Author: Sonakshi Sarkar

পৱিত্ৰ ভাদ মাহত শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ

এতিয়া পৱিত্ৰ ভাদ মাহ। এই মাহতে ভগৱান শ্ৰীকৃষ্ণৰ আৰ্বিভাৱ হৈছিল৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱ দেৱৰো তিথি হোৱা বাবে ৰাজ্যৰ গাওঁ-চহৰ সকলোতে বাপ-আইসকলৰ হৰিনামৰ ধ্বনিত চাৰিওপিনে আধ্যাত্মিক…

ভাৰত-পাকিস্তানৰ মাজত নহয় কোনোধৰণৰ দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতা

ভাৰত আৰু পাকিস্তানৰ মাজত আৰু দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত নহ’ব বুলি স্পষ্ট কৰি দিছে মোদী চৰকাৰে। ক্ৰিকেট হওক বা আন যিকোনো খেলেই হওক, ভাৰতীয় দল পাকিস্তানলৈ নাযায় আৰু পাকিস্তানী দল…

পাণ্ডুনাথ দেৱালয়ত গণেশ চতুৰ্থীৰ আয়োজন

গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্ৰাংগণত বিগত বছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী পাণ্ডু গণেশ চতুৰ্থী উদযাপন সমিতিৰ উদ্যোগত অহা ২৭ আগষ্টত গণেশে চতুর্থী উদযাপনৰ আয়োজন কৰা হৈছে। পাণ্ডুনাথ দেৱালয় পৰিচালনা সমিতিৰ…

বিহাৰত ইণ্ডিয়া মহাযোটৰ বিশাল ভোটাৰ অধিকাৰ যাত্ৰা

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দেওবাৰে বিহাৰৰ সাছাৰামৰ পৰা আৰম্ভ কৰিলে ‘ভোট অধিকাৰ যাত্ৰা। বিহাৰত নিৰ্বাচন আয়োগে বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আৰম্ভ কৰাৰ প্ৰতিবাদত এই যাত্ৰা…

ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিছত ২৮ ডিচেম্বৰত প্ৰথমবাৰলৈ সাধাৰণ নিৰ্বাচন

ম্যানমাৰৰ অভ্যুত্থানৰ পিছত সামৰিক চৰকাৰৰ মুৰব্বী জেনেৰেল মিন আং হ্লেইঙে ২৮ ডিচেম্বৰত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। এই নিৰ্বাচন ২০২১ চনৰ সামৰিক অভ্যুত্থানৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত…

গুজৰাটত হীৰা ব্যৱসায়ৰে জড়িত ১ লাখ শ্ৰমিকে হেৰুৱালে চাকৰি

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আমেৰিকাই ১০ শতাংশ অতিৰিক্ত শুল্ক কাৰ্যকৰী কৰাৰ পিছত গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলত হীৰা কটা আৰু পলিচিঙৰ কামত নিয়োজিত প্ৰায় এক লাখ শ্ৰমিকে চাকৰি হেৰুৱাইছে। এই বুলি…

বিএলএ-দ্য মেজিদ ব্ৰিগেডক বিদেশী সন্ত্ৰাসবাদী সংগঠনৰূপে ঘোষণা আমেৰিকাৰ

আমেৰিকাই পাকিস্তানস্থিত বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ) আৰু দ্য মেজিদ ব্ৰিগেডক ‘বিদেশী সন্ত্ৰাসবাদী সংগঠন’ বুলি ঘোষণা কৰে। ২০১৯ চনত কেইবাটাও উগ্ৰপন্থী আক্ৰমণৰ পিছত আমেৰিকাই বিএলএক ‘স্পেচিয়েল ডেজিনেটেড গ্ল’বেল টেৰ’ৰিষ্ট’(এছডিজিটি) শ্ৰেণীত স্থান…

প্রতি বছৰে ৭৪ হাজাৰ শিশু হেপাটাইটিছ চি ভাইৰাছ ৰোগত আক্ৰান্ত হৈ জন্মগ্ৰহণ

আপুনি জানেনে যে প্ৰতি বছৰে হাজাৰ হাজাৰ শিশুৰ জন্ম হয় এনে এক বিপজ্জনক ভাইৰাছ যিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে? ব্ৰিটেইনৰ ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ নতুন অধ্যয়নত প্রকাশ…

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত পাকিস্তানৰ জয়

পাকিস্তানী দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত জয়লাভ কৰিছে। বাবৰ আজম আৰু ৰিজৱানৰ বেটিং অলপ লেহেমীয়া আছিল যদিও দলটোৱে জয় লাভ কৰি তিনিখন মেচৰ এদিনীয়া শৃংখলাত ১-০ ত অগ্ৰগতি…

দীঘলীয়া সংঘাতৰ পিছত আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত শান্তি চুক্তি স্বাক্ষৰ

আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত দশক দশক ধৰি চলি অহা সংঘাতৰ অন্ত পেলাবলৈ শুকুৰবাৰে হোৱাইট হাউছত শান্তি চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰ ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত হয়। এই…