Author: Dipshikha

আমিনগাঁৱত STFৰ অভিযান

আমিনগাঁৱত STFৰ অভিযান। ISISৰ লিংক বিচাৰি মৰিয়াপট্টি জামে মছজিদত চলিছে STFৰ অভিযান। কেইদিনমান পূ্ৰ্বে STFৰ হাতত গ্ৰেপ্তাৰ হৈছিল গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী। তৌছিফ আলী ফাৰুকীয়ে নিয়মীয়াকৈ গৈছিল মছজিদটোলৈ।

মহানগৰীত পুনৰ চুৰি সোণ জব্দ কৰা হৈছে

মহানগৰীত পুনৰ চুৰি সোণ জব্দ কৰা হৈছে।উল্লেখযোগ্য যে মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত চুৰি সোণসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ জানিব পৰা মতে ধৃত যুৱকজন পশ্চিমবংগৰ সাগৰ প্ৰসাদ ৰায়৷ কাপোৰৰ বেগৰ…

কাজিৰঙাত দর্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ

কাজিৰঙাত দৰ্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ। এবছৰত সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰিছে কাজিৰঙা। ২০২৩-২৪ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৩,২৭,৪৯৩ পৰ্যটকৰ আগমন। ইয়াৰে ৩,১৩,৫৭৪ গৰাকী আছিল ভাৰতীয় পৰ্যটক। বিপৰীতে ১৩,৯১৯ গৰাকী আছিল বিদেশী…

ৰাহুল গান্ধীৰ হাতত নগদ হাজাৰ হাজাৰ টকা টকা জমা আছে

৫৫ হাজাৰ নগদ ধন জমা আছে ৰাহুল গান্ধীৰ হাতত। দুটাকৈ বেংক একাউণ্টত জমা আছে ২৬.২৫ লাখ টকা। ৰাহুল গান্ধীৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে ৯.২৪ কোটি আৰু ১১.১৪ কোটি। ৱায়ানাড…

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী মিথিলেশ তিৱাৰীৰ বিৰুদ্ধে ৰণত নামিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে। সামাজিক মাধ্যমযোগে ঘোষণা…

জম্মু-কাশ্মীৰৰ কাঠুৱাত গুলীচালনা

জম্মু-কাশ্মীৰৰ কাঠুৱাত নিশা গুলীচালনা। আৰক্ষীৰ গুলীত নিহত গেংষ্টাৰটোৰ নাম বাসুদেৱ। সংঘৰ্ষত মূৰত আঘাতপ্ৰাপ্ত প্ৰশিক্ষণৰত আৰক্ষী বিষয়া দীপক শৰ্মা। চিকিৎসাধীন অৱস্থাত আজি মৃত্যু PSI দীপক শৰ্মাৰ। কাঠুৱাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত…

মণিপুৰৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান

মণিপুৰৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান৷ প্ৰাক্তন বিধায়ক এলাংবাম চান্দ সিঙৰ কংগ্ৰেছত যোগদান৷ য়াইস্কুল সমষ্টিৰ বিধায়ক আছিল এলাংবাম চান্দ সিং৷ বিজেপি নেতা ছাগলছেম অছ’বা সিং, অধিবক্তা ঐনাম হেমন্ত সিং, ঠৌদাম দেবদত্ত…

উচ্চতম ন্যায়ালয়ৰ ৰোষত বাবা ৰামদেৱ

পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰোষত বাবা ৰামদেৱ৷ বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত উচ্চতম ন্যায়ালয়ত ৰামদেৱে ক্ষমা বিচাৰিছিল যদিও ক্ষমা গ্ৰহণযোগ্য নহয় বুলি ঘোষণা ন্যায়াধীশৰ৷ কিয়নো ৰামদেৱক সকীয়নি দিয়াৰ পাছতো বিজ্ঞাপনৰ…

ত্ৰিপুৰাত ডকাইতক গ্ৰেপ্তাৰ

ত্ৰিপুৰাৰ ধৰ্মনগৰত মাৰণাস্ত্ৰসহ ডকাইতক গ্ৰেপ্তাৰ। ধৃত ডকাইতটো নাজিম উদ্দিন। দীৰ্ঘদিনে ত্ৰিপুৰা আৰু বৰাকত সন্ত্ৰাস সৃষ্টি কৰিছিল নাজিমে। ডকাইতটোৰ পৰা জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। ত্ৰিপুৰা-অসমৰ আৰক্ষীত ডকাইতটোৰ বিৰুদ্ধে আছে বহুকেইটা গোচৰ।…

মহানগৰীত STFৰ অভিযান

মহানগৰীৰ বশিষ্ঠত STFৰ অভিযান। অভিযানত জব্দ ৫৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ। আটক সুনা বানু বেগম নামৰ এগৰাকী মহিলা। খানাপাৰা উৰণসেতুৰ সমীপৰ পৰা জব্দ ড্ৰাগছখিনি। মহিলাগৰাকীৰ পৰা জব্দ নগদ ধন, এটা মোবাইল।