Author: Paromita

কংগ্ৰেছৰ চৰিত্ৰ সলনি হ’লেহে পদত্যাগ উঠাই লোৱাৰ কথা চিন্তা কৰিমঃ ভূপেন বৰা

ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ মতভেদৰ মাজতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰে প্ৰাক্তন সভাপতি ভূপেন বৰাই। সোমবাৰে দলীয় পদৰ পৰা পদত্যাগ কৰা বৰাই এতিয়া স্পষ্ট কৰি…

অসমক ১০ লাখ কোটিৰ অৰ্থনীতি গঢ়ি তোলাৰ লক্ষ্যৰে ঘোষণা বাজেটঃ শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিত অভূতপূৰ্ব গুৰুত্ব

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটিটকীয়া অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্যৰে সোমবাৰে দাখিল কৰা হয় ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেট। অৰ্থনৈতিক বিকাশ, সমাজ কল্যাণ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু যুৱ সবলীকৰণক…

বিজেপিত যোগদান কৰিব ভূপেন বৰাই! দেবব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি

কংগ্ৰেছ ত্যাগৰ হুংকাৰ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অতি শীঘ্ৰেই গেৰুৱা দলত যোগদান কৰাৰ সম্ভাৱনা এতিয়া তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই…

এইবাৰ বিপদত অভিনেত্ৰী আমিষা পেটেল! ১০ বছৰ পুৰণি গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ

চেক বাউন্সৰ গোচৰত অভিনেতা ৰাজপাল যাদৱলৈ সকাহ অহাৰ বিপৰীতে এক পুৰণি গোচৰত এতিয়া বিপাঙত পৰিছে বলীউডৰ অভিনেত্ৰী আমিষা পেটেল। সোমবাৰে মোৰাদাবাদৰ এচিজেএম-৫ আদালতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এক জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি…

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন; অসম বিজেপিত ব্যাপক তৎপৰতা

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অহা ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হ’ব বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। কেন্দ্ৰীয় নেতাগৰাকীয়ে ডিব্ৰুগড়ত এক বিশাল বুথ সন্মিলনত অংশ লোৱাৰ লগতে উজনি অসমৰ…

অসম লোকসেৱা আয়োগৰ ল’ৰা ধেমালি! ভুলৰ অজুহাতত বাতিল কৰা হ’ল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল

পৰীক্ষাৰ ফলাফল ঘোষণাৰ নামত ল’ৰা ধেমালি অসম লোকসেৱা আয়োগৰ। আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ (চিচিই) ফলাফল এক জাননীৰ জৰিয়তে হঠাতে বাতিল কৰাৰ সিদ্ধান্ত লয় আয়োগে। এটা গুৰুতৰ…

দেশৰ প্ৰশাসনীয় ব্যৱস্থাত নতুন যুগৰ সূচনাঃ দিল্লীত পি এম অ’ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

“নাগৰিক দেৱো ভৱঃ” – এই মূল মন্ত্ৰক বুকুত বান্ধি শুকুৰবাৰে নতুন দিল্লীৰ কেন্দ্ৰীয় সচিবালয় কমপ্লেক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েই…

বাজেট অধিৱেশনৰ বিৰতি; অহা ৯ মাৰ্চত পুনৰ মিলিত হ’ব সংসদৰ দুয়োখন সদন

সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ কাম-কাজ অন্ত পৰাৰ পাছত শুকুৰবাৰে দুয়োখন সদনৰে কাৰ্যসূচী অহা ৯ মাৰ্চলৈ স্থগিত ৰাখে অধ্যক্ষই। যোৱা ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশনৰ…

ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিবঃ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য

“ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিব, ই কোনো বিতৰ্কৰ বিষয় হ’ব নোৱাৰে!” -কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধৰ মাজতে শুকুৰবাৰে এইদৰে এক তীব্ৰ সকীয়নী দিয়ে উত্তৰ…

বাংলাদেশৰ নতুন সংসদত একমাত্ৰ হিন্দু প্ৰতিনিধিঃ বি এন পিৰ বিজয়ৰ মাজতে হ্ৰাস পালে সংখ্যালঘুৰ আসন

বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে বৃহৎ জয় সাব্যস্ত কৰিলেও নতুন সংসদত হিন্দু প্ৰতিনিধিৰ সংখ্যা মাত্ৰ এজনলৈ হ্ৰাস পোৱা পৰিলক্ষিত হয়। তাৰিক ৰহমানৰ নেতৃত্বত বি…