Author: Mohini

গুৱাহাটীৰ বাসিন্দাসকলেও উৰুকাৰ নিশা মাছে মঙহে সাঁজ লগে ভাগে খাই ভোগালীক আদৰিব

আজি উৰুকা। কাইলৈ ভোগালী বিহু। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰাজধানী মহানগৰ গুৱাহাটীৰ বাসিন্দাসকলেও উৰুকাৰ নিশা মাছে মঙহে সাঁজ লগে ভাগে খাই ভোগালীক আদৰিব। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক উজান বজাৰ মাছৰ বজাৰলৈ…

২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ

২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (জি এ এফ এফ)। ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আয়োজিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ…

১৭ জানুৱাৰীত ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য

অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হব বাগৰুম্বা নৃত্য। মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰা হব বড়ো জনগোষ্ঠীৰ নৃত্য এই বাগৰুম্বা। ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব…

গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে আহিছে এক সুখবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা…

কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি আজি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত যাৱতীয় তথ্য সদৰী কৰি কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত…

২২ ডিচেম্বৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শুনানি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত সাত অভিযুক্তক মঙলবাৰে কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। হাজিৰ হোৱাৰ পিছত আদালতে…

মায়াবিনী পৰিৱেশনেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি চনু নিগমৰ

গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী চনু নিগম একক লাইভ কনচার্ট। দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ গ্ৰীণ উড ৰিজ’ৰ্টত এই কনচাৰ্টেৰে ‘‘দিৱানা তেৰা ট্যুৰ’’ মুকলি কৰে প্ৰখ্যাত সংগীত…

১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযোগনামা

ছিংগাপুৰত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। আজি উলুবাৰীত থকা অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্য্যালয়ত আয়োজিত এখন সংবাদমেলত বিশেষ…

অসম চৰকাৰৰ সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন ঘোষণা

অসমৰ সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা সাহিত্যিক সকলক উদ্গনি দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যপাল প্রদত্ত এক নির্দেশ যোগে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন…

মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপ ২০২৫ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাতত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমক গৌৰৱান্বিত কৰি তোলা সিমুলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। এই উপলক্ষে…