস সৃষ্টি কৰাৰ লগতে এ এফ চি…
Assam নৱেম্বৰত যাত্ৰীৰ বাবে মুকলি হ’ব গুৱাহাটী বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা August 7, 2025 Sonakshi Sarkar অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল যাত্ৰীৰ বাবে মুকলি কৰা হ’ব। বুধবাৰে নিশা মুখ্যমন্ত্ৰী শৰ্মাই ভূটানৰ পৰা অহা এটা প্ৰতিনিধি…
Political অহা বছৰৰ ফেব্ৰুৱাৰীত বাংলাদেশৰ সংসদীয় নিৰ্বাচন August 6, 2025 Sonakshi Sarkar বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে মঙলবাৰে কয় যে অহা বছৰৰ ফেব্ৰুৱাৰী মাহত পৰৱৰ্তী সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব।যোৱা বছৰৰ ছাত্ৰ নেতৃত্বাধীন প্ৰতিবাদী আন্দোলনৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীক টেলিভিছনযোগে দিয়া ভাষণত ইউনুছে…
Assam চিকিৎসা জগতত এক নতুন অলৌকিকতা: ৩০ বছৰে সংৰক্ষিত ভ্ৰূণৰে সুস্থ শিশুৰ জন্ম August 5, 2025 Sonakshi Sarkar আমেৰিকাত এহাল দম্পতীয়ে ৩০ বছৰতকৈ অধিক সময় ফ্ৰীজত ৰখা ভ্ৰূণৰে সন্তান জন্ম দিছে। ই এতিয়ালৈকে সফলতাৰে সন্তান জন্ম দিয়া আটাইতকৈ দীঘলীয়া সময়লৈ মজুত ৰখা ভ্ৰূণ বুলি বিশ্বাস কৰা হৈছে। অহাইঅ’ৰ…
Political কোন প্ৰকৃত ভাৰতীয় সেইটো সিদ্ধান্ত ন্যায়াধীশসকলে ল’ব নালাগে: প্ৰিয়ংকা গান্ধী August 5, 2025 Sonakshi Sarkar মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ ওপৰত উচ্চতম ন্যায়ালয়ে দিয়া মন্তব্য সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে কয় যে ৰাহুল গান্ধীৰ বক্তব্য ‘ভুল ব্যাখ্যা’ কৰা হৈছে। প্ৰিয়ংকা গান্ধীয়ে কয় যে মই সন্মানেৰে ক’ব…
Sports আঘাতৰ বাবে অনিৰ্দিষ্টকাললৈ খেলপথাৰৰ বাহিৰত থাকিব লিয়নেল মেছি August 4, 2025 Sonakshi Sarkar ইণ্টাৰ মিয়ামিৰ অধিনায়ক তথা আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি লিয়নেল মেছিয়ে সোঁ ভৰিৰ পেশীত আঘাত পাইছে, যাৰ বাবে তেওঁ অনিৰ্দিষ্টকাললৈ খেলৰ পৰা আঁতৰি থাকিব। মেজৰ লীগ ছকাৰ (এম এল এছ) ক্লাব ইণ্টাৰ…
Assam ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন August 2, 2025 Sonakshi Sarkar ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ দহ দিনৰ পাছত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে অহা ৯ ছেপ্টেম্বৰত এই পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ সময়সূচী অনুসৰি ৭ আগষ্টত এই অধিসূচনা জাৰি কৰাৰ…
Sports আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০ উইকেট সম্পূৰ্ণ মহম্মদ ছিৰাজৰ August 2, 2025 Sonakshi Sarkar ভাৰতীয় ক্ৰিকেট দল বনাম ইংলেণ্ড ক্ৰিকেট দলৰ মাজত ৫খন খেলৰ এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী ২০২৫ টেষ্ট ছিৰিজৰ পঞ্চম আৰু অন্তিমখন ৩১ জুলাইৰ পৰা লণ্ডনৰ কেনিংটন অ’ভেলত চলি আছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০ উইকেট…
Assam ৮ ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী August 1, 2025 Sonakshi Sarkar প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব। এই ভ্ৰমণত তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে কয় যে প্রধানমন্ত্রীয়ে…
Assam ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্প July 30, 2025 Sonakshi Sarkar ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত জাপানৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ পশ্চিম উপকূললৈকে সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ভূমিকম্পটো ভূপৃষ্ঠৰ…