Author: Paromita

প্ৰায় আধা ঘণ্টা পূৰ্বে পাতিছিল পৰিয়ালৰ সৈতে কথা! তাৰ পিছতে সূদুৰ সমুদ্ৰৰ বুকুত মৃত্যু ভাৰতীয় নাৱিকৰ

পৰিয়ালৰ সৈতে অন্তিমবাৰৰ বাবে কথা পতাৰ কেইটামান মুহূৰ্তৰ পিছতে সুদুৰ সমুদ্ৰৰ বুকুত মৃত্যুৰ কোলাত শুই পৰিল এজন ভাৰতীয় নাৱিক। ওমান উপকূলৰ সমীপৰ কৌশলগত হৰমুজ প্ৰণালীত এখন বাণিজ্যিক জাহাজত সংঘটিত আকাশী…

ৰাজ্যত অব্যাহত বানৰ প্ৰকোপ! মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি, বানাক্ৰান্ত ৩৭ হাজাৰ

এফালে অব্যাহত আছে বৰষুণ, আনফালে দ্ৰুতগতিত বাঢ়িছে অসমত বানৰ প্ৰকোপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ মাজতে এইবাৰ মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পোৱাৰ লগতে বানাক্ৰান্তৰ সংখ্যাও…

পুত্ৰ কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ আৱেগিক পত্ৰ মাতৃৰ

এতিয়াও শেষ হোৱা নাই এগৰাকী মাতৃৰ সংগ্ৰাম! পুত্ৰৰ মৃত্যুৰ পিছতো ন্যায়ৰ আশাত প্ৰতিদিনে তেওঁৰ ফটোৰ সন্মুখত থিয় হৈ কথা পাতি আছে মাতৃয়ে। এইবাৰ সেই ন্যায়ৰ দাবীকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ…

পাক অধিকৃত কাশ্মীৰত পুনৰ অগ্নিগৰ্ভ পৰিস্থিতি; পাক সেনাৰ গুলীত নিহত ৬ অসামৰিক লোক

পাক অধিকৃত কাশ্মীৰত পুনৰ জ্বলি উঠিছে জনৰোষ। বিগত কিছু মাহ ধৰি পাকিস্তানৰ শাসনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে এইবাৰ সাধাৰণ জনতাৰ ওপৰত গুলীচালনা কৰে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে। এই ঘটনাত কমেও…

অসমীয়া ছবিজগতত অপূৰণীয় ক্ষতি; চিৰবিদায় বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ

অসমীয়া ছবিজগতৰ এটা উজ্জ্বল অধ্যায়ৰ অৱসান ঘটিল। সুদীৰ্ঘ অভিনয় জীৱনত ৰূপালী পৰ্দা আৰু টেলিভিছনৰ জৰিয়তে লাখ লাখ দৰ্শকৰ হৃদয় জয় কৰা বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ মঙলবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত…

ভুৱা আইএএছ বিষয়াৰ পৰিচয় দি বিয়া; তাৰ পিছতে ৪০ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ প্ৰৱঞ্চক মহিলা

সামাজিক মাধ্যমত পৰিচয়, তাৰ পিছত বিয়া। কিন্তু সংসাৰ আৰম্ভ হোৱাৰ কিছুদিনৰ ভিতৰতে ওলাই পৰিল এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ কাহিনী। নিজকে আইএএছ বিষয়া বুলি পৰিচয় দি এজন যুৱকক বিয়া কৰোৱা এগৰাকী মহিলাক…

২০২৩ৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰত ২০.৫৩ কোটি টকাৰ ড্ৰাগছ জব্দঃ বিধানসভাত চৰকাৰৰ তথ্য

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত এটাকৈ উন্মোচিত হৈছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ চক্ৰ। এনে সময়তে সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰক লৈ সোমবাৰে বিধানসভাত এক গুৰুত্বপূৰ্ণ…

ৰাম মন্দিৰৰ দান কেলেংকাৰীতকৈও ডাঙৰ ৱাকফ কেলেংকাৰী! তদন্তৰ দাবীত যোগীলৈ পত্ৰ

ৰাম মন্দিৰত ভক্তৰ দান আত্মসাতৰ অভিযোগক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ ৱাকফ সম্পত্তিক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী মুছলমান ধৰ্মগুৰুৱে। উত্তৰ প্ৰদেশৰ দুয়োখন ৱাকফ ব’ৰ্ডত বৃহৎ কেলেংকাৰী…

২৭ জনক বিদেশী ঘোষণা কৰা হাই ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ; নতুনকৈ শুনানিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিদেশী ঘোষণা কৰা ২৭ জনৰ গোচৰ নতুনকৈ বিচাৰৰ পথ মুকলি কৰি গুৰুত্বপূৰ্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণক আইন অনুসৰি পুনৰ শুনানি…

অসম-নেপালী সাহিত্য জগতলৈ অপূৰণীয় ক্ষতি; পদ্মশ্ৰী গীতা উপাধ্যায়ৰ দেহাৱসান

অসম আৰু নেপালী সাহিত্য জগতক শোকস্তব্ধ কৰি চিৰবিদায় ল’লে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা পদ্মশ্ৰী গীতা উপাধ্যায়ে। সাহিত্য, অনুবাদ আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে সন্মানিত এইগৰাকী বৰেণ্য ব্যক্তিয়ে এইবছৰেই লাভ…