Author: Sonakshi Sarkar

১০ শতাংশ মুছলিম জনসংখ্যা বাঢ়িলেই বাংলাদেশত বিলীন হ’ব অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ ভৌগোলিক অস্তিত্ব আৰু জনগাঁথনিক লৈ এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া দেশৰ লোকৰ সংখ্যা যদি ৰাজ্যখনত আৰু মাত্ৰ ১০ শতাংশ বৃদ্ধি পায়, তেন্তে অসম স্বয়ংক্ৰিয়ভাৱে…

মণিপুৰত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতাঃ অভিযানত জালত পৰিল নিষিদ্ধ ঘোষিত কেচিপিৰ ৮ কেডাৰ

মণিপুৰৰ অশান্ত জৰ্জৰ পৰিৱেশৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠনৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই সুৰক্ষা বাহিনীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। ৰাজ্যখনৰ ইম্ফল পূব আৰু ইম্ফল পশ্চিম জিলাত চলোৱা পৃথক পৃথক অভিযানত…

নিশাৰ ভিতৰতে নিভিল চাৰিটা প্ৰাণঃ জুই জ্বলাই শুই থকাৰ সময়তে পৰিয়ালটোলৈ নামিল মৃত্যুৰ ছাঁ

বিহাৰত, চৰণ জিলাৰ ভগৱান বজাৰ অঞ্চলত সংঘটিত এটি হৃদয়বিদারক দুৰ্ঘটনাত শীতৰ পৰা পৰিত্ৰাণৰ বাবে জুইৰ মূৰত শুই থকা অৱস্থাত অক্সিজেনৰ অভাৱৰ ফলে চাৰিজনীয় এটা পৰিয়ালৰ মৃত্যু গ্ৰাস কৰিছে। এই দুৰ্ঘটনাটো…

আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ নতুন সমিতি গঠন

আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ চতুৰ্থ বাৰ্ষিক সভাখন ২৫ ডিচেম্বৰত গুৱাহাটীস্থিত সুদৰ্শনালয়ত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ…

ড০ দয়ানন্দ শ্বাহৰ দ্বিতীয় গ্ৰন্থ ‘সময়ৰ সাগৰত চিন্তাৰ জোৱাৰ’ উন্মোচন

বিশিষ্ট লেখক, বিশিষ্ট শিক্ষাবিদ তথা ডিব্ৰুগড় নিবাসী ড০ দয়ানন্দ শ্বাহৰ দ্বিতীয়খন গ্ৰন্থ ‘সময়ৰ সাগৰত চিন্তাৰ জোৱাৰ’ শুকুৰবাৰে অসম গ্ৰন্থমেলাত উন্মোচন কৰা হয়৷ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা…

বাংলাদেশত হিন্দু যুৱকক জীৱন্তে দহন! গৰজি উঠিল বলিউডৰ তাৰকাও, ‘মৌনতাই ৰক্ষা নকৰে হিন্দুসকলক’

বাংলাদেশৰ আকাশত এতিয়া ধোঁৱা নহয়, উৰিছে সংখ্যালঘুৰ হাহাকাৰ আৰু এজন জীয়া মানুহক জ্বলাই দিয়া মাংসৰ পৈশাচিক গোন্ধ। মৈমনসিংহৰ ৰাজপথত দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক যি ধৰণে দিনৰ পোহৰতে…

লালুপুত্ৰ তেজ প্ৰতাপলৈ হত্যাৰ ভাবুকিঃ আৰক্ষীৰ দ্বাৰস্থ হৈ বিচাৰিলে অতিৰিক্ত সুৰক্ষা

বিহাৰৰ ৰাজনীতিত নতুন নাটকীয়তাৰ আৰম্ভণি ঘটিছে, বিশেষকৈ লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱৰ জীৱনখনৰ ক্ষেত্ৰত। যদিও তেওঁ জনশক্তি জনতা দলৰ (জেজেডি) মুখপাত্ৰ, কিন্তু সন্তোষ ৰেণু যাদৱ, যি দলৰ…

২০২৫ত ভাৰতীয় ক্ৰিকেটৰ জয়যাত্ৰা

২০২৫ চনৰ শেষলৈ মাত্ৰ চাৰিটা দিন বাকী আছে।এইবাৰ ক্ৰিকেট খেলপথাৰত টিম ইণ্ডিয়াই উল্লেখযোগ্য প্ৰদৰ্শন প্ৰদৰ্শন কৰিছে। সমগ্ৰ বিশ্বতে পুৰুষ-মহিলা উভয়ে যৌথভাৱে পতাকা উত্তোলন কৰিছে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত মেন ইন ব্লু…

পঞ্জাৱৰ ১০ বছৰীয়া শ্ৰৱণ সিঙৰ বীৰত্বক স্বীকৃতিঃ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰিলে বাল পুৰস্কাৰ

পঞ্জাৱৰ ফিৰোজপুৰৰ এজন ১০ বছৰীয়া কিশোৰৰ অদম্য সাহসে এতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। নিজৰ তীব্ৰ বুদ্ধি আৰু দেশপ্ৰেমৰ পৰিচয় দি মাত্ৰ ১০ বছৰ বয়সতে ইতিহাসৰ পাতত নাম লিখিবলৈ সক্ষম…

অসমত বাজিছে নিৰ্বাচনী দামামাঃ ৬০ দিনৰ ভিতৰত ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন

ৰাজ্যৰ ৰাজনীতিত এতিয়া নিৰ্বাচনী কুচকাৱাজ তীব্ৰতৰ হৈ পৰিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে নিজৰ ৰণনীতি অধিক আক্ৰমণাত্মক কৰি তুলিছে। শনিবাৰে গুৱাহাটীত…